ETV Bharat / bharat

Daily Horoscope For 25th January: কেনে যাব আপোনাৰ আজিৰ দিনটো

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 6:01 AM IST

Updated : Jan 25, 2024, 6:17 AM IST

Daily Horoscope For 25th January: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 25th January 2024
কেনে যাব আপোনাৰ আজিৰ দিনটো

মেষ ৰাশি: আজিৰ দিনটো সহজভাৱে লওঁক ৷ আপুনি আজি অত্যধিক সংবেদনশীল আৰু অত্যধিক আৱেগিক হৈ থাকিব পাৰে ৷ আপোনাৰ মাতৃৰ স্বাস্থ্যক লৈ চিন্তা বাঢ়িব পাৰে ৷ শিক্ষক আৰু পণ্ডিতসকলৰ বাবে দিনটো ভালে নাযাব ৷ সম্পত্তি সম্বন্ধীয় কোনো পৰিকল্পনা হাতত নল’ব আজি আৰু এই সম্বন্ধে কোনো সিদ্ধান্তও নল’ব ৷ বান্ধৱী আৰু নদী-পুখুৰীৰ পৰা আজি দূৰত থাকক ৷ হতাশা আৰু বিষণ্ণতাক এৰাই চলিব নোৱাৰিব ৷

বৃষ ৰাশি: আপুনি নিজৰ সমস্যা আৰু দুশ্চিন্তাক দূৰ কৰিবলৈ সক্ষম হ’ব ৷ আজি আপুনি শক্তি আৰু উদ্দীপনাৰে পূৰ্ণ হৈ থাকিব ৷ অৱশ্যে আপুনি আজি অত্যধিক সংবেদনশীল আৰু অধিক আৱেগিক হৈ থাকিব ৷ আজি আপুনি জুতিলগা আৰু ৰুচিকৰ খাদ্য গ্ৰহণ কৰিব ৷ পৰিয়ালৰ সৈতে, বিশেষকৈ মাতৃৰ সৈতে কথা পাতিলে বহুত ভাল লাগিব ৷ সুখকৰ ভ্ৰমণৰ যোগ আছে ৷ পৰিয়ালক কিছু সময় দিয়ক, তেওঁলোকৰ প্ৰতি মনোযোগী হওঁক ৷ আৰ্থিক দিশতো মনোযোগ দিয়ক ৷

মিথুন ৰাশি: আজিৰ দিনটো ভাল আৰু বেয়াৰ মাজেৰে পাৰ হ’ব, সুখ আৰু দুখ দুয়োটাই থাকিব ৷ আপুনি এতিয়া যদি দুৰ্বলতা আৰু হতাশা অনুভৱ কৰে, তাৰ পিছ মুহূৰ্ততে সজীৱ অনুভৱো কৰিব ৷ আজিৰ দিনটো পৰিকল্পনা অনুসৰি পাৰ হৈ যাব ৷ আৰ্থিক পৰিকল্পনা আৰু কাৰ্যসূচী ৰৈ যাব পাৰে, কিন্তু সেয়া নিমজকৈ পিছলৈ আগবাঢ়ি যাব ৷ বন্ধু আৰু শুভাকাংক্ষীসকলৰ সৈতে সময় কটাব পাৰে ৷ ব্যৱসায়ী আৰু চাকৰিয়ালসকলে কাম কৰি ভাল পাব ৷ অংশীদাৰ আৰু সহকৰ্মীসকলৰ পৰা সহায় তথা সঁহাৰি পাব ৷ ঘৰত সময় কটালে সুখ আৰু শান্তি পাব ৷

