ETV Bharat / health

এনাৰ্জি ড্ৰিংকছ খোৱাৰ পূৰ্বে জানি লওক ইয়াৰ ক্ষতিকাৰক দিশসমূহ

author img

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 11:12 AM IST

Side Effects Of Energy Drinks: কিছুমান ক্ষেত্ৰত এনাৰ্জি ড্ৰিংকে আপোনাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে, যাৰ বিষয়ে আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম ।

Are Energy Drinks Good or Bad for Your Health?
এনাৰ্জি ড্ৰিংকছ খোৱাৰ পূৰ্বে জানি লওক ইয়াৰ ক্ষতিকাৰক দিশসমূহ

প্ৰায়ভাগ লোকেই শৰীৰত তৎক্ষণাত শক্তিলাভৰ বাবে এনাৰ্জী ড্ৰিংক সেৱন কৰে ৷ বিশেষকৈ খেলৰ সৈতে জড়িত লোকসকলে ৷ এনাৰ্জি ড্ৰিংকে আপোনাক গোটেই দিনটো শক্তিশালী, একাগ্ৰ আৰু সজাগ কৰি ৰাখে ৷ শেহতীয়াকৈ এনাৰ্জি ড্ৰিংকছৰ জনপ্ৰিয়তা দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ কিন্তু একাংশ স্বাস্থ্য বিশেষজ্ঞই ইয়াক সেৱনৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ৷ কিছুমান ক্ষেত্ৰত এনাৰ্জি ড্ৰিংকে আপোনাৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে, যাৰ বিষয়ে আমি এই প্ৰতিবেদনৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম ৷

এনাৰ্জি ড্ৰিংকছৰ পাৰ্শ্বক্ৰিয়া

আপোনালোকক জনাই দিও যে, যিসকল লোকে অত্যধিক এনাৰ্জি ড্ৰিংকছ পৰিমানে সেৱন কৰে তেওঁলোকৰ টোপনিৰ ওপৰত প্ৰভাৱ পৰিব পাৰে ৷ এনে লোকৰ মাজত অনিদ্ৰাৰ সমস্যা বাঢ়িব পাৰে ৷ ই কেৱল আপোনাৰ টোপনিৰ ওপৰত বেয়া প্ৰভাৱ পেলোৱাই নহয়, মানসিক স্বাস্থ্যৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলাব পাৰে ৷

একে সময়তে প্ৰত্যেকটি এনাৰ্জী ড্ৰিংকৰ বটলত শিশুৱে ইয়াক গ্ৰহণ কৰাৰ পৰা বিৰত থাকিবলৈ কোৱা হয় ৷ কাৰণ এনাৰ্জী ড্ৰিংকত উচ্চ পৰিমাণৰ কেফেইন থাকে ইয়াৰ ফলত শিশুৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে ৷ যদি কোনো শিশুৱে এনাৰ্জী ড্ৰিংক সেৱন কৰে তেন্তে ইয়াৰ ফলত শিশুৰ শৈক্ষিক প্ৰদৰ্শনত প্ৰভাৱ পেলাব পাৰে ৷ শিশুৰ মানসিক স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে ৷ ইয়াৰ উপৰিও পেনিক এটেক আৰু উদ্বেগ সৃষ্টি কৰিব পাৰে ৷

জনাই দিও যে, এনাৰ্জি ড্ৰিংকে আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ ওপৰতো বেয়া প্ৰভাৱ পেলায় ৷ ইয়াৰ উপৰিও ইয়াৰ ফলত ডিহাইড্ৰেচনৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ ইয়াৰ উপৰিও আপোনাৰ ৰক্তচাপ আৰু উদ্বেগ বৃদ্ধি কৰিব পাৰে ৷

লগতে পঢ়ক: আপোনাৰ স্বাস্থ্যৰ পক্ষে এবিধ অমূল্য খাদ্য মিঠা আলু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.