ETV Bharat / bharat

Daily Horoscope For 1st February: কেনে যাব আপোনাৰ আজিৰ দিনটো ?

author img

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 6:01 AM IST

Daily Horoscope For 1st February:কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 1st February 2024
কেনে যাব আপোনাৰ আজিৰ দিনটো ?

মেষ ৰাশি: ব্যৱসায়ীৰ বাবে এটা লাভৱান দিন ৷ পৰিয়ালত বৰ্তি থকা আনন্দময় পৰিবেশে আপোনাৰ মন সুখী কৰি ৰাখিব ৷ আপোনাৰ সহায়কসকলৰ পৰা সহায় লাভ কৰিব পাৰে ৷ সামাজিক ক্ষেত্ৰত আপুনি নাম আৰু যশ লাভ কৰিব ৷ আপোনাৰ সংগীসকলৰ লগত আপোনাৰ সম্পৰ্ক শান্তিপূৰ্ণ হ’ব ৷ পতি-পত্নীৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পাব ৷

বৃষ ৰাশি: বৌদ্ধিক আলোচনাৰ পৰা দূৰত থাকক ৷ আজিৰ দিনটো শিক্ষাৰ্থীৰ বাবে অলপ কঠিন হ’ব যেন অনুমান হয় ৷ পেটৰ অসুখ আদিয়ে উদ্বিগ্ন কৰি ৰাখিব ৷ কিন্তু দুপৰীয়াৰ পিছত ৷ মানসিকভাৱেও চাপমুক্ত হ’ব ৷ আপোনাৰ কামে প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে ৷ আপোনাৰ সংগীৰ পৰা ভাল খবৰ লাভ কৰিব ৷

মিথুন ৰাশি: আপুনি আজি শক্তিহীন যেন অনুভৱ কৰিব পাৰে ৷ পৰিয়ালৰ কোনো সদস্যৰ লগত বিবাদত লিপ্ত হোৱাৰ সম্ভাৱনা আছে ৷ অস্থাৱৰ(মাটি আদি)সম্পত্তি সম্পৰ্কীয় বিষয়ত অধিক সৰ্তক হৈ থাকক ৷ অপ্ৰত্যাশিত ব্যয় হ’ব পাৰে ৷ বৌদ্ধিক চৰ্চাৰ পৰা দূৰত থাকক ৷

কৰ্কট ৰাশি: চিন্তা নকৰাকৈ কোনো কাম নকৰিব ৷ প্ৰিয়জনক লগ পাই আনন্দিত হ’ব ৷ সম্পৰ্কৰ উষ্ণতাই আপোনাক অধিক সুখী কৰি ৰাখিব ৷ প্ৰতিদ্বন্দীৰ সন্মূখত নিজৰ স্থিতি দৃঢ়তাৰে ৰাখক ৷ দুপৰীয়াৰ পিছত পৰিস্থিতি আপোনাৰ বাবে অলপ কঠিন হ’ব পাৰে ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ যত্ন লওক ৷ মাতৃৰ স্বাস্থ্য চিন্তাৰ বিষয় হ’ব পাৰে ৷ আৰ্থিক সমস্যাৰ সন্মূখীন হোৱাৰ সম্ভাৱনা আছে ৷

সিংহ ৰাশি: বৌদ্ধিক ক্ষমতা বৃদ্ধি পাব ৷ পৰিয়ালৰ সদস্যসকলৰ লগত মন নিমিলিব পাৰে ৷ আজি আৰ্থিক দিশত লাভ হ’ব পাৰে ৷ দুপৰীয়া পিছত, প্ৰতিটো পদক্ষেপ ভাবি চিন্তি লব ৷ ভাতৃৰ পৰা উপকৃত হ’ব ৷ আধ্যাত্মিক ক্ষেত্ৰত অৰ্জন কৰাৰ সম্ভাৱনা আছে ৷

কন্যা ৰাশি: নিজৰ কথাৰ পৰা উপকৃত হ’ব পাৰে ৷ আপোনাৰ আৰু আনসকলৰ মাজৰ সম্পৰ্ক উন্নত হোৱাৰ সম্ভাৱনা আছে ৷ যাত্ৰাৰ পৰা আনন্দিত হ’ব ৷ ব্যৱসায়িক ক্ষেত্ৰটো লাভান্বিত হ’ব পাৰে ৷ পৰিয়ালৰ পৰিবেশ উত্‍সাহজনক হ’ব ৷ আৰ্থিক লক্ষ্য প্ৰাপ্ত কৰিব পাৰিব ৷ বৈদেশিক ৰাষ্ট্ৰৰ লগত ব্যৱসায়িক লেনদেনত সফল হ’ব ৷ নিজৰ পছন্দৰ আহাৰ গ্ৰহণ কৰিব ৷