কৰ্কট ৰাশি: আজি আপুনি দিনটো হাঁহি-ফুৰ্তিৰে কটাব, আনন্দ আৰু সুযোগ-সুবিধা পাব ৷ আজি গোটেই দিনটো আপুনি প্ৰাণৱন্ত আৰু উদ্দীপ্ত হৈ থাকিব ৷ পৰিয়াল, বন্ধু আৰু শুভাকাংক্ষীসকলৰ সৈতে আনন্দদায়ক মেল হ’ব ৷ উপহাৰ পোৱাৰ যোগ আছে ৷ আনন্দপূৰ্ণ বনভোজনৰ সম্ভাৱনা আছে ৷ আজি আপুনি কিছু সুসংবাদ, বিশেষকৈ পত্নীৰপৰা সুসংবাদ পাব পাৰে ৷ দাম্পত্য সুখ থাকিব ৷ আপুনি বিশেষকৈ যত্নশীল আৰু সংবেদনশীল হৈ থাকিব ৷

সিংহ ৰাশি: আজি আপুনি অত্যধিক সংবেদনশীল হৈ থাকিব আৰু আপোনাৰ বিৰক্তি লাগি থাকিব ৷ স্বাস্থ্যৰ কাৰণে আপুনি চিন্তাত থাকিব ৷ মানসিক চাপ আৰু উদ্বেগ আপোনাক অসুস্থ কৰি দিব ৷ আনৰ হৈ ওকালতি নকৰিব বা আনৰ হৈ কোনো কথা নক’ব ৷ মামলা-মোকৰ্দমাৰ ক্ষেত্ৰত সতৰ্ক থাকক ৷ মহিলাসকলৰ পৰা দূৰত থাকক ৷ অধিক ব্যয়ক এৰাই চলিব নোৱাৰিব ৷ মনত কোনো বেয়া ভাৱ নাৰাখিব আৰু ভুল বুজাবুজিৰ চিকাৰ নহ’ব ৷

কন্যা ৰাশি: আজি আপুনি লাভৱান হ’ব ৷ সকলো দিশত আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি পাব ৷ বান্ধৱীসকলে আপোনাৰ প্ৰতি উদাৰতা আৰু মহানুভৱতা প্ৰকাশ কৰিব ৷ ব্যৱসায় বৃদ্ধিৰ সম্ভাৱনা আছে ৷ সন্তানৰ ফালৰ পৰা ভাল খবৰ লাভ কৰিব ৷ দাম্পত্য জীৱন সুখৰ হ’ব ৷ অফিচৰ কামত বাহিৰত যাবলগীয়া হ’ব পাৰে ৷

তুলা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ ৷ ঘৰত আৰু কৰ্মক্ষেত্ৰতো আপুনি প্ৰাণৱন্ত আৰু উদ্দীপ্ত অনুভৱ কৰিব ৷ পদোন্নতিৰ প্ৰবল সম্ভাৱনা আছে ৷ সাংসাৰিক পৰিৱেশ উজ্জ্বল আৰু আনন্দময় হৈ থাকিব ৷ ঊৰ্ধ্বতনৰ পৰা প্ৰশংসা আৰু স্বীকৃতি পাব, সহকৰ্মীৰ পৰা সহযোগিতা পাব ৷ নতুন কাম হাতত ল’লে সফল হ’ব ৷ মাতৃৰ পৰা উপহাৰ পাব পাৰে বা তেওঁৰ দ্বাৰা লাভৱান হ’ব পাৰে ৷ পৰম দাম্পত্য সুখ লাভ কৰিব ৷

বৃশ্চিক ৰাশি: আজি গোটেই দিনটো আপুনি এলেহুৱা আৰু অস্থিৰ অনুভৱ কৰিব ৷ ব্যৱসায় বা কৰ্মক্ষেত্ৰত ব্যৰ্থতাৰ ফলত উদ্বিগ্ন আৰু দুশ্চিন্তাগ্ৰস্ত হৈ পৰিব ৷ সন্তানৰ আচৰণ ভাল নাথাকিব আৰু সিহঁতে প্ৰতিকূলতাৰ সৃষ্টি কৰিব ৷ সিহঁতৰ স্বাস্থ্যক লৈয়ো চিন্তা হ’ব ৷ শত্ৰু আৰু প্ৰতিপক্ষৰ সন্মুখীন হোৱাৰ বাবে দিনটো ভাল নহয় ৷ অধিক ব্যয়ৰ বাবে সাজু হৈ থাকক ৷

