ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল - HOROSCOPE FOR 6TH APRIL

author img

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 12:11 AM IST

Updated : Apr 6, 2024, 9:36 AM IST

HOROSCOPE FOR 6th APRIL : কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

HOROSCOPE FOR 6 th APRIL
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : দিন শুভ হ’ব ৷ সামাজিক কাম আৰু পৰোপকাৰিভাৱে আপোনাক আনন্দিত কৰিব ৷ বন্ধুৰ লগত ব্যয় হ’ব ৷ প্ৰিয়জনক উপহাৰ প্ৰদান কৰিব ৷ প্ৰিয়জনৰ লগত ৰোমান্তিক ভ্ৰমনৰ যোগ আছে ৷

বৃষ ৰাশি : দিন শুভ হ’ব ৷ নতুন ব্যৱসায় আৰম্ভ হ’ব আৰু লাভজনক হ’ব ৷ ব্যবসায়ী আৰু চাকৰিয়ালসকলৰ দিন শুভ ৷ কৰ্মক্ষেত্ৰত পদোন্নতি হ’ব পাৰে ৷ স্বামী তথা পত্নীৰ সহযোগিতা লাভ কৰিব ৷ কোনোবাই আপোনালৈ মূল্যবান উপহাৰ পঠিয়াব পাৰে ৷

মিথুন ৰাশি : আপুনি এলাহ অনুভৱ কৰিব ৷ ৰোগে আপোনাক চিন্তাত পেলাব ৷ সন্তানৰ ওপৰত চকু ৰাখক ৷ পাৰিলে ঘৰৰ ভিতৰত থাকক ৷ পেটৰ ৰোগ হ’ব পাৰে ৷ আৰ্থিক দিশত অশুভ ৷ সাৱধানে চলক ৷

ককৰ্ট ৰাশি : শান্ত থাকক ৷ অতীতক পাহৰি ভৱিষ্যতক আদৰণি জনাওক ৷ নতুন ব্যৱসায় আৰম্ভনি কৰাৰ পৰিকল্পনা কৰিলে দিন পিছুৱাই দিয়ক ৷ মানসিক অশান্তি আৰু ঘৰুৱা পৰিৱেশে আপোনাক চিন্তিত কৰিব পাৰে ৷ ধৈৰ্য ধৰক ৷ অনৈতিক কাৰ্য কৰাৰ পৰা বিৰত থাকক ৷

সিংহ ৰাশি : খেলি-মেলিৰ সৃষ্টি হ’লে ধৈৰ্য ধৰক ৷ আপোনাৰ সহকৰ্মীৰ ৰুঢ় ব্যৱহাৰত আপুনি অসন্তুষ্ট হ’ব ৷ সাৱধান হওক ৷ শৰীৰ ভালে থাকিব ৷ জ্ঞানবৰ্ধক আলোচনা কৰক ৷ সাগৰৰ পাৰত খোজ কাঢ়ক আৰু চিন্তা নকৰিব ৷

কন্যা ৰাশি : দিনটো শুভ ৷ দিনটো আপোনাৰ বাবে লাভজনক হ’ব ৷ শৰীৰ সুস্থ থাকিব ৷ আৰ্থিক দিশত লাভজনক ৷ সামাজিক জীৱনৰ পৰা বাধা আতৰিব ৷ কৰ্মক্ষেত্ৰত সকলোৰে সহযোগিতা লাভ ৷ ভাল খবৰ লাভ কৰিব পাৰে ৷

তুলা ৰাশি : নিজকে কুশলে ৰাখক ৷ আপোনাৰ প্ৰিয় কামত সুফল লাভ কৰিব ৷ বিদেশৰ পৰা ভাল খবৰ পাব পাৰে ৷ মহিলা সহকৰ্মীৰ সহযোগিতাই আপোনাক উৎসাহ যোগাব ৷ ফুৰিবলৈ যাওক ৷ সপোন দেখক, কিন্তু নিজকে চম্ভালক ৷

বৃশ্চিক ৰাশি : আপোনাৰ জীৱনলৈ নতুন পৰিৱৰ্তন আহিব ৷ মহিলাৰ পৰা দূৰত থাকক ৷ পানীৰ পৰা আতৰত থাকক ৷ মানসিক আৰু শাৰীৰিক জিৰণি লওক ৷ ধন আৰু সন্মান হানিৰ যোগ আছে ৷ কোনো কাগজত চহী কৰাৰ পূৰ্বে পৰীক্ষা কৰক ৷

ধনু ৰাশি : ধৰ্মীয় বিষয়ে আপোনাক আকৰ্ষিত কৰিব ৷ ই আপোনাক উপকৃত কৰিব ৷ ভাতৃ-ভগ্নীৰ লগত সম্পৰ্ক উন্নত হ’ব ৷ বহুদিনৰ পুৰনি বন্ধুক লগ পাব ৷ বিজয়ী হ’ব ৷ ভাগ্য উদয় হ’ব ৷ আনন্দ পূৰ্ণ ভ্ৰমনৰ যোগ আছে ৷

মকৰ ৰাশি : আপুনি শ্বেয়াৰ বজাৰত লগোৱা ধনে আপোনাক প্ৰচুৰ পৰিমানে লাভান্বিত কৰিব ৷ আৰ্থিক দিশত শুভ ৷ শিক্ষাৰ্থীসকলৰ বাবে অশুভ ৷ শৰীৰৰ যত্ন লওক ৷ বিপৰীত চিন্তাৰ পৰা মনটোক আতৰাই ৰাখক ৷ সাহস নেহেৰুৱাব ৷

কুম্ভ ৰাশি : আপোনাৰ ভাগ্যৰ ফলত আপোনাৰ সৌভাগ্য উদয় হ’ব ৷ বেয়া ভাব মনলৈ আহিবলৈ নিদিব, উপহাৰ আশা কৰিব পাৰে ৷ আপোনাৰ ব্যৱসায়ত উন্নতি ৷ প্ৰিয়জনৰ পৰা উপহাৰৰ আশা কৰিব পাৰে ৷ শৰীৰ সুস্থ ৷ বন্ধুৰ লগত ফুৰিবলৈ যাব পাৰে, যদি বন্ধুৰ লগত ব্যৱসায়ৰ পৰিকল্পনা কৰিছে তেনেহ’লে আগবাঢ়িব পাৰে ৷ বিবাহৰ যোগ ৷

মীন ৰাশি : আইনি কামত সাৱধান হওক ৷ চমু পথেৰে ধন ঘটাৰ উপায় অৱলম্বন নকৰিব ৷ অযথা আলোচনাৰ পৰা নিজক আতৰাই ৰাখক ৷ ঘৰলৈ তথা প্ৰিয়জনৰ চিন্তাই আপোনাক অশান্তি দিব ৷ বিশেষ নজনাকে ক’তো ধন জমা নাৰাখিব ৷ ধৰ্মীয় আৰু সামাজিক কামত খৰছ বৃদ্ধি হ’ব ৷

Last Updated : Apr 6, 2024, 9:36 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.