ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল - HOROSCOPE FOR 20th APRIL

author img

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 12:01 AM IST

Daily Horoscope For 20th April: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 20th April
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : খং নিয়ন্ত্ৰণ কৰক ৷ মানসিক চিন্তা হ’ব পাৰে ৷ কষ্টৰ ফল পাব ৷ সন্তানৰ বাবে চিন্তা হ’ব ৷ কামৰ হেঁচাত আপুনি পৰিয়ালক সময় দিব নোৱাৰিব ৷ চৰকাৰী কাম-কাজত সফলতা লাভ কৰিব ৷ পেটৰ বিষত ভুগিব পাৰে ৷

বৃষ ৰাশি : গণেশৰ কৃপাত আপুনি সফলতাৰ মুখ দেখিব ৷ পিতৃৰ ফালৰ পৰা সহায়ৰ হাত পাব ৷ ছাত্ৰ-ছাত্ৰীসকলে কষ্ট কৰক ৷ চৰকাৰী কামত সফলতা লাভ কৰিব ৷ ধন জমা কৰক ৷

মিথুন ৰাশি : গণেশৰ কৃপাত নতুন কাম আৰম্ভ কৰাৰ উত্তম সময় ৷ চৰকাৰী কামত সফল হ’ব আৰু পুৰস্কৃত হ’ব ৷ প্ৰতিবেশী আৰু বন্ধুৰ লগত কাজিয়া হ’ব পাৰে ৷ মতধাৰা সলনি হ’ব ৷ ব্যয়ৰ ক্ষেত্ৰত সাৱধান হওক ৷

কৰ্কট ৰাশি : নেতিবাচক চিন্তা নকৰিব, নতুন চিন্তাৰে দিনটো আৰম্ভ কৰক ৷ মানসিক আৰু শাৰিৰীকভাৱে দুৰ্বল অনুভৱ কৰিব ৷ বেয়া চিন্তাৰ পৰা আঁতৰি থাকক ৷

সিংহ ৰাশি: আত্মবিশ্বাস বৃদ্ধি হ’ব ৷ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সহজ হ’ব ৷ সামাজিক মৰ্যদা বৃদ্ধি হ’ব ৷ সাহসেৰে নিজৰ কথা ব্যক্ত কৰক ৷ শৰীৰ বেয়া হ’ব পাৰে ৷

কন্যা ৰাশি : অযথা কথাত কাজিয়াৰ সূত্ৰপাত নকৰিব ৷ মানসিক অশান্তিয়ে শাৰিৰিক অসুষ্ঠতা বাঢ়িব পাৰে ৷ সৰু কথাতে বন্ধুৰ লগত মত বিৰোধ হ’ব ৷ ধৰ্মীয় কামত ধন খৰচ হ’ব পাৰে ৷ শৰীৰৰ যত্ন লওক ৷ হুলস্থুল আৰু কাজিয়াৰ পৰা আঁতৰি থাকক ৷

তুলা ৰাশি : দিনটো শুভ । সকলো ক্ষেত্ৰৰপৰা সুযোগ-সুবিধা লাভ কৰিব আৰু লাভবান হ’ব । লক্ষণীয়ভাৱে আয় বৃদ্ধিৰ যোগ আছে। ফুৰিবলৈ অথবা বনভোজলৈ যাওক ৷ আপুনি যদি অবিবাহিত তেনেহ’লে বিবাহৰ যোগ আছে । সুখাদ্য ভোজনৰ সম্ভাৱনা আছে ।

বৃশ্চিক ৰাশি: গণেশৰ কৃপাত আপুনি সৌভাগ্যশালী হ’ব ৷ কৰ্মক্ষেত্ৰত শুভ ৷ আপুনি হাতত লোৱা সকলো কাম নিৰ্বিঘ্নে সমাপ্ত হব ৷ আমদানি বৃদ্ধি হ’ব ৷ পদোন্নতি হ’ব পাৰে ৷ সন্তানৰ কৃতিত্বই আনন্দিত কৰিব ৷

ধনু ৰাশি : শৰীৰ বৰ ভালে নাযাব ৷ মানসিক উদ্বিগ্নতা শাৰীৰিক অসুষ্ঠতাৰ কাৰণ হ’ব পাৰে ৷ ব্যৱসায়ত অশুভ ৷ ব্যৱহাৰ সলনি কৰক ৷ সাৱধানে সকলো কামত মনোনিৱেশ কৰক আৰু কাজিয়া নকৰিব ৷

মকৰ ৰাশি : যোগাভ্যাস কৰক ৷ অযথা চিন্তাৰ পৰা আঁতৰি থাকক ৷ শৰীৰ বেয়া হ’ব পাৰে ৷ খোৱা-বোৱা প্ৰতি চকু ৰাখক ৷ খং আৰু বেয়া চিন্তাৰ পৰা আঁতৰি থাকক ৷ কৰ্মক্ষেত্ৰৰ পৰিৱেশ অনুকূল নহ’ব ৷

কুম্ভ ৰাশি : আপোনাৰ পাৰিবাৰিক জীৱন অতি ৰোমাঞ্চিত হ’ব ৷ আপুনি সম্পূৰ্ণ আত্মবিশ্বাসেৰে কাম কৰিব ৷ ভ্ৰমনৰ যোগ আছে ৷ উপহাৰ আদান-প্ৰদান কৰক ৷ পাৰিবাৰিক জীৱন সুখকৰ ৷ নতুন বাহন ক্ৰয় কৰাৰ যোগ আছে ৷

মীন ৰাশি : শুভ দিন ৷ আত্মবিশ্বাস বৃদ্ধি হ’ব ৷ ঘৰত শান্তি আৰু সুখৰ পৰিৱেশ হ’ব ৷ আপোনাৰ সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.