ETV Bharat / bharat

Daily Horoscope For 8th February: কেনে যাব আপোনাৰ আজিৰ দিনটো ?

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 6:00 AM IST

Daily Horoscope For 8th February: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 8th February 2024
কেনে যাব আপোনাৰ আজিৰ দিনটো ?

মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে ইমান ভাল নহয় ৷ চৰ্দি-কাঁহ-জ্বৰ আদি ৰোগে দেখা দিব পাৰে তথা মানসিক ক্ষোভ দেখা দিব পাৰে ৷ আনক সাহায্য কৰিলে নিজৰহে ক্ষতি হ’ব পাৰে ৷ আনৰ হৈ বিত্তীয় লেনদেন নকৰিব ৷ আত্মবিশ্বাসৰ অভাৱ আৰু সিদ্ধান্ত লোৱাৰ অক্ষমতাই আপোনাৰ সমস্যা বৃদ্ধি কৰিব ৷ ডাঙৰ ক্ষতি হোৱাৰ আশংকা থকা সৰু-সুৰা লাভৰ পিছে পিছে দৌৰি নাযাব ৷

বৃষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে সমৃদ্ধি আৰু সৌভাগ্যই অপেক্ষা কৰি আছে ৷ ব্যৱসায়ৰ পৰা অত্যধিক লাভ পোৱাৰ আশা আছে ৷ বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে সময় কটাব পাৰিলে আপোনাৰ আনন্দ দুগুণ বৃদ্ধি পাব ৷ বাহিৰত ফুৰিবলৈ গৈ আনন্দ পাব ৷ নতুন মানুহক লগ পাই আৰু নতুন মানুহৰ সৈতে চিনাকী হৈয়ো ভাল পাব ৷

মিথুন ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে আনন্দদায়ক আৰু শুভ ৷ সহকৰ্মী আৰু ঊৰ্ধ্বতনসকলে আপোনাৰ সহযোগিতা কৰিব আৰু আপোনাৰ কামৰ প্ৰশংসা কৰিব ৷ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধিৰ সম্ভাৱনা আছে ৷ পদোন্নতিৰ প্ৰবল যোগ আছে ৷ বন্ধু আৰু আপোনাৰ প্ৰশংসকসকে আপোনাৰ বাবে উপহাৰ লৈ আহিব ৷ আজি স্বাস্থ্যক লৈ কোনো সমস্যা নহয় ৷ মানুহৰ সৈতে মিলামিচা কৰিলে আপোনাৰ শৰীৰ-মন ভালে থাকিব ৷

কৰ্কট ৰাশি: দিনটোৰ বেছি সময় প্ৰাৰ্থনা আৰু মন্দিৰ ভ্ৰমণতে যাব ৷ সঁচা-মিচাৰ তৰ্ক বিতৰ্কই আপোনাক ব্যস্ত ৰাখিব ৷ এনে ধৰ্মমূলক যাত্ৰাই আপোনালৈ লাভ কঢ়িয়াই আনিব ৷ আপোনাৰ পৰিয়ালেও আপোনাক লগ দিব ,আৰু একেলগে সময় কটাব পাৰিব ৷ ভাল শৰিৰ আৰু ভাল ধনৰ অবস্থাই আনন্দ প্ৰদান কৰিব ৷ আপোনি শান্ত থাকিব পাৰিব আৰু হথাৎ হোৱা ধনাগমনে আপোনাক আচৰিত কৰি তুলিব ৷ এই সময়ত গ্ৰহৰ প্ৰভাৱ দেখা পোৱা যাব আৰু সুন্দৰ জীৱন লাভ কৰিব ৷

সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে আজিৰ দিনটো মধ্যমীয়া ৷ আজি আপুনি ধৰ্মীয় আৰু শুভ অনুষ্ঠানত ব্যস্ত হৈ থাকিব, লগতে ধৰ্মীয় স্থানত ভ্ৰমণো হ’ব পাৰে ৷ নিজৰ ক্ৰোধক আজি নিয়ন্ত্ৰণত ৰাখে যেন ৷ বিদেশত বসবাসকাৰী আপোনাৰ প্ৰিয়জনৰপৰা সু-সংবাদ পাব পাৰে ৷ আজি আপোনাৰ হাতত যি কাম থাকিব, সেইটোক শেষ কৰাৰ প্ৰতি মনোযোগ দিয়ক, আজি আপুনি কাম কৰোঁতে কিছু বাধা-বিঘিনি পাব পাৰে ৷ সেই কামবোৰক সময়ত শেষ কৰাৰ দিশত আপুনি মনোযোগ দিব লাগিব ৷ আজি আপুনি মানসিক সমস্যাত জৰ্জৰ হৈ থাকিব, এই সমস্যাৰ অন্যতম কাৰণ আপোনাৰ সন্তান ৷

