ETV Bharat / bharat

Daily Horoscope For 3rd February: কেনে যাব আপোনাৰ আজিৰ দিনটো ?

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 6:01 AM IST

Daily Horoscope For 3rd February: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 3rd February 2024
কেনে যাব আপোনাৰ আজিৰ দিনটো ?

মেষ ৰাশি: আজি আপুনি সামাজিক স্বীকৃতি লাভ কৰিব পাৰে ৷ আৰ্থিক লাভৰ যোগ আছে ৷ আপোনাৰ ব্যক্তিগত জীৱন সুখ আৰু পৰিতৃপ্তিৰে ভৰি পৰিব ৷ আজি আপুনি বৌদ্ধিক আলোচনাত অংশগ্ৰহণ কৰিব পাৰে, কিন্তু ভাবি চিন্তি কথা পাতিব ৷ আজি আপোনাৰ মনত অজস্ৰ চিন্তাৰে পৰিপূৰ্ণ হৈ থাকিব ৷ আপোনাৰ মন আজি সন্তোষজনক হৈ থাকিব আৰু এই মনোভাৱৰ দ্বাৰা আপোনাৰ লাভো হ’ব পাৰে ৷

বৃষ ৰাশি: আজি গোটেই দিনটো আপুনি আনন্দত থাকিব ৷ আপুনি মানসিকভাৱে সুস্থ অনুভৱ কৰিব ৷ আপোনাৰ সকলো কাম পৰিকল্পনা অনুসৰি সম্পন্ন হ’ব ৷ আৰ্থিক লাভৰ যোগ আছে ৷ অসমাপ্ত কাম সমাপ্ত কৰিব ৷ পিতৃ-মাতৃৰ পৰা সুসংবাদ পাব ৷ পিতৃ-মাতৃৰ দ্বাৰা উপকৃতও হ’ব ৷ যিসকলে অসুস্থতাত ভুগি আছে তেওঁলোকে সুস্থ হৈ উঠিব ৷ সহকৰ্মীসকলৰ পৰা সহযোগিতা লাভ কৰিব ৷

মিথুন ৰাশি: স্বামী বা স্ত্ৰী আৰু সন্তানৰ স্বাস্থ্যক লৈ এই সপ্তাহটো চিন্তাত থাকিব ৷ তৰ্ক-বিতৰ্কৰ পৰা দূৰত থকাই ভাল ৷ আপোনাক লাঞ্ছনা কৰাৰ সুযোগ কাকো নিদিব ৷ বন্ধুসকলৰ নামত ব্যয় কৰিবলগীয়া হ’ব পাৰে আপুনি ৷ পেটৰ সমস্যা দেখা দিব পাৰে ৷ কোনো কামৰ একেবাৰে আৰম্ভণিত ব্যৰ্থতাৰ আশংকা আছে ৷ যিমান দূৰ পাৰে ভ্ৰমণ এৰাই চলক ৷

কৰ্কট ৰাশি: বেয়া চিন্তাই আজি আপোনাক বিষণ্ণ কৰি ৰাখিব ৷ আজি আপুনি আনন্দ-উৎসাহ-উদ্দীপনাৰ অভাৱ অনুভৱ কৰিব ৷ পৰিয়ালৰ লোকৰ সৈতে বিবাদৰ সম্ভাৱনা আছে ৷ ব্যয় বৃদ্ধি হ’ব পাৰে আৰু আপুনি ব্যৰ্থতাৰ মুখামুখি হ’ব পাৰে ৷ আজি অনাহাৰে থাকিবলগীয়া হ’ব পাৰে ৷ আজি আপোনাৰ টোপনিও ভাল নহ’ব হয়তো ৷ হৃদৰোগত ভুগিব পাৰে ৷

সিংহ ৰাশি: ঈশ্বৰৰ আশীৰ্বাদত আজি গোটেই দিনটো আপোনাৰ আনন্দ আৰু শান্তিৰে পাৰ হ’ব ৷ ভাইভনীসকলৰ সৈতে সম্পৰ্ক আৰু সুদৃঢ় হৈ উঠিব ৷ ভাইভনীৰপৰা বহুত সাহায্য পাব ৷ প্ৰত্যেক সম্পৰ্ক আৱেগিক গভীৰতা আপুনি উপলব্ধি কৰিব ৷ ওচৰৰ কোনোবা পৰ্যটন ক্ষেত্ৰলৈ ফুৰিব যাব পাৰে ৷ আজি আপুনি নিজক উদ্বেগমুক্ত অনুভৱ কৰিব আৰু আজি যিয়ে কৰিব তাতেই সফলতা পাব ৷

কন্যা ৰাশি: সাংসাৰিক পৰিৱেশ আনন্দময় হৈ থাকিব ৷ আপুনি নিজৰ মিঠা মাতেৰে সফলভাৱে সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব ৷ বৌদ্ধিক আলোচনাৰপৰা দূৰত থাকক ৷ আজি আপুনি মিঠাই আদি খাই আনন্দ পাব পাৰে ৷ ভ্ৰমণৰ যোগ আছে ৷ ব্যয় নিয়ন্ত্ৰণ কৰক ৷ শিক্ষকসকলৰ কাৰণে সময়টো কিছু জটিল ৷

