এড ৱেষ্টউইকৰ সৈতে বাগদান কৰিলে এমি জেকচনে, চাওক ফটো - Amy Jackson engagement pics

Amy Jackson engaged: ফিল্ম ২.০ খ্যাত অভিনেত্ৰী এমি জেকচন বৰ্তমান নিজৰ ব্যক্তিগত জীৱনৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে । প্ৰেমিকৰ সৈতে বাগদান কৰিলে অভিনেত্ৰীগৰাকীয়ে । যাৰ বহু ফটো অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছে ।

Published : January 30, 2024 at 1:43 PM IST
1 Min Read