ধনু ৰাশি: অভাৱনীয় সমস্যা আৰু ঘটনাৰ আশংকা আছে ৷ আজি কাম কৰিবলৈ সাজু থাকক ৷ আজিৰ দিনটো যিবোৰ সমস্যাৰ উদ্ভৱ হ’ব, সেইবোৰৰ সমাধানৰ চেষ্টা নকৰিব ৷ অত্যধিক সংবেদনশীলতাৰ ফলত মানসিক হতাশাৰ সৃষ্টি হ’ব পাৰে ৷ অবৈধ আৰু বে-আইনী কাম-কাজৰ পৰা দূৰত থাকক ৷ পূৰ্ব পৰিকল্পনাহীন ব্যয়ৰ বাবে সাজু থাকক ৷ স্বাস্থ্যৰ যত্ন লওঁক ৷

মকৰ ৰাশি: আপুনি বিভিন্ন ধৰণৰ পণ্যৰ ফ্ৰেঞ্চাইজী আৰু ডীলাৰশ্বিপ পাব পাৰে ৷ ব্যৱসায়ত উন্নতি ৷ কমিছন, লেনদেন, ঋণৰ সূত আৰু বিনিয়োগৰ যোগেদি আপোনাৰ ধনৰ ভঁৰাল ভৰি উঠিব ৷ আপোনাৰ আজি অকস্মাৎ সৌভাগ্য লাভ হ’ব পাৰে ৷ নতুন কাম হাতত ল’লে সফলতা আহিব ৷ আজি আপোনাৰ মন বিভ্ৰান্ত আৰু অস্থিৰ হৈ থাকিব ৷ বিদেশী প্ৰথা আৰু সংস্কৃতিৰ সোৱাদ উপভোগ কৰিব পাৰে ৷ স্বাস্থ্য সম্পূৰ্ণ ভালে থাকিব ৷ বাহন ক্ৰয় কৰিব পাৰে ৷ সন্মান আৰু জনপ্ৰিয়তাও বৃদ্ধি পাব ৷ নতুন পোছাক ক্ৰয় কৰাৰ প্ৰবল সম্ভাৱনা আছে ৷ সৰু-সুৰাকৈ আনন্দদায়ক ভ্ৰমণত যাব পাৰে ৷

কুম্ভ ৰাশি: আজি আপোনাৰ সকলো প্ৰয়াস সফল হ’ব ৷ আপুনি নিজৰ শৈলী আৰু কৰ্মক্ষমতাৰ বাবে সকলোৰে চকুত পৰিব আৰু প্ৰশংসা পাব ৷ পৰিয়ালৰ সৈতে সময় কটালে আনন্দ আৰু পৰিতৃপ্তি লাভ কৰিব ৷ আজি গোটেই দিনটো আপুনি উদ্যমী হৈ থাকিব ৷ সহকৰ্মী আরু সতীৰ্থসকলৰ পৰা সহাঁৰি লাভ কৰি আজি আপোনাৰ দিনটো অধিক আনন্দদায়ক হৈ উঠিব ৷ কামৰ বাবে ব্যয় হোৱাৰ প্ৰবল সম্ভাৱনা আছে ৷

মীন ৰাশি: আপুনি আজি নিজৰ চিন্তাত নিমগ্ন থাকি আনন্দ পাব ৷ আজি আপুনি সঠিকভাৱে মনৰ ভাৱক সাহিত্যৰ ৰূপ দিব পাৰিব, নিজৰ মনৰ কথাও প্ৰকাশ কৰিব পাৰিব ৷ পঢ়ুৱৈ আৰু পণ্ডিতসকলে অধ্যয়নত উন্নতি লাভ কৰিব ৷ নদী-পুখুৰী আদিৰ পৰা দূৰত থাকক ৷ ধীৰ-স্থিৰ আৰু আত্মবিশ্বাসী হৈ থাকক ৷ নিজৰ ভাৰসাম্য বৰ্তাই ৰাখক ৷

Last Updated : Jan 25, 2024, 6:17 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.