ETV Bharat / bharat

প্ৰেম-কৰ্ম-উপাৰ্জনৰ ক্ষেত্ৰত কোন কেইটা ৰাশিয়ে লাভ কৰিব শুভফল ? - Weekly Horoscope

author img

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 4:54 PM IST

Weekly Horoscope: ৰাশিফল অনুসৰি এই চলিত সপ্তাহতো প্ৰেম, শিক্ষা, ব্যৱসায়, কৰ্ম আদিৰ কেনে ফলাফল লাভ কৰিব ? এই সন্দৰ্ভত জনালে জ্যোতিষ সম্ৰাট ড৹ হেমাংগ শাস্ত্ৰীয়ে ।

Horoscope
প্ৰেম-কৰ্ম-উপাৰ্জনৰ ক্ষেত্ৰত কোন কেইটা ৰাশিয়ে লাভ কৰিব শুভফল ? (Etv Bharat)

মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলে চলিত সপ্তাহটোত সকলো ক্ষেত্ৰতে ভাল ফল লাভ কৰিব ৷ ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰতো ভাল ফলাফল লাভ হ'ব ৷ প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত ভাল ফল লাভ কৰিব ৷ কিন্তু শত্ৰুয়ে আমনি কৰিব পাৰে ৷

বৃষ ৰাশি: বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে এই সপ্তাহত ভাল ফলাফল লাভ কৰিব ৷ উপাৰ্জন বৃদ্ধি হ'ব ৷ হঠাৎ হাতলৈ টকা আহিব পাৰে ৷ কিন্তু প্ৰেমৰ সম্পর্কৰ ক্ষেত্ৰত কিছু দূৰত্ব আহিব পাৰে বা মতবিৰোধ হ'ব পাৰে ৷ বৈবাহিক সম্পৰ্ক ভালে থাকিব ৷

মিথুন ৰাশি: মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ সকলো ক্ষেত্ৰতে এই সপ্তাহতো ভাল ৷ সম্পত্তি কিনা-বেচাৰ ক্ষেত্ৰত বাধা আহিব পাৰে ৷ কৰ্মৰ বাবে ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে ৷

কৰ্কট ৰাশি: কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ এই সপ্তাহত ভাগ্য উদয় হ'ব ৷ প্ৰেম, শিক্ষা,ব্যৱসায়, কৰ্ম আদিৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব ৷

সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকাসকলে কৰ্মস্থানত অত্যন্ত ভাল ফলাফল লাভ কৰিব ৷ দাম্পত্ত্য জীৱনৰ ক্ষেত্ৰত কিছু দূৰত্ব আহিব পাৰে ৷ প্ৰেমৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব ৷ ব্যৱসায়ীসকলৰ বাবেও এই সপ্তাহটো শুভ ৷

কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলে স্বাস্থ্যৰ যত্ন ল'ব লাগিব ৷ ব্যৱসায়, কৰ্মস্থান, শিক্ষা আদিত শুভ ফলাফল লাভ কৰিব ৷

তুলা ৰাশি: তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ চলিত সপ্তাহটোত সকলো ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিব ৷ প্ৰেম , শিক্ষা, ব্যৱসায় আদিৰ ক্ষেত্ৰত এই সপ্তাহত ভাল ফলাফল লাভ কৰিব ৷

বৃশ্চিক ৰাশি: বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ ক্ষেত্ৰত এই সপ্তাহত শত্ৰুই বাধাৰ সৃষ্টি কৰিব পাৰে ৷ উপাৰ্জনৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হ’ব পাৰে ৷

ধনু ৰাশি: ধনু ৰাশিৰ জাতিক-জাতিকাসকলৰ ক্ষেত্ৰত চলিত সপ্তাহত সকলো ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিব ৷ প্ৰেম , শিক্ষা, ব্যৱসায় আদিৰ ক্ষেত্ৰত এই সপ্তাহত ভাল ফলাফল লাভ কৰিব ৷ চাকৰিয়াল লোকৰ ক্ষেত্ৰত হঠাৎ কৰ্মক্ষেত্ৰ সলনি হ'ব পাৰে ৷ নতুন চাকৰি যোগ আহিব পাৰে ৷

মকৰ ৰাশি: মকৰ ৰাশিৰ জাতক-জাতিকাসকলে এই সপ্তাহত সকলো ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিব ৷ কৰ্মক্ষেত্ৰত ভাল ফল লাভ কৰিব ৷ প্ৰেমৰ ক্ষেত্ৰতো ভাল-বেয়াৰ মাজতে যাব ৷

কুম্ভ ৰাশি: কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলে এই সপ্তাহত সকলো ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিব ৷

মীন ৰাশি: মীন ৰাশিৰ জাতক-জাতিকাসকলৰ চলিত সপ্তাহত খৰচ বৃদ্ধি হ'ব পাৰে ৷ প্ৰেম আৰু বৈবাহিক জীৱনত ভাল ফল লাভ কৰিব ৷ লগতে অন্যান্য দিশ সমূহতো শুভফল লাভ কৰিব ৷

লগতে পঢ়ক: বৃশ্চিক ৰাশিৰ সৌভাগ্য দুৱাৰ মুকলি...বৃষ ৰাশিয়ে ধনৰ লেন-দেন কৰোঁতে হওক সাৱধান...কেনে যাব আপোনাৰ এই সপ্তাহটো - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.