ETV Bharat / photos

দৈনিক খাওক এইসমূহ আইৰণ সমৃদ্ধ খাদ্য; দূৰ হ’ব শৰীৰত তেজৰ অভাৱ

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 12:08 PM IST

দৈনিক খাওক এই আইৰণ সমৃদ্ধ খাদ্য; দূৰ হ’ব শৰীৰত তেজৰ অভাৱ
শৰীৰক সুস্থ কৰি ৰাখিবলৈ শৰীৰত পৰ্যাপ্ত পৰিমাণৰ তেজ থকাটো অতি প্ৰয়োজনীয় । বহুলোকে নিজৰ খাদ্যাভ্যাসৰ যত্ন ল’বলৈ পাহৰি যোৱাৰ ফলত শৰীৰত তেজৰ অভাৱত ভোগে ৷ ৰক্তকণিকা বৃদ্ধিৰ বাবে আপুনি খাদ্য তালিকাত কিছুমান খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে ৷ আইৰণৰ অভাৱ দূৰ কৰিবলৈ কেনে খাদ্য গ্ৰহণ কৰিব লাগে জানো আহক-
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.