ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল - Daily Horoscope For 22nd April

author img

By ETV Bharat Assamese Team

Published : Apr 22, 2024, 5:00 AM IST

Updated : Apr 22, 2024, 11:31 AM IST

Daily Horoscope For 22nd April: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 22nd April
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: ব্যক্তিগত বা ব্যবসায়িক সকলো দিশতে সফলতা লাভ কৰিব ৷ ব্যৱসায়ত প্ৰচুৰ লাভ হ’ব ৷ আপুনি আনন্দিত হৈ থাকিব ৷ পৰিয়াল আৰু বন্ধুৰ লগত বনভোজ অথবা ফুৰিবলৈ যাওক ৷ দিনটো সুন্দৰভাৱে পাৰ হ’ব ৷

বৃষ ৰাশি : আপোনাৰ কথা-বাৰ্তাই আন লোকক আকৰ্ষণ কৰিব ৷ মানসিক স্থিতি উন্নত থাকিব ৷ তৰ্ক প্ৰতিযোগিতা আৰু আলোচনাত বহাৰ উত্তম সময় ৷ ধৈয্য নেহেৰোৱাব ৷ সকলো পৰিস্থিতি লাহে লাহে উন্নত হ’ব ৷ বাহিৰত খোৱা বন্ধ কৰক, হজম শক্তি হ্ৰাস হৈছে ৷ সাহিত্যত মনোযোগ বৃদ্ধি হ’ব ৷

মিথুন ৰাশি : বিভ্ৰান্তিময় পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে ৷ মাতৃৰ সংগত সুখ অনুভৱ কৰিব ৷ ধৰ্মীয় বা জ্ঞান বৰ্ধক আলোচনাত যাতে কোনো ধৰণৰ তৰ্ক-বিতৰ্ক নহয় তাৰ প্ৰতি চকু ৰাখক ৷ ব্যবসায়িক ভ্ৰমণৰ যোগ আছে কিন্তু পাৰে যদি বাতিল কৰক ৷

কৰ্কট ৰাশি : ভাতৃক লগ দিয়ক ৷ ব্যবসায়ৰ পৰিসৰ বৃদ্ধি কৰাৰ কথা আলোচনা কৰিব পাৰে ৷ আপোনাৰ কথাই আনক আকৰ্ষণ কৰিব ৷ বন্ধু আৰু প্ৰিয়জনৰ লগত ব্যক্তিগত সম্পৰ্ক ভাল কৰক ৷ সুন্দৰ ঠাইলৈ ভ্ৰমণত যাব পাৰে ৷ সকলো কামতে কৃতকাৰ্যতা লাভ কৰিব ৷ সামাজিক সন্মান বৃদ্ধি হ’ব ৷

সিংহ ৰাশি : গণেশৰ কৃপাত আজিৰ দিনটো মিশ্ৰিত ৷ পৰিয়ালৰ লগত সময় কটাওক ৷ আপোনাৰ সিদ্ধান্ত সঠিক বুলি প্ৰতিপন্ন হ’ব পাৰে ৷ ধনৰ বাবে অধিক কাম কৰা বন্ধ কৰক ৷

কন্যা ৰাশি : শান্তিময় দিন ৷ পৰিয়াল আৰু বন্ধুৰ লগত সময় কটাওক ৷ প্ৰিয়জনৰ লগত কথা পাতক ৷ সুখাদ্য খাবলৈ পাব ৷ শৰীৰ উন্নত ৷ মানসিকভাৱে শান্তি লাভ কৰিব ৷ লক্ষ্মী দেৱীৰ কৃপা থাকিব ৷ ধনৰ আগমণ ঘটিব ৷ ভ্ৰমণৰ যোগ আছে ৷

