ETV Bharat / entertainment

২০২৪ৰ পদ্ম বঁটাৰ তালিকাত মনোৰঞ্জন জগতৰ কোনে কোনে পালে স্থান ?

Padma Award 2024: পদ্ম বঁটা ২০২৪ ৰ বিজয়ীসকলৰ নাম ঘোষণা ৷ বঁটা বিজয়ীৰ সম্পূৰ্ণ তালিকা ইয়াত পঢ়ক . . .

From Vyjayanthimala to Mithun Chakraborty: Complete list of Padma Award 2024 winners
পদ্ম বঁটা ২০২৪ বিজয়ীৰ সম্পূৰ্ণ তালিকা
author img

By ETV Bharat Assamese Team

Published : January 26, 2024 at 9:13 PM IST

6 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, ২৬ জানুৱাৰী: গণৰাজ্য দিৱসৰ এদিন পূৰ্বে ভাৰত চৰকাৰে পদ্ম বঁটা ২০২৪ৰ ঘোষণা কৰিছে । প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডু, প্ৰবীণ অভিনেত্ৰী বৈজয়ন্তী মালাক পদ্ম বিভূষণ আৰু বলীউডৰ জনপ্ৰিয় অভিনেতা মিথুন চক্ৰৱৰ্তীক পদ্মভূষণ বঁটাৰে সন্মানিত কৰা হ’ব । ক্ৰীড়াৰ ক্ষেত্ৰত বিখ্যাত টেনিছ খেলুৱৈ ৰোহিত বোপান্নাক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হ’ব । ইফালে ভাৰতৰ প্ৰথমগৰাকী মহিলা মাউত পাৰ্বতী বৰুৱাক পদ্মশ্ৰীৰে সন্মানিত কৰা হ’ব । লগতে ঝাৰখণ্ডৰ যশপুৰ জিলাৰ জনজাতীয় কল্যাণকামী জগেশ্বৰ যাদৱকো পদ্মশ্ৰী বঁটা প্ৰদান কৰা হ’ব ।

পদ্ম বঁটা কিয় দিয়া হয় ?

দেশৰ অন্যতম সৰ্বোচ্চ নাগৰিক সন্মান পদ্ম বঁটা তিনিটা শাখাত প্ৰদান কৰা হয় । পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী । এই বঁটাসমূহ কলা, সমাজ সেৱা, জনসংযোগ, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱা আদি বিভিন্ন ক্ষেত্ৰত প্ৰদান কৰা হয় । ‘পদ্ম বিভূষণ’ ব্যতিক্ৰমী আৰু বিশিষ্ট সেৱাৰ বাবে দিয়া হয়, উচ্চ পৰ্যায়ৰ বিশিষ্ট সেৱাৰ বাবে ‘পদ্ম ভূষণ’ আৰু যিকোনো ক্ষেত্ৰত বিশিষ্ট সেৱাৰ বাবে ‘পদ্মশ্ৰী’ দিয়া হয় । প্ৰতি বছৰে গণৰাজ্য দিৱস উপলক্ষে এই বঁটা ঘোষণা কৰা হয় । উল্লেখ্য যে এইবাৰ পদ্মশ্ৰীৰ বাবে ১১০ গৰাকী, পদ্ম বিভূষণৰ বাবে ৫ গৰাকী আৰু পদ্মভূষণৰ বাবে ১৭ গৰাকীৰ নাম প্ৰকাশ পাইছে ।

পদ্ম বঁটা ২০২৪ সম্পূৰ্ণ তালিকা :

