ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল - HOROSCOPE FOR 24th APRIL

author img

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 12:10 AM IST

Daily Horoscope For 24th April: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 24th April
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : পৰিয়ালৰ সৈতে প্ৰতিটো মুহূৰ্ত উপভোগ কৰিব । আৱেগিক আৰু শাৰীৰিক দিশত শুভ । আৰ্থিক দিশত শুভ ৷ আপুনি যি কোনো বস্তুক লৈ সুদৃঢ় আৰু নিশ্চিত হৈ থাকিব ৷ বিবাদ এৰাই চলক ৷

বৃষ ৰাশি : দিনটো শুভ । মন আৰু শৰীৰ দুয়ো ভাল হৈ থাকিব। আজি আপোনাৰ মুখত গোটেই দিনটো হাঁহি বিৰিঙি থাকিব । সকলো কাম সুচাৰুৰূপে সম্পন্ন হ’ব ৷ আপুনি আগতে কৰি থোৱা বিনিয়োগৰপৰা ভাল লভ্যাংশ পাব । আপোনাৰ বেয়া সময় আকৌ ভাল হৈ আহিব ৷

মিথুন ৰাশি : দিনটো অশুভ হ’ব ৷ আপুনি লাঞ্ছনা আৰু বিড়ম্বনাৰ সন্মুখীন হ’ব । আপুনি কোনো কাম হাতত নোলোৱাই ভাল । সন্তানৰ শিক্ষা, স্বাস্থ্যৰ বাবে ব্যয় কৰিবলগীয়া হ’ব পাৰে । নিজৰ স্বাস্থ্যক লৈয়ো চিন্তাত থাকিব ৷ পঢ়ুৱৈসকলৰ কাৰণে দিনটো মধ্যমীয়া ৷

কৰ্কট ৰাশি : দিনটো ভালে নাযাব ৷ আপোনাৰ গ্ৰহৰ অৱস্থান বেয়া । আপোনাৰ মন উদ্বেগ আৰু সন্দেহেৰে পূৰ্ণ হৈ থাকিব । আপুনি আজি পৰিয়ালৰ লোকৰ সৈতে আৰু কোনো মহিলাৰ সৈতে কাজিয়াত লিপ্ত হ’ব পাৰে । ঈশ্বৰ আপোনাৰ সহায় হওক।

সিংহ ৰাশি : দিনটো অসাধাৰণ। স্বাস্থ্য ভালে থাকিব। বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে আপোনাৰ ভাল আৰু গঠনমূলক আলাপ-আলোচনা হ’ব । আজি আপুনি বন্ধু আৰু প্ৰিয়জনৰ সৈতে সুন্দৰ এটি ঠাইত সৰুসুৰা ভ্ৰমণত যাব পাৰে । আপোনাৰ সমৃদ্ধিয়ে আপোনাৰ বন্ধু আৰু প্ৰিয়সকলৰ উপকাৰ কৰিব পাৰে ।

কন্যা ৰাশি : আপোনাৰ কথাই মানুহক মন্ত্ৰমুগ্ধ কৰিব । আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বৰ ফলত আপোনাৰ হাতত ধন আহিব ৷ সুস্বাস্থ্যবান বৈ থাকিব ৷ বৌদ্ধিক আলোচনা কৰিব পাৰে ৷ ভাবি চিন্তি নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰক ৷

তুলা ৰাশি : দিনটো অতি উত্তম। বিশেষকৈ সৃজনশীলতা আৰু শিল্পকলাৰ প্ৰতি আকৰ্ষিত হ’ব । শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব । কোনো কামৰ পৰিকল্পনা কৰিছে যদি সফল হ’ব । বিত্তীয় দিশ চম্ভালক ।

বৃশ্চিক ৰাশি : দুৰ্ঘটনাৰপৰা সাৱধান । শৈল্য চিকিৎসাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি । ভাবি চিন্তি কথা ক’ব ৷ ব্যক্তিগত সমস্যাৰ বাবে শৰীৰ আৰু মনৰ স্বাস্থ্য বেয়া হৈ থাকিব । মনোৰঞ্জনৰ নামত আপোনাৰ ধন খৰচ হ’ব পাৰে । ঘনিষ্ঠ আৰু প্ৰিয়জনৰ সৈতে ভুল বুজাবুজি হ’ব পাৰে ৷

ধনু ৰাশি : লাভজনক দিন । সাংসাৰিক জীৱনক সম্পূৰ্ণ ৰূপে উপভোগ কৰিব ৷ বন্ধুৰ সৈতে সৰুসুৰা ভ্ৰমণলৈ যাব পাৰে । আপোনাৰ গ্ৰহৰ অৱস্থানে আপোনাৰ আয় বৃদ্ধি কৰাব পাৰে । প্ৰিয় খাদ্য ভোজন কৰক ৷

মকৰ ৰাশি : ব্যৱসায়িক বিষয়ৰপৰা লাভবান হ’ব । ধন আদায়, ভ্ৰমণ আৰু অতিৰিক্ত আয়ৰ বাবে দিনটো অনুকূল । প্ৰিয়জনে আপোনাক উপহাৰ দিব পাৰে । জুই, পানী আৰু দুৰ্ঘটনাৰপৰা আঁতৰত থাকক । সুনাম বৃদ্ধি হ’ব ।

কুম্ভ ৰাশি : দিনটো মিশ্ৰিত । শৰীৰ বৰ ভালে নাযাব পাৰে। মানসিকভাৱে সুখী থাকিব ৷ মনেৰঞ্জনৰ নামত বহুত টকা খৰছ হ’ব পাৰে । ভ্ৰমণলৈ ওলাব পাৰে । বিদেশৰপৰা খবৰ আহিব পাৰে । সন্তানক লৈ দুঃশ্চিন্তা হ’ব পাৰে ৷

মীন ৰাশি : আধ্যাত্মিকতাত নিমগ্ন থাকিব । স্বাস্থ্যৰ প্ৰতি অধিক যত্ন ল’বলগীয়া হ’ব পাৰে । অসুস্থতাৰ কাৰণে ধন ব্যয় হ’ব পাৰে । পৰিয়ালৰ সৈতে কথা পাতোতে সাৱধান ৷ অপ্ৰত্যাশিত আৰ্থিক লাভেৰ যোগ আছে । ব্যৱসায়ীসকলে কাৰোবাক ধন ধাৰে দিছে যদি সেই ধন ঘূৰাই পাব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.