ETV Bharat / photos

মা কামাখ্যা মন্দিৰ দৰ্শন দেৱলীনা ওৰফে গোপী বহুৰ

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 3:47 PM IST

মা কামাখ্যা মন্দিৰ দৰ্শন দেৱলীনা ওৰফে গোপী বহুৰ
Devoleena Reached Kamakhya Temple: মা কামাখ্যা দৰ্শন সকলোৰে মৰমৰ 'গোপী বহু' অৰ্থাৎ দেৱলীনা ভট্টাচাৰ্জীৰ ৷ অভিনেত্ৰীগৰাকীয়ে মা কামাখ্যা মন্দিৰৰ দৰ্শন কৰি বহু ছবি শ্বেয়াৰ কৰিছে, য’ত তেওঁক মাৰ ভক্তিত বিলীন হোৱা দেখা গৈছে । চাও আহক এই ফটোসমূহ. . .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.