ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল - HOROSCOPE FOR 15th APRIL

author img

By ETV Bharat Assamese Team

Published : Apr 15, 2024, 5:38 AM IST

Daily Horoscope For 15th April: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 15th April
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : দিনটো শুভ । মানসিক অস্থিৰতা হ’ব পাৰে ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰপৰা বিৰত থাকক। অফিচৰ কামত ভ্ৰমণৰ সম্ভাৱনা আছে । বৌদ্ধিক আলোচনাত অংশগ্ৰহণ কৰিব পাৰে । কোনো মহিলাৰ সৈতে উত্তপ্ত বিবাদ হোৱাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি ।

বৃষ ৰাশি : ধীৰ-স্থিৰ আৰু শান্ত হৈ থাকিব । বিভ্ৰান্তি আৰু সিদ্ধান্তহীনতাৰ ফলত আপোনাৰ হাতৰপৰা সুযোগ গুচি যাব পাৰে ।বুজাবুজিৰে পাৰস্পৰিক সদ্ভাৱ বৰ্তাই ৰাখি চলক । ভ্ৰমণ পিচুৱাব পাৰে ৷ বিশেষকৈ লেখক, শিল্পী আৰু পৰামৰ্শদাতাসকলৰ বাবে শুভৱ । নতুন কোনো কাম হাতত নল’ব।

মিথুন ৰাশি : আৰ্থিক দিশত লাভাবন্বিত হ’ব ৷ সুখাদ্য ভোজন কৰিব, পছন্দৰ পোছাক পৰিধান কৰক, বন্ধু তথা আত্মীয়-স্বজনৰ সৈতে সময় কটাওক । উপহাৰ পাব । স্বাস্থ্য উত্তম । অনাৱশ্যক ব্যয়ৰ সম্ভাৱনা আছে । হতাশা আৰু লাজৰ চিকাৰ নহ’ব। আত্মবিশ্বাসী আৰু উদ্দেশ্য লৈ চলক ।

কৰ্কট ৰাশি: আপুনি বিভ্ৰান্ত হৈ থাকিব ৷ মনত খেলিমেলি লাগিব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰপৰা বিৰত থাকক । আপোনাৰ পৰিয়ালৰ লোকৰ সৈতে সংঘাত হ’ব পাৰে । অধিক ব্যয়ৰ সম্ভাৱনা আছে। অধিক খৰছ কৰিবলগীয়া হ’ব পাৰে । স্বাস্থ্য বেয়া হ’ব পাৰে ।

সিংহ ৰাশি : লাভৰ যোগ আছে । সুন্দৰ ঠাইত ফুৰিবলৈ যাব পাৰে । মন স্থিৰ কৰক ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰপৰা বিৰত থাকক। ব্যৱসায়ীসকলে অপ্ৰত্যাশিত লাভৰ আশা কৰিব পাৰে । চিন্তাত মগ্ন হৈ থাকিব ।

কন্যা ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে অনুকূল ৷ বৃত্তিধাৰী আৰু চাকৰিয়ালসকলৰ পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ যোগ আছে। ব্যৱসায়ীসকলৰ বাবে শুভ । পৰিয়ালত সুখ আৰু শান্তি বৰ্তাই থাকিব।

তুলা ৰাশি : ব্যৱসায়ীসকলৰ কাৰণে লাভদায়ক। বৃত্তিধাৰী আৰু চাকৰিয়ালসকলৰ বাবে শুভ । তীৰ্থযাত্ৰাত যাব পাৰে । সাহিত্যিক আৰু বৌদ্ধিক ক্ৰিয়াকলাপত মগ্ন হৈ থাকিব ।

বৃশ্চিক ৰাশি : সুৰক্ষিত আৰু নিৰাপদ হৈ থাকিবলৈসতৰ্ক হৈ থাকক ৷ নতুন প্ৰকল্প আৰু কাৰ্যসূচী পিচুৱাই দিয়ক । খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক । কূটাঘাতমূলক আৰু অনৈতিক কামৰ পৰা আঁতৰি থাকক ৷ অধিক ব্যয়ৰ ফলত আৰ্থিক সমস্যা দেখা দিব পাৰে।

ধনু ৰাশি : দিনটো উৎসাহপূৰ্ণ, আনন্দপূৰ্ণ আৰু সুখপূৰ্ণ হৈ থাকিব । মনোৰঞ্জন আৰু আমোদ উপভোগ কৰিব । কোনো পাৰ্টীলৈ যাব পাৰে, আপোনাৰ বাদদানৰ দৰে শুভ অনুষ্ঠানৰ আয়োজন হ’ব পাৰে, পিকনিকলৈ যাব পাৰে, মনোৰম স্থানলৈ ভ্ৰমণত যাব পাৰে, শ্বপিঙলৈ যাব পাৰে । আপুনি অইন সংস্কৃতিৰ কোনো আকৰ্ষণীয় মানুহক লগ পাব পাৰে । সংগীৰ সৈতে এক শিহৰণকাৰী সম্পৰ্ক উপভোগ কৰিব । সৃজনশীল আৰু সাহিত্যিক কৰ্মৰ বাবে দিনটো শুভ । আপুনি প্ৰশংসা লাভ কৰিব পাৰে।

মকৰ ৰাশি : ব্যৱসায়ৰ সম্প্ৰসাৰণ কৰিলে লাভদায়ক হ’ব । সকলো কাম পৰিকল্পনা অনুসৰি হ’ব । আৰ্থিক লেনদেন আপোনাৰ অনুকূলত থাকিব পাৰে । ব্যৱসায়ত কোনো বাধা নোহোৱাকৈ আগবাঢ়ি যাব । স্বাস্থ্য উত্তম । ঘৰত সুখ-শান্তি বৰ্তাই থাকিব ।

কুম্ভ ৰাশি : আজি আপোনাৰ চিন্তা আৰু কথাবতৰাত কিছু পৰিৱৰ্তন দেখা যাব পাৰে । বৌদ্ধিক আলোচনাত অংশগ্ৰহণ কৰিব পাৰে । ব্যয়ৰ যোগ আছে । হজমৰ সমস্যা দেখা দিব পাৰে ৷ নিজক সম্পূৰ্ণ ৰূপত নিশকতীয়া অনুভৱ কৰিব।

মীন ৰাশি : পৰিয়ালৰ লোকৰ সৈতে বিবাদ হ’ব পাৰে ৷ তৰ্ক-বিতৰ্ক এৰাই চলক । শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল আৰু নিশকতীয়া অনুভৱ কৰিব। অপ্ৰত্যাশিত ঘটনাই আপোনাক আমনি দিব ৷ মনক অস্থিৰ কৰি ৰাখিব । কৰ্মক্ষেত্ৰত সমস্যা হ’ব পাৰে ৷ নাম আৰু যশ নষ্ট হ’ব পাৰে । সাৱধানে ব্যৱসায় কৰক।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.