পদ্ম বিভূষণ

১. বৈজয়ন্তী মালা বালি

২. কনিডেলা চিৰঞ্জীৱী

৩. এম ভেংকাইয়া নাইডু

৪. বিন্দেশ্বৰ পাঠক

৫. পদ্ম সুব্ৰমণিয়াম

পদ্ম ভূষণ

১) এম ফাতিমা বিৱি

২) হৰমুছজী এন কামা

৩) মিথুন চক্ৰৱৰ্তী

৪) সীতাৰাম জিন্দল

৫) ইয়ং লিউ

৬) অশ্বিন বালাচন্দ মেহতা

৭) সত্যব্ৰত মুখাৰ্জী

৮) ৰাম নাইক

৯) তেজস মধুসুদন পেটেল

১০) ওলাঞ্চেৰী ৰাজগোপাল

১১) দত্তত্ৰয় আম্বদাস মায়ালু ওৰফে ৰাজদত্ত

১২) টোগদান ৰিনপোচে

১৩) প্যাৰেলাল শৰ্মা

১৪) চন্দ্ৰেশ্বৰ প্ৰসাদ ঠাকুৰ

১৫) উষা উথুপ

১৬) বিজয়কান্ত

১৭) কুন্দন ব্যাস

পদ্মশ্ৰী প্ৰাপকসকলৰ তালিকা

১) খলিল আহমদ

২) বদ্ৰাপ্পান ম

৩) কালুৰাম বামানিয়া

৪) ৰেজৱানা চৌধুৰী বন্যা

৫) নসীম বানো

৬) ৰামলাল বাৰেঠ

৭) গীতা ৰয় বৰ্মন

৮) পাৰ্বতী বৰুৱা

৯) সৰ্বেশ্বৰ বসুমতাৰী

১০) সোম দত্ত বট্টু

১১) তকদিৰা বেগম

১২) সত্যনাৰায়ণ বেলেৰী

১৩) দ্ৰোণ ভূঞা

১৪)অশোক কুমাৰ বিশ্বাস

১৫) ৰোহন মাচন্দ বোপন্ন্না

১৬) স্মৃতি ৰেখা চাকমা

১৭)নাৰায়ণ চক্ৰৱৰ্তী

১৮)এ ভেলু আনন্দ চাৰি

১৯) ৰাম চেট চৌধুৰী

২০) কে চেল্লামমল

২১) যোছনা চিনাপ্পা

২২)চাৰ্লট চপিন

২৩)ৰাঘুবীৰ চৌধুৰী

২৪)জো ডি ক্ৰুজ

২৫)গোলাম নবি দৰ

২৬)চিত্ত ৰঞ্জন দেবৰ্মা

২৭) উদয় বিশ্বনাথ দেশপাণ্ডে

২৮) প্ৰেমা ধনৰাজ

২৯) ৰাধা কৃষণ ধীমান

৩০) মনোহৰ কৃষানা ডোলে

৩১) পিয়েৰ চিলভাইন ফিলিওজাট

৩২) মহাবীৰ সিং গুদ্দু

৩৩) অনুপমা হোস্কেৰে

৩৪) যজদি মানেক্ষ ইটালিয়া

৩৫) ৰাজাৰাম জৈন

৩৬) জানকিলাল

৩৭) ৰতন কহৰ

৩৮) যশৱন্ত সিং কথোচ

৩৯) জাহিৰ আই কাজী

৪০) গৌৰৱ খান্না

৪১) সুৰেন্দ্ৰ কিশোৰ

৪২) দছাৰী কণ্ডপ্পা

৪৩) শ্ৰীধৰ মকম কৃষ্ণমূৰ্তি

৪৪) য়ানুং জামোহ লেগো

৪৫) জৰ্ডান লেপচা

৪৬) সতেন্দ্ৰ সিং লোহিয়া

৪৭) বিনোদ মহাৰানা

৪৮) পূৰ্ণিমা মহতো

৪৯) উমা মহেশ্বৰী ডি

৫০) দুখু মাঝি

৫১) ৰাম কুমাৰ মল্লিক

৫২) হেমচান্দ মাঞ্জি

৫৩) চন্দ্ৰশেখৰ মহাদেউৰাও মেশ্ৰম

৫৪) সুৰেন্দ্ৰ মোহন মিশ্ৰ

৫৫) আলি মহম্মদ আৰু শ্ৰী ঘনী মহম্মদ

৫৬) কল্পনা মোৰপাৰিয়া

৫৭) চামি মুৰ্মু

৫৮) সীন্দ্ৰন মুথুভেল

৫৯) জি নাচিয়াৰ

৬০) কিৰণ নাদৰ

৬১) পকাৰৱুৰ চিথ্ৰাণ নামবুদিৰিপাদ

৬২)নাৰায়ণন ইপি

৬৩) শৈলেশ নায়ক

৬৪) হৰিশ নায়ক

৬৫) ফ্ৰেড নেগ্ৰিট

৬৬) হৰি ওম

৬৭) ভগাবত পধন

৬৮) সনাতন ৰুদ্ৰ পাল

৬৯) শংকৰ বাবা পুণ্ডলীক্ৰাও পাপলকাৰ

৭০) ৰাধে শ্যাম পাৰিক

৭১)দয়াল মাৱজিভাই পাৰমাৰ

৭২) বিনোদ কুমাৰ পাছায়ত

৭৩) ছিলবি পাছাহ

৭৪) শান্তি দেৱী পাছৱান আৰু শ্ৰী শিৱন পাছৱান (দুয়ো)

৭৫) সঞ্জয় অনন্ত পাটিল

৭৬) মুনি নাৰায়ণ প্ৰসাদ

৭৭)কে এছ ৰাজন্না

৭৮) চন্দ্ৰশেখৰ চন্নপট্ন ৰাজনাচৰ

৭৯) ভাগৱতীলাল ৰাজপুৰোহিত

৮০) ৰোমালো ৰাম

৮১.নৱজীৱন ৰাষ্টোগী

৮২) নিৰমল ঋষি

৮৩) প্ৰণ সভাৰৱাল

৮৪) গদ্দাম সম্মাইয়া

৮৫) সাংথাংকিমা

৮৬) মচিহান সাছা

৮৭) ওমপ্ৰকাশ শৰ্মা

৮৮) এক্লব্য শৰ্মা

৮৯) ৰাম চন্দৰ সিহাগ

৯০) হৰবিন্দৰ সিং

৯১) গুৰবিন্দৰ সিং

৯২) গোদাৱৰী সিং

৯৩) ৰবি প্ৰকাশ সিং

৯৪) সেশমপট্টি টি শিৱলিংগম

৯৫) সোমন্না

৯৬) কেথাৱথ সোমলাল

৯৭) শশী সোণী

৯৮) উৰ্মিলা শ্ৰীবাস্তৱ

৯৯)নেপাল চন্দ্ৰ সূত্ৰধৰ (পষ্টথুমছ)

১০০)গোপীনাথ স্বেইন

১০১)লক্ষ্মণ ভট টাইলাং

১০২)মায়া টণ্ডন

১০৩)অস্বতী থিৰুনাল গৌৰী লক্ষ্মী বায়ী থামপুৰাটী

১০৪) জগদীশ লাভশংকৰ ত্ৰিবেদী

১০৫) চানো বামুজো

১০৬) বালকৃষ্ণন সদানম পুঠিয়া বীতিল

১০৭) কুৰেল্লা বিত্তলাচাৰ্য

১০৮) কিৰণ ব্যাস

১০৯) জগেশ্বৰ যাদৱ

১১০) বাবু ৰাম যাদৱ

লগতে পঢ়ক: