ETV Bharat / health

চাকৰি কাৰ ভাগ্যত, কাৰ ঘৰলৈ ধনাগমন, কাৰ জীৱনলৈ আহিব প্ৰেম, জানক কেনে যাব এই সপ্তাহটো ? - Weekly Horoscope

author img

By ETV Bharat Assamese Team

Published : May 13, 2024, 5:15 PM IST

Weekly Horoscope: ৰাশিফল অনুসৰি এই চলিত সপ্তাহতো প্ৰেম, শিক্ষা, ব্যৱসায়, কৰ্ম আদিৰ কেনে ফলাফল লাভ কৰিব ? এই সন্দৰ্ভত জনালে জ্যোতিষ সম্ৰাট ড৹ হেমাংগ শাস্ত্ৰীয়ে ।

weekly horoscope
চৰকাৰী চাকৰি কোনে পাব, অৰ্থনৈতিক ক্ষেত্ৰত কেনে যাব আপোনাৰ সপ্তাহটো ? (ETV BHARAT ASSAM)

গুৱাহাটী, 13 মে’: মেষ ৰাশিৰ জাতক-জাতিকাসকলে চলিত সপ্তাহটোত প্ৰেম, কৰ্ম, শিক্ষা, ব্যৱসায় আদি সকলো ক্ষেত্ৰতে এই সপ্তাহটোত এটা ভাল ফলাফল লাভ কৰিব ৷ এই সপ্তাহত এই ৰাশিৰ লোকসকলৰ উপাৰ্জন বৃদ্ধি হোৱাৰ লগতে, শিক্ষাৰ্থীসকলৰ পঢ়া-শুনাৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব ৷ ব্যৱসায়ৰ ক্ষেত্ৰত কোনো নতুন যোগাযোগ আহিব পাৰে ৷

বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ ক্ষেত্ৰত চলিত সপ্তাহত প্ৰেমৰ ক্ষেত্ৰত কিছু বাধা অহাৰ লগতে সম্পর্কত দূৰত্ব আহিব পাৰে ৷ ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত ভাল যদিও, উচ্চ শিক্ষাৰ ক্ষেত্ৰত এই সপ্তাহত বাধাৰ সন্মুখীন হ'ব পাৰে ৷ কেৰিয়াৰ উন্নতিৰ ক্ষেত্ৰতো কিছু লেহেমীয়া হ'ব পাৰে ৷ এই সপ্তাহত বৃহস্পতি বৃষ ৰাশিত অৱস্থান কৰাৰ বাবে অন্যান্য সকলো দিশতে এটা সুৰক্ষা লাভ কৰিব ৷

মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ সকলো ক্ষেত্ৰতে এই সপ্তাহত এটা ভাল ফলাফল লাভ কৰিব ৷ কেৱল কৰ্মস্থানত সহকৰ্মীসকলৰ সৈতে মনোমালিন্য বাঢ়িব পাৰে ৷ এই সপ্তাহত এই ৰাশিৰ জাতক-জাতিকাসকলৰ আয় বৃদ্ধি পাব যদিও এই সপ্তাহত খৰচ বৃদ্ধি হ'ব ৷

কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ এই সপ্তাহত যাত্ৰাৰ যোগ আছে ৷ কৰ্মস্থানত খুব ভাল ফলাফল লাভ কৰাৰ লগতে নাম-যশ বৃদ্ধি পাব ৷ ছাত্র-ছাত্ৰীসকলৰ বাবেও এই সপ্তাহতো শুভ ৷ কিন্তু প্ৰেমৰ ক্ষেত্ৰত বাধা আহিব পাৰে ৷

সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব ৷ কৰ্মস্থানত উন্নতি লাভ কৰিব ৷ প্ৰেমৰ ক্ষেত্ৰতো শুভ ৷ লগতে ব্যৱসায়ত হঠাৎ উন্নতি আহিব পাৰে ৷

কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ প্ৰেমৰ ক্ষেত্ৰত প্ৰত্যাহ্বান আহিব পাৰে ৷ কৰ্মস্থানত শুভ ফলাফল লাভ কৰিব ৷ শিক্ষাৰ ক্ষেত্রতো ভাল ফলাফল লাভ কৰিব ৷

তুলা ৰাশিৰ জাতক-জাতিকাসকলে কৰ্মৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব ৷ উচ্চ শিক্ষাৰ শিক্ষাৰ্থীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব ৷

বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ বৈবাহিক দম্পত্তিৰ বাবে এই সপ্তাহতো ভাল ৷ ব্যৱসায়ৰ ক্ষেত্ৰতো ভাল ফলাফল লাভ কৰিব ৷ কিন্তু প্রেমিক-প্ৰেমিকাসকলৰ মাজত দূৰত্ব আহিব পাৰে ৷

ধনু ৰাশিৰ জাতিক-জাতিকাসকলৰ কৰ্মক্ষেত্ৰ, শিক্ষাৰ ক্ষেত্ৰত বাধা আহিব পাৰে ৷ ব্যৱসায়ত ভাল ফলাফল লাভ কৰাৰ লগতে এই সপ্তাহত আয় বৃদ্ধি পাব ৷

মকৰ ৰাশিৰ জাতক-জাতিকাসকলে এই সপ্তাহত সকলো ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিব ৷ কেৱল ব্যৱসায়ৰ ক্ষেত্ৰত হঠাৎ খৰচ বৃদ্ধি পাব পাৰে ৷

কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলে এই সপ্তাহত সকলো ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিব ৷ ব্যৱসায়ৰ ক্ষেত্ৰত নতুন যোগাযোগ আহিব পাৰে ৷

মীন ৰাশিৰ জাতক-জাতিকাসকলৰ দম্পত্তিৰ ক্ষেত্ৰত কিছু বাধা আহিব পাৰে ৷ শিক্ষাৰ্থীসকলৰ লগতে কৰ্মক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব ৷ ব্যৱসায়ত লাভ ৷

লগতে পঢ়ক: প্ৰেম কৰিবলৈ কিয় ভয় কৰে এই 5 ৰাশিৰ জাতক-জাতিকাই ? - Zodiac Signs Afraid Of Love

লগতে পঢ়ক: জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.