ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল - HOROSCOPE FOR 12th APRIL

author img

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 12:03 AM IST

Daily Horoscope For 12th APRIL
আজিৰ দিনটোৰ ৰাশিফল

Daily Horoscope For 12th APRIL: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

মেষ ৰাশি : গ্ৰহৰ দশা কিছু অস্পষ্ট দেখা গৈছে ৷ জ্ঞানী মানুহৰ দৰে কাম কৰক ৷ অযথা বেছি খৰচ নকৰিব ৷ ধন ধাৰ নল’ব ৷ আপুনি কথাত নিয়ন্ত্ৰণ কৰক ৷ দিনটো ঘৰতে থাকক আৰু শৰীৰৰ যত্ন লওক ৷ ভাল খাদ্য খাওক ৷

বৃষ ৰাশি : গণেশৰ আশীৰ্বাদত দিন শুভ ৷ কলাসন্মত গুণ আৰু আত্মবিশ্বাস বাঢ়িব ৷ গহনা আৰু আন ব্যৱহৃত সামগ্ৰী ক্ৰয় কৰিব পাৰিব ৷ বন্ধু আৰু পৰিয়ালৰ লগত সুন্দৰ সময় পাৰ কৰিব ৷

মিথুন ৰাশি : উদ্বিগ্নতা আৰু চিন্তাগ্ৰস্ত হৈ থাকিব পাৰে ৷ পাৰিবাৰিক ক্ষেত্ৰত সাৱধান হওক ৷ কথা-বতৰাত নিয়ন্ত্ৰণ কৰক ৷ আকস্মিক দুৰ্ঘটনাৰ যোগ আছে ৷ অযথা খৰচ আৰু চিন্তাৰ পৰা বিৰত থাকক ৷ ধ্যান আৰু প্ৰাৰ্থনা কৰক ৷

কৰ্কট ৰাশি : গণেশৰ কৃপাত ধন লাভৰ দিশ আছে ৷ উপাৰ্জন বৃদ্ধি হ’ব, ব্যৱসায়ত উন্নতি ৷ মহিলা বন্ধুৱে আপোনাক সহায় কৰিব ৷ স্বামী আৰু সন্তানৰ পৰা আনন্দ পাব ৷ বিবাহৰ বাবে উত্তম দিন ৷ বন্ধুৰ লগত ফুৰিবলৈ যাব ৷ প্ৰিয় খাদ্যৰ সোৱাদ লওক ৷

সিংহ ৰাশি : ব্যৱসায়ী আৰু চাকৰিয়ালৰ বাবে উত্তম দিন ৷ আপুন কামত সফলতা লাভ কৰিব ৷ আপোনাৰ পিতৃৰ পৰা সহায় লাভ কৰিব ৷ শৰীৰ সুস্থ ৷

কন্যা ৰাশি : আজিৰ দিনটো শুভ ৷ ভ্ৰমনৰ কথা ভাবক ৷ প্ৰিয়জনৰ লগত বা বন্ধুৰ লগত ভ্ৰমনৰ যোগ আছে ৷ ভাল খবৰৰ আশা কৰিব পাৰে ৷ আপোনাৰ ভাতৃ-ভগ্নীৰ লগত সম্বন্ধ ভাল হ’ব ৷ আৰ্থিক দিশত লাভজনক ৷ ধন জমা কৰক ৷

তুলা ৰাশি : নতুন পৰিকল্পনা কৰক ৷ বিপৰীতমুখী চিন্তা-চৰ্চা নকৰিব ৷ প্ৰতিদ্বন্দ্বীৰ ব্যবহাৰৰ প্ৰতি চকু ৰাখক ৷ শৰীৰৰ যত্ন লওক ৷ জ্যোতিষশাস্ত্ৰ অধ্যয়ন কৰাৰ বাবে উপযুক্ত সময় ৷ মন শান্ত ৰাখিবলে ধ্যানৰ সহায় ল’ব পাৰে ৷ পানী আৰু মহিলাৰ পৰা সাবধানে থাকক ৷

বৃশ্চিক ৰাশি : সকলো বিষয়ত নতুনত্ব লাভ কৰিব ৷ নিজৰ অস্তিত্বৰ বাবে কষ্ট কৰক ৷ বন্ধুৰ লগত সন্মানজনক কাম আৰম্ভ কৰক ৷ গাড়ী ক্ৰয় কৰাৰ উপযুক্ত সময় ৷ সামাজিক কামত ভাগ লব পাৰে ৷ বিবাহৰ যোগ আছে ৷

ধনু ৰাশি: আৰ্থিক দিশত শুভ ৷ সম্পত্তি ক্ৰয় কৰাৰ কথা ভাবিব পাৰে ৷ ঘৰত শান্তি অনুভৱ কৰিব ৷ শৰীৰ সুস্থ ৷ ভাল খবৰ লাভ কৰিব পাৰে ৷ মহিলাৰ লগত তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক ৷

মকৰ ৰাশি : কোনো বিশেষ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক ৷ , টোপনি পূৰ কৰক ৷ শৰীৰ কিছু পৰিমানে অসুস্থ হ’ব পাৰে ৷ কামত সাৱধান হওক, কৰো লগত কাজিয়াত লিপ্ত নহ’ব ৷

কুম্ভ ৰাশি : এক ৰোমাণ্টিক দিন ৷ আপোনাৰ জীৱনলৈ বিশেষজন অহাৰ সম্ভাৱনা আছে ৷ মাতৃৰ পৰা বিশেষ লাভান্বিত হ’ব ৷ সম্পত্তি বা বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত সাৱধান হ’ব ৷

মীন ৰাশি : সৌভাগ্যশালী দিন ৷ কলাসুলভ কামত জড়িত হওক ৷ হাতত থকা কাম সময়ত শেষ কৰিব পাৰিব ৷ বন্ধুৰ লগত ফুৰিবলৈ যাব পাৰে ৷ প্ৰিয়জনৰ লগত সময় কটাওক ৷ তেওঁক লগ কৰিবলৈ যাওঁতে এথোপা গোলাপ নিবলৈ নাপাহৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.