এড ৱেষ্টউইকৰ সৈতে বাগদান কৰিলে এমি জেকচনে, চাওক ফটো

author img

By ETV Bharat Assamese Desk

Published : Jan 30, 2024, 1:43 PM IST

Amy Jackson gets engaged to Ed Westwick, See pics

Amy Jackson engaged: ফিল্ম ২.০ খ্যাত অভিনেত্ৰী এমি জেকচন বৰ্তমান নিজৰ ব্যক্তিগত জীৱনৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে । প্ৰেমিকৰ সৈতে বাগদান কৰিলে অভিনেত্ৰীগৰাকীয়ে । যাৰ বহু ফটো অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.