ETV Bharat / health

মামলা-মোকৰ্দমাৰ পৰা হাত সাৰিবলৈ কি কৰিব ? - Astro tips

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 9:10 PM IST

Astro Tips: কেতুৰ শুভ বা অশুভ প্ৰভাৱ যদি থাকে তেন্তে আমাৰ জীৱনত কি সলনি সলনি হ'ব পাৰে ? কেতু গ্ৰহক সন্তুষ্ট কৰিবলৈ বা ইয়াৰ বেয়া প্ৰভাৱ নোহোৱা কৰিবলৈ কি প্ৰতিকাৰ কৰিব ? এই সন্দৰ্ভত জনালে জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাই ।

Astro tips
মামলা-মোকৰ্দমাৰ পৰা হাত সাৰিবলৈ কি কৰিব ? (SOURCE: FREEPIK)
মামলা-মোকৰ্দমাৰ পৰা হাত সাৰিবলৈ কি কৰিব ? (ETV BHARAT ASSAM)

গুৱাহাটী, 8 মে’: সকলোৰে জীৱনত শুভ আৰু অশুভ কৰ্মত কেতু গ্ৰহৰ প্ৰভাৱ থাকে ৷ কেতু গ্ৰহ বুলি কলে সাধাৰণতে ভয় খোৱা হয় কাৰণ কোৰ্ট-কাছাৰীৰ মামলা, কাজিয়া-পেছাল আদিৰ কাৰক গ্ৰহ বুলি কোৱা হয় ৷ যাৰ ফলত কেতু গ্ৰহ যদি অশুভ হৈ থাকে তেন্তে আমাৰ জীৱনত ভিন্ন ধৰণৰ অশুভ প্ৰভাৱ পৰিব পাৰে ৷

আমাৰ জীৱনত যদি কেতু শুভ স্থানত থাকে বা কেতুৰ যদি শুভ প্ৰভাৱ থাকে তেন্তে তেনেকুৱা জাতক-জাতিকা সকলৰ আধ্যাত্মিকতাৰ প্ৰতি ধাউতি বাঢ়ে বা আধ্যাত্মিকতাৰ লগত জড়িত ব্যক্তিৰ দ্বাৰা শাৰীৰক, মানসিক আদিৰ উন্নতি হ'ব পাৰে ৷ পূৰ্বে আধাতে এৰা আধৰুৱা কামবোৰ কেতুৰ শুভ প্ৰভাৱৰ ফলত সেইবোৰ আমি সম্পূৰ্ণ কৰিব পাৰো ৷

কেতুৰ অশুভ প্ৰভাৱ যদি থাকে তেন্তে আমাৰ জীৱনত কি সলনি সলনি হ'ব পাৰে ?

  • কেতুৰ অশুভ প্রভাৱৰ ফলত ধৰ্মৰ প্ৰতি বিশ্বাস কমিব পাৰে ৷ লগতে ডাঙৰৰ প্ৰতি সন্মান কমি আহে ৷
  • কাজিয়াৰ লগতে শত্ৰু বৃদ্ধি হয় ৷
  • হঠাৎ কোনো ৰোগত আক্রান্ত হ'ব পাৰে ৷
  • গুপ্ত শত্ৰুৰ দ্বাৰ আঘাট পাব পাৰো ৷
  • ছালৰ সমস্যা হ'ব পাৰে ৷

কেতু গ্ৰহক সন্তুষ্ট কৰিবলৈ বা ইয়াৰ বেয়া প্ৰভাৱ নোহোৱা কৰিবলৈ কি প্ৰতিকাৰ কৰিব ?

১) কেতুগ্ৰহক সন্তুষ্ট কৰিবলৈ অনাথ আশ্ৰম কথা যিসকল শিশু থাকে তেওঁলোকক বিশেষকৈ পঢ়া-শুনা, অন্ন-বস্ত্ৰ-বাসস্থানৰ জৰিয়তে যদি আমি সহায় কৰিব পাৰো তেন্তে কেতু গ্ৰহৰ দ্বাৰা যিবোৰ অশুভ প্ৰভাৱ থাকে সেইবোৰ বহুক্ষেত্ৰত প্ৰশমিত হয় ৷ গতিকে আমাৰ উপাৰ্জনৰ এটা অংশ অনাথ- আশ্ৰমত দান কৰিব পাৰো তেন্তে কেতু গ্ৰহৰ পৰা আমাৰ জীৱনত পৰিব পৰা অশুভ খিনি আঁতৰি থাকে ৷

২) আমাৰ পাকঘৰত ৰূপৰ যিকোনো বাচনত মৌ ভৰাই থব পাৰিলেও কেতু গ্ৰহৰ অশুভ খিনি নিৰাময় পাব পাৰি ৷

৩) কেতুৰ বেয়া প্ৰভাৱ আপোনাৰ জীৱনত চলি থাকিলে ৰূপৰ সৰু বল এটা বনাই আপোনা মানিবেগত ৰাখিব পাৰে ৷

৪) ৰাস্তাৰ কুকুৰ বিশেষকৈ কলা কুকুৰক খুৱাব পৰিলেও কেতুৰ বেয়া প্ৰভাৱ নোহোৱা হয় ৷ শনিবাৰে যদি শুকান ৰুটিত মিঠাতেল সানি কুকুৰাক খুৱাব পাৰিলে বেছি ভাল ৷

৫) লগতে ধুমাৱতী দেৱীক পূজা কৰাৰ লগতে কেতুৰ যিকোনো মন্ত্ৰ ১০৮ বাৰ জপ কৰিব পাৰে ৷

লগতে পঢ়ক: বুধ গ্ৰহৰ পৰিৱৰ্তনত কপাল ফুলিব এই কেইটা ৰাশিৰ জাতক-জাতিকাৰ - Grah Gochar 2024 May

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.