ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল - HOROSCOPE FOR 23rd APRIL

author img

By ETV Bharat Assamese Team

Published : Apr 23, 2024, 12:08 AM IST

Daily Horoscope For 23rd April: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

আজিৰ দিনটোৰ ৰাশিফল
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : দিনটো শুভ ৷ সকলো দিশতে আপুনি সফলতা পাব ৷ পৰিয়াল তথা বন্ধুৰ লগত বাহিৰলৈ যাওক বা ভ্ৰমণৰ পৰিকল্পনা কৰক ৷ সামাজিক দিশত আপোনাৰ খ্যাতি বৃদ্ধি পাব ৷ পেচাগত দিশত সকলো অতি সুচাৰুৰূপে পাৰ হৈ যাব ৷ আৰ্থিক দিশত লাভ হ’ব ৷

বৃষ ৰাশি : মিশ্ৰিত দিন ৷ ব্যয় অধিক হ’ব ৷ শিক্ষাৰ্থীৰ বাবে সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ মধ্যাহ্নৰ পিচত সকলোবোৰ ঠিক হ’ব ৷ কৰ্মক্ষেত্ৰত শুভ ৷ আপোনাৰ প্ৰতিকূলতাই হাৰ মানিব ৷

মিথুন ৰাশি : দিনটোত বাধা বিঘিনি আহিব পাৰে ৷ দিনটো ধৈৰ্য ধৰি থাকক ৷ ঘৰুৱা অশান্তিৰ বাবে পেচাগত দিশত সমস্যাৰ সৃষ্টি হ’বলৈ নিদিব ৷ আকস্মিকভাৱে আৰ্থিক ব্যয় হ’ব পাৰে ৷

কৰ্কট ৰাশি : এটা সাধাৰণ দিন ৷ সকলো দিশতেই আত্মবিশ্বাসেৰে আগবাঢ়িব কিন্তু দিনটোৰ পিছবেলা বাধা-বিঘিনি থাকিব পাৰে ৷ ধ্যান-সাধনাই আপোনাক সহায় কৰিব ৷ আবেগিক হৈ পৰিব, আপোনাৰ মন আৰু শৰীৰক উৎসাহী কৰি ৰাখক ৷ পৰিয়ালৰ সদস্যৰ মাজত ব্যৱধান আহিব পাৰে ৷ব্যয় তুলনামূলকভাৱে অধিক হ’ব ৷

সিংহ ৰাশি : আপোনাৰ অমায়িক ব্যক্তিত্ব আৰু আচৰণেৰে লোকৰ হৃদয় জয় কৰিব ৷ আপোনাৰ নম্ৰ ব্যৱহাৰে ঘৰৰ পৰিৱেশ আনন্দময় কৰি ৰাখিব ৷ শত্ৰু দূৰত থাকিব৷ আবেগিক নহ’ব ৷ চিন্তা কৰিহে কাম কৰক ৷

কন্যা ৰাশি : এটা শুভ দিন ৷ আপুনি মানুহৰ মনযোগ আকৰ্ষণ কৰিব পাৰিব ৷ প্ৰশংসা আৰু প্ৰেমেৰে পুৰস্কৃত হ’ব ৷ আপোনাৰ বিচাৰধাৰাই চাৰিওদিশৰ লোকসকলক প্ৰভাৱিত কৰিব আৰু আপোনাৰ আদৰ্শক অনুসৰণ কৰিব ৷ আৰ্থিক আৰু ব্যৱসায়িক লাভ হ’ব ।

তুলা ৰাশি : এটা জটিল দিন । মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ অৱনতি হোৱাৰ আশংকা আছে ৷ আপোনাৰ ক্ৰোধ বৃদ্ধি হ’ব পাৰে ৷ দুপৰীয়াৰ পিচত, দিনটো লাহে লাহে উন্নত হ’ব । আইনী সমস্যাসমূহৰ লগত লেনদেনৰ পৰা আতঁৰি থাকক, সাৱধান হওক।

বৃশ্চিক ৰাশি : গ্ৰহৰ কৃপাত দিনটো সুস্থ আৰু স্বাস্থ্যকৰ থাকিব । আৰ্থিক, ব্যৱসায়িক আৰু পেচাদাৰী লাভ হ’ব ৷ বন্ধুবৰ্গ আৰু প্ৰিয়জনৰ লগত ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ মধ্যাহ্নৰ পিচত, আপোনাৰ শৰীৰৰ অৱনতি হ’ব পাৰে ৷ মাত্ৰাধিক আহাৰ গ্ৰহণ নকৰিব । আপোনাৰ আক্ৰমণাত্মক প্ৰবৃত্তি নিয়ন্ত্ৰণ কৰক ৷

ধনু ৰাশি : সুন্দৰ দিন ৷ সকলো দিশ মৃসণৰূপে পাৰ হৈ যাব । ঘৰ আৰু কাৰ্যালয়ত পৰিৱেশ শান্ত হৈ থাকিব ৷ পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে । পেচাদাৰী দিশত যথেষ্ট পৰিমাণে লাভ অৰ্জন কৰিব ৷ পদোন্নতি বা বেতন বৃদ্ধি আশা কৰিব পাৰে । সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব । দিনটো সুস্থৰূপে থাকিব ।

মকৰ ৰাশি : আপুনি যদি নতুন কামৰ পৰিকল্পনা কৰি আছে তেন্তে উত্তম সময় ৷ দিনটো ফলপ্ৰসূ আৰু ভাগ্যশীল হ’ব । ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ ৷ মন্দিৰ দৰ্শন আৰু তীৰ্থযাত্ৰা পৰিকল্পনাৰ বাবে এটা ভাল দিন ।

কুম্ভ ৰাশি : দিনটো নিজকে ইতিবাচক, শান্ত আৰু সংযমিত কৰি ৰাখিব ৷ আপোনাৰ ক্ৰোধক নিয়ন্ত্ৰণ কৰক ৷ তৰ্ক কৰাৰ পৰা আঁতৰি থাকক ৷ সমস্যাৰ সমাধান কৰক । ঘৰলৈ বন্ধুবৰ্গৰ আগমণ ঘটিব পাৰে । মন্দিৰ দৰ্শন কৰক।

মীন ৰাশি : মিশ্ৰিত দিন হ’ব ৷ সৌভাগ্যশীল আৰু আনন্দদায়ক হ’ব । বন্ধু আৰু প্ৰিয়জনৰ লগত ভ্ৰমণ কৰিব পাৰে ৷ পেচাদাৰী দিশতো, সকলো মৃসণভাৱে চলিব আৰু কোনো সমস্যাৰ সন্মুখীন নহ’ব । মধ্যাহ্নৰ পিচত আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ পৰিয়ালৰ সদস্যসকলৰ লগত তৰ্কযুদ্ধ বা কাজিয়াৰ পৰা আঁতৰি থাকক । আৰ্থিক দিশত লোকচান হ’ব পাৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.