ETV Bharat / bharat

Daily Horoscope For 4th February: কেনে যাব আপোনাৰ আজিৰ দিনটো ?

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 6:00 AM IST

Daily Horoscope For 4th February: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 4th February 2024
কেনে যাব আপোনাৰ আজিৰ দিনটো ?

মেষ ৰাশি: আজি গোটেই দিনটো আপোনাৰ মনত দুখ আৰু ক্ষোভ থাকিব । নিজৰ বাক্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব । মাতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগ দিয়ক । সম্পত্তি সম্বন্ধীয় কাজিয়া বিবাদৰ পৰা আঁতৰি থাকক । যান-বাহন চলাওতে সাৱধান হ'ব । নদী-পুখুৰী আদিৰ পৰা আঁতৰত থাকক । পঢ়ুৱৈ আৰু পণ্ডিত ব্যক্তিসকলৰ বাবে দিনটো অন্য দিনৰ দৰেই থাকিব ।

বৃষ ৰাশি: আজি দিনটো আপুনি সুস্থ-সবল আৰু উৎসাহ-উদ্দীপনাৰে পৰিপূৰ্ণ হৈ থাকিব । আজি আপুনি কল্পনাবিলাসী আৰু সৃজনশীল হৈ থাকিব, লগতে নিজৰ স্বৰ্গৰাজ্যত বিচৰণ কৰিব । আজি আপুনি পৰিয়ালৰ সৈতে সময় কটাব । আৰ্থিক দিশত আজি আপুনি বিশেষভাৱে গুৰুত্ব দিব । সুস্বাদু ভোজন গ্ৰহণ কৰিব পাৰে ।

মিথুন ৰাশি: আপুনি সময়ত কোনো কাম শেষ কৰিব নোৱাৰিব, কাম কৰিবলৈ যাওঁতে বাধাৰ সন্মূখীন হ'ব পাৰে । আৰ্থিক দিশত অসুবিধাৰ সন্মূখীন হ'ব পাৰে ৷ পৰিকল্পনা অনুসৰি আপোনাৰ কাম সমাপন হ'ব । কৰ্মক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ অন্যান্য দিনৰ দৰেই হ'ব । সহকৰ্মীসকলে আপোনাৰ সৈতে স্বাভাৱিক আচৰণ কৰিব ।

কৰ্কট ৰাশি: আনন্দ, হাঁহি-ফুৰ্তি, উলহ-মালহেৰে আজিৰ দিনটো আপুনি বন্ধু আৰু সতীৰ্থসকলৰ সৈতে পাৰ কৰিব । ভ্ৰমণৰ যোগ । সুস্বাদু খাদ্য গ্ৰহণ কৰিব পাৰে । আজি আপুনি অত্যধিক আৱেগিক আৰু সংবেদনশীল হৈ থাকিব । আৰ্থিক লাভ হ’ব পাৰে ।

সিংহ ৰাশি: আজি আপুনি মানসিকভাৱে অস্থিৰ আৰু অধৈৰ্য অনুভৱ কৰিব । তৰ্ক বিবাদৰ পৰা আঁতৰত থাকক । আইনী কাম-কাজত সাৱধানতা অৱলম্বন কৰিব । সংবেদনশীল আৰু পক্ষপাতহীন আচৰণ কৰক । ব্যয় অধিক হ'ব পাৰে ।

কন্যা ৰাশি: আজিৰ দিনটো সুখ-শান্তি আৰু পৰিতৃপ্তিৰে পৰিপূৰ্ণ হৈ থাকিব । সকলো ক্ষেত্ৰৰপৰা লাভবান হ’ব । এই ক্ষেত্ৰত আপুনি বন্ধুৰ সহায় লাভ কৰিব । বন্ধুৰ সৈতে নৈসৰ্গিক স্থানত ভ্ৰমণৰ যোগ । সন্তানৰ পৰা সু-সংবাদ লাভ কৰিব পাৰে ।

তুলা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে অত্যধিক শুভ । ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত দিনটো উন্নতি লাভ কৰিব । ঊৰ্ধ্বতন কৰ্তৃপক্ষসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হোৱাৰ যোগ । পদোন্নতিৰ যোগ । ঘৰত সুখ আৰু শান্তি বৰ্তি থাকিব । মাতৃৰপৰা কোনো লাভ আৰু উপকাৰ পাব পাৰে ।

বৃশ্চিক ৰাশি: আজি আপুনি কৰ্মক্ষেত্ৰত সতৰ্ক আৰু সাৱধান হৈ থাকক । আপোনাৰ কৰ্মত অসুবিধা বাধাৰ সৃষ্টি হ'ব পাৰে । যাৰ ফলত আপুনি হতাশ আৰু বিষণ্ণ হৈ পৰিব পাৰে । লগতে আপুনি এলেহুৱা আৰু উদ্যমহীনতা অনুভৱ কৰিব পাৰে । গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে সঠিক সময় নহয় ৷ অপৰিকল্পিত ব্যয়ৰ বাবে সাজু থাকক । ভ্ৰমণৰ যোগ ।

ধনু ৰাশি: নতুন প্ৰকল্প আৰু কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো বিশেষ এটা ভাল নহয় । নতুন কোনো চিকিৎসা আজিৰ দিনটোত কৰাটো শুভ নহ'ব । আপোনাৰ কথা-বতৰা আৰু আচৰণৰ প্ৰতি সাৱধান হওঁক । অত্যধিক সংবেদনশীলতা আপোনাৰ বাবে ক্ষতিকাৰক হ’ব পাৰে । স্বাস্থ্যৰ প্ৰতি চকু দিয়ক । ব্যয় অধিক হোৱাৰ সম্ভাৱনা । অবৈধ সম্পৰ্ক আৰু বেআইনী কামত লিপ্ত নহ’ব । প্ৰাৰ্থনা আৰু ধ্যান কৰক ।

মকৰ ৰাশি: দিনটো শুভ । ব্যৱসায়ত উন্নতি । ব্যৱসায়িক লেনদেনৰ জৰিয়তে আয়বৃদ্ধি হোৱাৰ সম্ভাৱনা অধিক । আৰ্থিক দিশত উন্নতি । ভ্ৰমণৰ যোগ ৷

কুম্ভ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে এক বিশেষ দিন । কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব । ব্যৱসায়ৰ অংশীদাৰসকলে আৰু লগতে সহকৰ্মীসকলেও আপোনাক সহায়-সহযোগিতা আগবঢ়াব । পৰিয়ালৰ সৈতে সময় কটালে আনন্দ লাভ কৰিব ।

মীন ৰাশি: আজি আপুনি সৃজনশীল হৈ থকাৰ সম্ভাৱনা আছে । আপুনি নিজৰ কল্পনা ৰাজ্যত বিচৰণ কৰিব । আজিৰ দিনটো শিক্ষক তথা পণ্ডিতসকলৰ বাবে এক শুভ দিন বুলি গণ্য কৰিব পাৰি । আজিৰ দিনটো আপুনি প্ৰচণ্ড চিন্তাশীল আৰু আৱেগিক হৈ থাকিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.