ETV Bharat / bharat

Daily Horoscope For 27th January: কেনে যাব আপোনাৰ আজিৰ দিনটো

author img

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 6:01 AM IST

Updated : Jan 27, 2024, 7:11 AM IST

Daily Horoscope For 27th January: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 27th January 2024
কেনে যাব আপোনাৰ আজিৰ দিনটো

মেষ ৰাশি: আপোনাৰ আধ্যাত্মিক শক্তিয়ে আজিৰ দিনটো অনন্য কৰি তুলিব । আধ্যাত্মিক পৰিপূৰ্ণতাৰ যোগ আছে । ক্ৰোধ আৰু নিজৰ কথাক নিয়ন্ত্ৰণ কৰি ৰখাৰ প্ৰয়োজন আছে । সম্ভৱ হ’লে নতুন কাম হাতত নল’ব আৰু ভ্ৰমণত নাযাব ।

বৃষ ৰাশি: ঈশ্বৰৰ আশীৰ্বাদত আজি আপুনি সুখী সাংসাৰিক জীৱন উপভোগ কৰিব । উৎসাহজনক পৰিৱেশত আপুনি পৰিয়াল আৰু প্ৰিয়জনৰ সৈতে ভোজন উপভোগ কৰিব পাৰে । সৰু-সুৰা ভ্ৰমণৰ আয়োজন কৰিব পাৰে । বিদেশত বসবাসকাৰী আত্মীয়-স্বজনৰ পৰা সু-সংবাদ পাই আনন্দ লাভ কৰিব । লক্ষ্মী দেৱীৰ আশীৰ্বাদ লাভ কৰিব ।

মিথুন ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ । আপোনাৰ ঘৰুৱা পৰিৱেশ আজি শান্তিপূৰ্ণ হৈ থাকিব । আজি আপুনি অসমাপ্ত কাম সমাপ্ত কৰিব পাৰিব ৷ যাৰ ফলত আপোনাৰ সুনাম আৰু সৌভাগ্য বৃদ্ধি হ’ব । আৰ্থিক লাভৰো যোগ আছে । ব্যয়বৃদ্ধিৰ সম্ভাৱনা আছে ৷ কিন্তু সঠিক কামতেই সঠিক ব্যয় কৰিব । আজি গোটেই দিন আপুনি শাৰীৰিকভাৱে সুস্থ হৈ থাকিব । আজি আপুনি নিবিচাৰিলেও কিছু ঘটনাৰ বাবে আপোনাৰ খং উঠি থাকিব । কিন্তু এনে পৰিস্থিতিত নিজৰ কঠোপকথনত নিয়ন্ত্ৰণ ৰাখিব ।

কৰ্কট ৰাশি: আজিৰ দিনটো শান্তিৰে পাৰ হ’ব । আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে কষ্টত ভুগিব পাৰে । আপুনি আজি উদ্বীগ্ন হৈ থাকিব আৰু পেটৰ সমস্যা দেখা দিব পাৰে । অকস্মাৎ ব্যয়ৰ সম্ভাৱনা আছে । কাজিয়া, ভ্ৰমণ আৰু নতুন কাম হাতত লোৱাৰ পৰা বিৰত থাকক ।

সিংহ ৰাশি: আজি আপুনি গোটেই দিনটো শাৰীৰিকভাৱে অসুস্থ অনুভৱ কৰিব । আত্মীয়-স্বজনৰ সৈতে কিছু অপ্ৰত্যাশিত অপ্ৰীতিকৰ ঘটনাই আপোনাক দুখ দি থাকিব । মাতৃৰ সৈতেও মন বেয়া হ’ব পৰা ঘটনা ঘটিব পাৰে । আপুনি নিজৰ স্বাস্থ্যক লৈ চিন্তাত থাকিব । চৰকাৰী আৰু সম্পত্তি সম্বন্ধীয় নথিপত্ৰ চহী কৰাৰ সময়ত সতৰ্ক থাকিব ।

কন্যা ৰাশি: কোনো কথা চিন্তা নকৰাকৈ নতুন কোনো কাম হাতত নল’ব । ভাই-ভনীৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত হ’ব । আজি বন্ধু আৰু আত্ময়ীৰ সৈতে সাক্ষাৎ হ’ব পাৰে । লগতে আপুনি আজি আপুনি প্ৰত্যেক কামতে সফলতাৰ সোৱাদ পাব । আৰ্থিক লাভৰো যোগ আছে । সামাজিকভাৱে আপুনি সন্মান অৰ্জন কৰিব ।