তুলা ৰাশি: আজি আপুনি নিজৰ আৰ্থিক দিশটোৰ পৰিকল্পনা প্ৰণালীবদ্ধভাৱে ঠিক কৰিব ৷ আজি আপোনাৰ সৃজনশীল মন উত্তম অৱস্থাত আছে বাবে বহুতো সৃজনশীল চিন্তাধাৰা আপোনাৰ মনত উপজিব ৷ আজি আপুনি সুস্থ শৰীৰ আৰু সুস্থ মনৰ অধিকাৰী হৈ থাকিব ৷ আপুনি আজি কামত মনোযোগী হ’ব আৰু সময়ত কাম শেষ কৰিব পাৰিব ৷ আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ’ব পাৰে ৷ আনন্দ আৰু মনোৰঞ্জনৰ নামত আপুনি আজি বহুত টকা খৰছ কৰিবলগীয়া হ’ব পাৰে ৷

বৃশ্চিক ৰাশি: আপুনি নিজৰ আগ্ৰাসী মনোভাৱ আৰু কথাবতৰাক নিয়ন্ত্ৰণ কৰি ৰাখক ৷ উদ্বেগ আৰু শাৰীৰিক সমস্যাৰ কাৰণে আজি আপুনি বিভ্ৰান্ত হৈ থাকিব ৷ গাড়ী চলাওঁতে অত্যন্ত সাৱধানে থাকিব, কিয়নো দুৰ্ঘটনা হোৱাৰ আশংকা আছে ৷ সম্ভৱ হ’লে চাৰ্জাৰী নকৰাব আজি ৷ আজি আপুনি প্ৰিয়জন আৰু পৰিয়ালৰ লোকৰ সৈতে বিবাদত লিপ্ত হ’ব পাৰে ৷ মামলা-মোকৰ্দমা এৰাই চলক, তথাপি যদি এইবোৰত সোমাবলগীয়া হয়, তেতিয়া হ’লে সাৱধানে পদক্ষেপ কৰক ৷ মনোৰঞ্জনৰ নামত খৰছ কৰিব পাৰে ৷

ধনু ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে ফলদায়ক ৷ আজি আপুনি আৰ্থিক, সামাজিক আৰু ব্যক্তিগত ক্ষেত্ৰত লাভৱান হ’ব পাৰে ৷ আপুনি নিজৰ প্ৰিয়জনৰ সৈতে সুখকৰ ভ্ৰমণত যাব পাৰে ৷ ব্যৱসায়ৰ কাৰণে দিনটো ভাল ৷ সংসাৰত শান্তি বিৰাজ কৰিব ৷ বিবাহপ্ৰাৰ্থীসকলে আদৰ্শ সংগী বা সংগিনী বিচাৰি পাব ৷

মকৰ ৰাশি: আপোনাৰ পৰিয়াল আজি আপোনাৰ আনন্দৰ কাৰণ হ’ব পাৰে ৷ বন্ধু আৰু প্ৰিয়জনক সাক্ষাৎ কৰি আপুনি আনন্দ পাব পাৰে ৷ ব্যৱসায়ৰ কাৰণে ধনৰ যোগাৰ কৰাৰ সময়ত সমস্যাত পৰিব পাৰে ৷ কিন্তু সমস্যাত পৰিলে আপোনাৰ লাভহে হ’ব ৷ কৰ্মক্ষেত্ৰত আপুনি অধিক ধন আৰু অধিক সন্মান অৰ্জন কৰিব ৷ আপোনাৰ কামত আপোনাৰ উৰ্ধ্বতনসকল সন্তুষ্ট হ’ব ৷ সাৱধানে থাকক, দুৰ্ঘটনা হ’ব পাৰে ৷

কুম্ভ ৰাশি: নিজৰ প্ৰতিযোগীসকলৰ সৈতে বিবাদত লিপ্ত নহ’ব ৷ আজি আপুনি শাৰীৰিকভাৱে সুস্থ নাথাকিব পাৰে ৷ এলেহুৱাভাৱে আপোনাক আমনি দি থাকিব ৷ তথাপি আপুনি মানসিক আনন্দ উপভোগ কৰিব ৷ ঊৰ্ধ্বতনসকলৰ সৈতে কথা পতাৰ সময়ত সতৰ্ক থাকিব ৷ মনোৰঞ্জনৰ কামত খৰচ হ’ব পাৰে ৷ সন্তানক লৈ উদ্বেগ হ’ব পাৰে ৷ বিদেশৰপৰা কিবা খবৰ পাব পাৰে ৷

মীন ৰাশি: অনৈতিক কাৰ্যকলাপত যুক্ত হৈ আপুনি বিপদত পৰিব পাৰে ৷ নিজৰ মুখত লেকাম টানি ৰাখক, আৰু নিজৰ খং নিয়ন্ত্ৰণ কৰি ৰাখক ৷ আপোনাৰ স্বাস্থ্যক লৈ সাৱধানে থাকক ৷ অবৈধ কাৰ্যকলাপত লিপ্ত নহ’ব ৷ দৰৱ আদি কিনাৰ নামত খৰছ হ’ব পাৰে ৷ আপুনি অস্থিৰ হৈ থাকিব যেন লাগিছে ৷ নেতিবাচক মনোভাৱে আপোনাৰ ব্যক্তিগত জীৱনৰ উপৰত বেয়া প্ৰভাৱ পেলাব পাৰে, এইবোৰ মনলৈ আহিব নিদিব ৷ আপোনাৰ আৰাধ্য দেৱতাৰ উপৰত শ্ৰদ্ধা বিশ্বাসৰ জোৰত আপুনি সঠিক দিশা লাভ কৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.