কন্যা ৰাশি: আপুনি যদি কোনো উদ্যোগ হাতত লোৱাৰ পৰিকল্পনা কৰি আছে, তেতিয়া হ’লে আজি নল’ব ৷ ৰাস্তাত বিক্ৰী হোৱা জুতিলগা খাদ্য আদি নাখাব আজি ৷ এইবোৰ খালে আপুনি স্বাস্থ্যৰ বাবে বিপদ মাতি আনিব ৷ নিজৰ খঙক নিয়ন্ত্ৰণত ৰাখক আৰু কাৰো বিৰুদ্ধে কোনো কটুবাক্য প্ৰয়োগ নকৰিব ৷ তেতিয়াহে আপুনি অপ্ৰীতিকৰ পৰিস্থিতিক এৰাই যাব পাৰিব ৷ পৰিয়ালৰ লোকৰ সৈতে উত্তপ্ত কথাবতৰা বা বিতৰ্কৰ ফলত আপুনি দুখ পাব ৷ পানীৰপৰা সাৱধান ৷ ব্যয়ৰ যোগ আছে ৷ সংঘাতৰ সৃষ্টি কৰিব পৰা অবৈধ আৰু অনৈতিক কাৰ্যকলাপৰ পৰা দূৰত থাকক ৷

তুলা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ ৷ কোনো চিন্তা নোহোৱাকৈ আপোনাৰ দিনটো পাৰ হৈ যাব ৷ বহু সাংস্কৃতিক ঘটনা বা বিষয়ক লৈ আপুনি ব্যস্ত হৈ থাকিব দিনটো ৷ শ্বপিং কৰি ভাল পোৱা লোকসকলে সাজু হওঁক ৷ আজি নতুন পোছাক ক্ৰয় কৰক, নতুন গহনা ক্ৰয় কৰক ৷ আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে উজ্জীৱিত হৈ থাকিব ৷ সমাজৰপৰা শ্ৰদ্ধা আৰু সন্মান পোৱাৰ লগতে আজি আপুনি ভাল ভাল খাদ্য ভোজন কৰিব পাৰিব ৷ আনন্দ কৰক!

বৃশ্চিক ৰাশি: আজি ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ হৈ থকাৰ যোগ আছে ৷ আজি আপুনি সুস্থ সবল হৈ থাকিব ৷ আৰু শাৰীৰিক-মানসিকভাৱে উজ্জীৱিত হৈ থাকিব ৷ যিসকলে বেমাৰত ভুগি আছিলে, তেওঁলোকে সুস্থ হৈ উঠিব ৷ স্বাস্থ্যৰ ক্ষেত্ৰত চকুত পৰাকৈ উন্নতি পৰিলক্ষিত হ’বই হ’ব ৷ সহকৰ্মীসকলৰপৰা সাহা্য আৰু সহযোগিতা লাভ কৰিব আৰু প্ৰতিযোগীসকলক পৰাস্ত কৰিব পাৰিব ৷ পুৰণি বান্ধৱীক লগ পাব পাৰে ৷ মাতৃৰ ফালৰপৰা সুসংবাদ পাব পাৰে ৷ অসম্পূৰ্ণ হৈ থকা কাম আজি সম্পূৰ্ণ হ’ব ৷ যিদিনা আৰ্থিক লাভ হয়, আৰু খৰচ কম হয়, সিদিনা আৰু কি লাগে!