তুলা ৰাশি: আপোনাৰ মনটো আজি দুৰ্বল হৈ থাকিব সেয়ে কোনো সিদ্ধান্ত ল’ব পৰাটো আপোনাৰ বাবে কঠিন হ’ব পাৰে । আজি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু নতুন কোনো কাম হাতত নল’ব । পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ সংঘাতৰ সৃষ্টি হ’ব পাৰে । গতিকে নিজৰ মুখত লেকাম টানি ৰাখক । আজি আপুনি আঁকোৰগোজ হৈ থকাতকৈ নমনীয় হৈ থাকক ।

বৃশ্চিক ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ । শাৰীৰিক আৰু মানসিকভাৱে আপুনি উত্তম অৱস্থাত থাকিব । পৰিয়ালৰ লোকৰ সৈতে ভাল সময় কটোৱাৰ যোগ আছে । আপুনি আজি প্ৰিয়জনৰ পৰা উপহাৰ পাব পাৰে । আপুনি সু-সংবাদো পাব পাৰে । সুখকৰ ভ্ৰমণৰ যোগ আছে ।

ধনু ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে জটিল হৈ উঠিব পাৰে । পৰিয়ালৰ লোকৰ সৈতে কাজিয়া বিবাদৰ সম্ভাৱনা আছে । ভাবি চিন্তি কথা ক’ব । খং নকৰিব । দুৰ্ঘটনাত পতিত হ’ব পাৰে, গতিকে সাৱধানে থাকক । আপোনাৰ শাৰীৰিকভাৱে অসুস্থ হৈ পৰিব পাৰে । ব্যয়বৃদ্ধি হোৱাৰ সম্ভাৱনা ।

মকৰ ৰাশি: আজি আপুনি বন্ধু আৰু প্ৰিয়জনক লগ পাই আনন্দ ফুৰ্তিৰে দিনটো পাৰ কৰিব । আজি আপোনাৰ দিনটো সামাজিকভাৱে, কৰ্মক্ষেত্ৰত আৰু অন্যান্য ক্ষেত্ৰত লাভদায় হৈ উঠিব । বিবাহ প্ৰাৰ্থীসকলে আজি সহজতে নিজৰ বাবে প্ৰিয় জীৱনসংগী বা জীৱনসংগিনী লাভ কৰিব । ভ্ৰমণৰ যোগ আছে । পৰিয়ালত কোনো শুভ অনুষ্ঠান হোৱাৰ সম্ভাৱনা আছে ।

কুম্ভ ৰাশি: আজি আপোনাৰ বাবে দিনটো ফলদায়ক । আজি আপুনি সহজতে নিজৰ সকলো কামতেই সফল হ’ব, সেয়ে আপুনি আনন্দত থাকিব । কৰ্মক্ষেত্ৰত আপোনাৰ কামক লৈ ঊৰ্ধ্বতনসকলে সন্তুষ্ট হ’ব, যাৰ ফলত আপোনাৰ পদোন্নতিও হ’ব পাৰে । আজি বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ পাব । আৰ্থিক লাভৰ যোগ আছে । আপোনাৰ সাংসাৰিক জীৱন উত্তম ।

মীন ৰাশি: দিনৰ আৰম্ভণিতে আপোনাৰ মন শান্তিত থাকিব । কিন্তু পিছলৈ আপুনি বিধ্বস্ত আৰু দুৰ্বল অনুভৱ কৰিব । আপুনি যদি নিজৰ সহকৰ্মীসকলৰ সৈতে কোনো প্ৰকল্পত কাম কৰি আছে, তেতিয়া হ’লে সাৱধানতা অৱলম্বন থাকক ৷ আপুনি নিজৰ সন্তানক লৈ চিন্তাত থাকিব পাৰে । অনাৱশ্যক খৰচ হোৱাৰ সম্ভাৱনা আছে । প্ৰতি়যোগীসকলৰ সৈতে বিতৰ্কত নোসোমোৱাটোয়েই মংগল । শাৰীৰিকভাৱে অসুস্থ হৈ পৰিব পাৰে । আপুনি নিজক দুৰ্ভগীয়া বুলি ভাবিব, কিন্তু মনত ৰাখিব, ভাল দিন সকলোৰে আহে ।

Last Updated : Jan 27, 2024, 7:11 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.