তুলা ৰাশি: ক্ৰোধক নিয়ন্ত্ৰণত ৰাখক ৷ কথা কওতে নিৰীক্ষণ কৰি, আপুনি এটা শান্তিপূৰ্ণ পৰিবেশ বৰ্তাই ৰাখিব পাৰিব ৷ আইনী সিদ্ধান্ত লওতে সৰ্তক হৈ থাকক ৷ ব্যয় বৃদ্ধি হ’ব পাৰে ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ অৱনতি হ’ব পাৰে ৷ দুপৰীয়াৰ পিছত, সুখ লাভ কৰিব ৷ আৰ্থিকভাৱে লাভান্বিত হ’ব ৷

বৃশ্চিক ৰাশি: জীৱনসংগী নিৰ্বাচনৰ বাবে অতি শুভ দিন ৷ আয় বৃদ্ধি পাব পাৰে আৰু ব্যৱসায়ৰ বিকাশ হ’ব পাৰে ৷ বন্ধুবৰ্গৰ লগত প্ৰমোদ ভ্ৰমণত আনন্দ লাভ কৰিব ৷ দুপৰীয়াৰ পিছত আপুনি খঙাল আৰু আক্ৰমণাত্মক হোৱাৰ সম্ভাৱনা আছে ৷ কাৰো প্ৰতি আগ্ৰাসী হোৱাৰ পৰা বিৰত থাকক ৷ বন্ধুবৰ্গৰ লগত হোৱা বিবাদৰ বাবে, মানসিক অস্থিৰতা অনুভৱ কৰিব পাৰে ৷

ধনু ৰাশি: পৰিকল্পনাসমূহ কাৰ্যকৰীভাৱে সম্পন্ন কৰিব পাৰিব ৷ ব্যৱসায়ত সফল হ’ব ৷ কৰ্মস্থলীৰ পৰিবেশ সুবিধাজনক হ’ব ৷ আপুনি প্ৰদান কৰা কঠোৰ পৰিশ্ৰম অনুসৰি আপুনি পদোন্নতি লাভ কৰিব ৷ পৰিয়াল-পৰিজন সুখী হ’ব ৷ বন্ধুবৰ্গক লগ কৰি আনন্দ লাভ কৰিব ৷ প্ৰমোদ ভ্ৰমণ কৰিবৰ বাবে উপযুক্ত সময় ৷ আৰ্থিক লাভৰ দিশত শুভ ফল লাভ ৷ সন্তানৰ পৰা ভাল খবৰ লাভ কৰিব ৷

মকৰ ৰাশি: বিদেশ ভ্ৰমণৰ ইচ্ছুকসকলে ভাল খবৰ লাভ কৰিব ৷ ধৰ্মীয় যাত্ৰাৰ মাজেৰে আপুনি ঐশ্বৰিক আনন্দ লাভ কৰিব ৷ পৰিয়ালৰ লোকসকল প্ৰফুল্লিত মনেৰে থাকিব ৷ পেচাগত দিশত আপুনি ভালদৰে পাৰ কৰিব ৷ উৰ্ধতন কৰ্তৃপক্ষ আপোনাৰ কামৰ বাবে সন্তুষ্ট হ’ব ৷ আৰ্থিক লাভৰ লগতে, সন্মানো বৃদ্ধি পাব ৷ পিতৃৰ দ্বাৰা উপকৃত হ’ব ৷ পৰিয়ালত বিবাদ বা কাজিয়া হ’ব পাৰে ৷

কুম্ভ ৰাশি: কোনো নতুন কাম আৰম্ভ নকৰিব ৷ সুস্থ হৈ থাকিবৰ বাবে খাদ্য তালিকাৰ প্ৰতি লক্ষ্য ৰাখক ৷ কথা কওতে ভাবি চিন্তি কব যাতে কোনো অসন্তুষ্টি বা আক্ৰমণাত্মক তৰ্কৰ সৃষ্টি নহয় ৷ দুপৰীয়াৰ পিছত আনন্দ বৃদ্ধি পাব পাৰে ৷ স্বাস্থ্যও উন্নত হ’ব ৷ ধৰ্মীয় কাৰ্য বা তীৰ্থযাত্ৰাত জড়িত হ’ব পাৰে ৷ ভাতৃ-ভগ্নীৰ দ্বাৰা উপকৃত হ’ব ৷ আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে ৷

মীন ৰাশি: অংশীদাৰিক ব্যৱসায়ৰ পৰা লাভান্বিত হ’ব পাৰে ৷ প্ৰিয়জনৰ লগত কোনো দৰ্শনীয় স্থানত ভ্ৰমণ কৰিবৰ বাবে মন মেলিব পাৰে ৷ দুপৰীয়াৰ পিছত, পৰিস্থিতি সলনি হোৱা অনুভৱ কৰিব ৷ নতুন কামত জড়িত নহ’ব ৷ যাত্ৰা এৰাই চলক ৷ ক্ৰোধ নিয়ন্ত্ৰণ কৰক ৷ পৰিয়ালৰ কোনো লোকৰ লগত বিবাদত লিপ্ত হ’ব পাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.