ধনু ৰাশি: ভ্ৰমণৰ পৰিকল্পনা থাকিলে পিছুৱাই দিয়ক ৷ হজমৰ সমস্যাই আপোনাৰ আমনি দিব পাৰে ৷ গোটেই দিন আপুনি সন্তানৰ পঢ়াশুনা আৰু স্বাস্থ্যক লৈ চিন্তাত থাকিব ৷ কামত ব্যৰ্থ হোৱাৰ বাবে আপুনি হতাশ হৈ থাকিব ৷ ক্ৰোধৰ উপৰত নিয়ন্ত্ৰণ ৰাখক আৰু বৌদ্ধিক আলোচনাৰপৰা বিৰত থাকক ৷ অৱশ্যে আজি আপোনাৰ শিল্পকলা আৰু সাহিত্যৰ প্ৰতি আগ্ৰহ বাঢ়িব পাৰে ৷ প্ৰিয়জনৰ সৈতে ভাল সময় কটাব, আনন্দ ফুৰ্তি কৰিব ৷

মকৰ ৰাশি: আজি আপুনি উৎসাহ-উদ্দীপনাৰ অভাৱ থাকিব লগতে শাৰীৰিক আৰু মানসিকভাৱেও আপুনি উন্নত অৱস্থাত নাথাকিব ৷ পৰিয়ালত সংঘাত ইয়াৰ কাৰণ হ’ব পাৰে ৷ বা আপোনাৰ আজি মন বেয়া হৈ থাকিব পাৰে ৷ আজি আপোনাৰ বুকু বিষ হ’ব পাৰে বা আপোনাৰ টোপনি নহ’ব পাৰে বা এনেকুৱা কিবা ঘটিব যাৰ ফলত আপোনাৰ সুনাম নষ্ট হ’ব বা সামাজিক মৰ্যাদাৰ হানি হ’ব ৷ মনত আনন্দ আৰু উদ্যমৰ অভাৱৰ বাবে আপোনাৰ দিনটো বিবৰ্ণ আৰু আমনিদায়ক হৈ থাকিব ৷ পানীৰ পৰা সাৱধান আৰু নাৰীকেন্দ্ৰিক নেতিবাচক প্ৰভাৱৰ পৰা দূৰত থাকক ৷ দিনৰ শেষত ভাল টোপনিৰ বাবে ধ্যান কৰক ৷

কুম্ভ ৰাশি: আজি আপুনি যেতিয়া ফুৰ্তি মনেৰে থাকিব তেতিয়া এটা ভাল আৰু মনোৰম দিন উপভোগ কৰিব পাৰিব ৷ আজি আপোনাক দুশ্চিন্তাৰ ডাৱৰে আগুৰি নধৰে কাৰণে আপুনি উৎসাহ-উদ্দীপনা আৰু আনন্দেৰে পৰিপূৰ্ণ হৈ থাকিব ৷ আজি আপুনি কৰিবলগীয়া কামৰ তালিকাত ৰাখিব বন্ধুৰ সৈতে উপহাৰ আদানপ্ৰদান আৰু ভাই-ভনীসকলৰ সৈতে ভাল সময় কটোৱা ৷ আপুনি সৰু-সুৰা ভ্ৰমণৰ আয়োজন কৰিব পাৰে, যি সুখকৰ হ’ব ৷ আজি আপোনাৰ উপৰত ভাগ্য সুপ্ৰসন্ন হৈ থাকিব বাবে আপুনি সফলতা লাভ কৰিব আৰু আপোনাৰ প্ৰতিযোগীসকলক পিছ পেলাই আগবাঢ়ি যাব পাৰিব ৷

মীন ৰাশি: নিজৰ হিচাপ পত্ৰ ঠিক কৰাৰ সময়ত গুৰুত্বপূৰ্ণ কামখিনি আগতে কৰি থওঁক ৷ আজি আপোনাৰ ব্যয়ৰ যোগ আছে ৷ আপুনি যদি সঠিক সময়ত নিজৰ ক্ৰোধ আৰু কথাক নিয়ন্ত্ৰণ নকৰে তেতিয়া হ’লে সংঘাতত লিপ্ত হৈ পৰাৰ আশংকা আছে ৷ স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো মধ্যমীয়া ৷ টকা লেনদেনৰ ক্ষেত্ৰত সতৰ্ক থাকক ৷ পৰিয়ালৰ লোকৰ সৈতে বিতৰ্ক এৰাই চলক আৰু মনত অহেতুক চিন্তা আহিবলৈ নিদিব ৷ এইবোৰ নকৰিলে আপোনাৰ আজিৰ মধ্যমীয়া দিনটো অধিক বেয়াহে হ’ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.