তুলা ৰাশি : খং নিয়ন্ত্ৰণ কৰক ৷ আইনী কামৰ বাবে আদালত যাবলগা হ’ব পাৰে ৷ সাৱধানে থাকক, আপোনাক লৈ কোনোবাই বেয়া মন্তব্য দিলে প্ৰত্যুত্তৰ ঠাইতে দিয়ক ৷ কিছু কামৰ বাবে আপুনি অনুসুচনাত ভুগিব পাৰে ৷ প্ৰিয়জনৰ লগত তৰ্ক নকৰিব ৷ অহেতুক খৰচ হ’ব পাৰে ৷ চকুৰ চিকিৎসকৰ ওচৰলৈ যাব লগা হ’ব পাৰে ৷

বৃশ্চিক ৰাশি : ভাগ্য উদয় হ’ব ৷ আজি আপুনি বহুতো শিহৰণকাৰী ঘটনাৰ সন্মুখীন হ’ব ৷ ভাল সময় উপভোগ কৰক, বিবাহৰ বাবে উত্তম সময় ৷ আপোনাৰ সংগীৰ লগত মিলন হ’ব ৷ ব্যবসায় আৰু চাকৰি কৰাসকলৰ ভাল সময় ৷ বন্ধু আৰু প্ৰিয়জনৰ লগত ভ্ৰমণত যাব পাৰে ৷

ধনু ৰাশি : আত্মবিশ্বাসী আৰু সুখী অনুভৱ কৰিব ৷ দিনটো কুশলে যাব ৷ পিতৃৰ ফালৰ পৰা ধনৰ উপহাৰ পাব পাৰে ৷ ব্যৱসায় সংক্ৰান্তীয় আলোচনা সফল হ’ব ৷ ব্যৱসায়ৰ বাবে উচিত ধন লাভ কৰিব ৷ সোনকালে ঘৰলৈ যাওক ৷ সামাজিক জীৱনত আপুনি সফলতা লাভ কৰিব ৷

মকৰ ৰাশি : কষ্ট কৰা সকলৰ বাবে সুন্দৰ দিন ৷ এই সময়ত কৰা সকলো কাৰ্য সফল হ’ব ৷ লেখক আৰু কলাৰ লগত জড়িতসকল সফল হ’ব ৷ সাৰ্বজনীন বা সামাজিক কাম কৰা সকলে ভাল ফল নাপায় ৷ শান্ত থাকক ৷ মানসিক অৱস্থা বেয়াৰ ফালে যাব পাৰে ৷

কুম্ভ ৰাশি : মানসিকভাৱে ভাগি পৰাৰ সম্ভাৱনা আছে ৷ শান্ত হওক ৷ আপোনাৰ খং, উদ্বিগ্নতা আৰু বিপৰীতমূখী চিন্তাধাৰাই আপোনাক অশান্তি দিব ৷ আপুনি কিছু নকৰিবলগীয়া কাম কৰিব পাৰে ৷ পৰিয়ালত বিবাহৰ আয়োজন কৰা হ’ব পাৰে, কিন্তু আপুনি মানসিক অশান্তিৰ বাবে ভালদৰে আনন্দ কৰিব নোৱাৰিব ৷ মনক শান্ত ৰাখিবলৈ যোগ আৰু ধ্যান কৰিব পাৰে ৷

মীন ৰাশি : কবি, সাহিত্যিক, মূৰ্তিকাৰ বা চিত্ৰশিল্পীসকলৰ বাবে শুভ দিন ৷ ব্যৱসায়ীসকলে নতুন কাম আৰম্ভ কৰাৰ সু-সময় ৷ ভাল কামৰ বাবে ভাল পুৰস্কাৰ পোৱাৰ সময় ৷ বনভোজৰ আয়োজন কৰক, বন্ধু আৰু প্ৰিয়জনৰ লগত সময় কটাওক ৷ সামাজিক অৱস্থাত উন্নতিৰ যোগ আছে ৷

লগতে পঢ়ক : আজিৰ দিনটোৰ ৰাশিফল - Horoscope For 21th April

Last Updated : Apr 22, 2024, 11:31 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.