ETV Bharat / bharat

Daily Horoscope For 30th January: কেনে যাব আপোনাৰ আজিৰ দিনটো ?

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 6:01 AM IST

Daily Horoscope For 30th January: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 30th January 2024
কেনে যাব আপোনাৰ আজিৰ দিনটো ?

মেষ ৰাশি: দিনটো যথেষ্ট শুভ ৷ বন্ধু বা পৰিয়ালৰ লোকৰ সৈতে আনন্দৰে সৈতে অনুষ্ঠানত যোগ দিব পাৰে ৷ বন্ধুৰ দ্বাৰা উপকৃত আৰু লাভবান হ’ব ৷ বয়োজ্যেষ্ঠসকলৰ পৰা মৰম-চেনেহ পাব ৷

বৃষ ৰাশি: দিনটো অত্যন্ত শুভ ৷ নতুন কাম আৰু উদ্যোগ হাতত ল’ব পাৰে ৷ বৃত্তিধাৰী আৰু ব্যৱসায়ীসকলৰ কাৰণে দিনটো লাভদায়ক ৷ প্ৰশংসা লাভ কৰিব ৷ মৰম আৰু সন্মান পোৱাৰ সম্ভাৱনা আছে ৷ যদিও আপুনি আপোনাৰ কৰ্মৰ ফল পোৱাত অলপ পলম হ’ব পাৰে কিন্তু আপোনাৰ কষ্ট অথলে নাযায় ৷ ধন গোটোৱাৰ বাবে সুন্দৰ সময় ৷

মিথুন ৰাশি: মনটো অস্থিৰ হৈ থাকিব ৷ দুৰ্বলতা, শক্তিহীনতা আৰু কামৰ প্ৰতি এলাহ ভাৱ আছে ৷ পেটৰ সমস্যা হ’ব পাৰে ৷ ব্যয় বৃদ্ধি ৷ সহকৰ্মীসকলৰ আচৰণ জটিল হ’ব, তেওঁলোকৰ পৰা সহযোগিতা নাপাব ৷

কৰ্কট ৰাশি: দিনটো দুৰ্ভাগ্য আৰু আশংকা কঢ়িয়াই লৈ আহিব ৷ নতুন কাম হাতত লোৱাৰ পৰা বিৰত থাকক ৷ কোনোপধ্যেই মূৰ গৰম হ’বলৈ নিদিব ৷ অবৈধ আৰু অনৈতিক কামৰ চিন্তা মনৰ পৰা দূৰত ৰাখক ৷

সিংহ ৰাশি: এই দিনটো আপোনাৰ বাবে মিশ্ৰ ফলদায়ক গতিকে চিন্তা নকৰিব ৷ দিনটো আপুনি ভবাৰ দৰে নহ’বও পাৰে ৷ অংশীদাৰিত্ব কৰাৰ আগতে অধিক সতৰ্ক থাকক ৷ ব্যৱসায় সম্বন্ধীয় বিবাদৰ পৰা দূৰত থাকিব ৷ চকু বা কাণৰ বিষে আপোনাক অলপ আমনি কৰিব পাৰে ৷

কন্যা ৰাশি: দিনটো শুভ ৷ বৈবাহিক জীৱনত সুখ আৰু শান্তি বিৰাজ কৰিব ৷ সকলো দিশৰ পৰা আনন্দ আৰু পৰিতৃপ্তি লাভ কৰিব ৷ স্বাস্থ্য ভালে থাকিব ৷ লাভ আৰু জনপ্ৰিয়তা বৃদ্ধি পাব ৷

তুলা ৰাশি: জীৱনক নতুনকৈ সজোৱা আৰু উন্নত কৰাৰ বাবে এয়াই উপযুক্ত সময় ৷ দিনটো আনন্দৰে পাৰ হ’ব ৷ সুখ-সমৃদ্ধি বৃদ্ধি হ’ব ৷ গোটেই দিন প্ৰাণৱন্ত আৰু তজবজীয়া অনুভৱ কৰিব ৷ দুশ্চিন্তা নকৰিব ৷ প্ৰেমত শুভ ৷

বৃশ্চিক ৰাশি: দিনটো ধীৰ-স্থিৰ আৰু শান্ত হৈ থাকক ৷ বন্ধু আৰু আত্মীয়সকলৰ পৰা উষ্ম আচৰণ নাপাব ৷ স্বাস্থ্যক লৈ চিন্তা বাঢ়িব ৷ আৰ্থিক ক্ষতি আৰু সুনাম নষ্ট হোৱাৰ আশংকা আছে ৷ পানী দেখিলেই খং উঠিব ৷ নিজৰ বদনাম হ’বলৈ নিদিব ৷ নথিপত্ৰ চহী কৰাৰ আগতে দুনাই ভাবক ৷

ধনু ৰাশি: আনন্দৰে দিনটো পাৰ হ’ব ৷ ভাই-ভনীৰ লগত সম্পৰ্ক ভাল হ’ব ৷ নতুন কাম আৰু উদ্যোগ হাতত লোৱাৰ বাবে দিনটো ভাল ৷ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধিৰ ইংগিত আছে ৷

মকৰ ৰাশি: শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিলে অপ্ৰত্যাশিত লাভ পাব পাৰে ৷ ঘৰুৱা পৰিৱেশ বৰ ভালে নাথাকিব ৷ অস্থিৰতা বিৰাজ কৰিব ৷ স্বাস্থ্য ভালে থাকিব ৷ সুস্থ মনোভাৱৰ ফলত নেতিবাচক মনোভাৱ দূৰ কৰিব পাৰিব ৷

কুম্ভ ৰাশি: গোটেই দিনটো প্ৰাণৱন্ত আৰু উলহ মালহেৰে পূৰ্ণ হৈ থাকিব ৷ গ্ৰহৰ অৱস্থান ভালে থাকিব ৷ পৰিয়ালৰ লোকৰ সৈতে আনন্দদায়ক ভ্ৰমণত যাব পাৰে ৷ স্পষ্ট মনোভাৱ আৰু আধ্যাত্মিকতাই মনটো ফুৰ্তিত ৰাখিব ৷ সকলো ধৰণৰ নেতিবাচক চিন্তা মনৰপৰা দূৰত ৰাখক ৷

মীন ৰাশি:আজি আপুনি কৰ্মক্ষেত্ৰৰ দৈনন্দিন কামৰ পৰা ছুটী লৈ অলপ বিশ্ৰাম ল’ব ৷ আনন্দ-ফুৰ্তি কৰাৰ কাৰণে আপুনি নিজৰ পৰিয়ালৰ লোক আৰু বন্ধুসকলকো লগত লৈ ল’ব ৷ তেওঁলোকে আপোনাৰ উদ্যোগৰ প্ৰশংসা কৰিব ৷ স্বাস্থ্যৰ দিশত আজিৰ দিনটো উত্তম ৷ শাৰীৰিক আৰু মানসিকভাৱে কোনো সমস্যাৰ সন্মূখীন নহয় ৷ তদুপৰি আনৰ মনত আপোনাৰ প্ৰতি শ্ৰদ্ধা বৃদ্ধি পোৱা দেখা পাব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.