ETV Bharat / bharat

Daily Horoscope For 11th February: কেনে যাব আপোনাৰ আজিৰ দিনটো ?

author img

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 6:00 AM IST

Daily Horoscope For 11th February: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 11th February 2024
কেনে যাব আপোনাৰ আজিৰ দিনটো ?

মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক আৰু ঘটনাবহুল ৷ আজি চ’চিয়েল নেটৱাৰ্কিঙক লৈ ব্যস্ত হৈ থাকিব ৷ আপোনাৰ নতুন যোগাযোগ আসন্ন দিনবোৰত কামত আহিব ৷ পূৰ্ব পৰিকল্পনা বহিৰ্ভূত ব্যয়ৰ ইংগিত আছে ৷ ব্যৱসায়ত সফল হ’ব পাৰে ৷ আপুনি আজি যেনেকৈ নিজৰ বয়োজ্যেষ্ঠ আৰু ঊৰ্ধ্বতনৰ পৰা সাহায্য পাব, সেয়া চাই আপোনাৰ মন আনন্দেৰে ভৰি উঠিব ৷ বিদেশত স্থায়ীভাৱে বসবাসকাৰী সন্তানৰ পৰা আকৰ্ষণীয় খবৰ পাব পাৰে ৷ তেওঁলোকক লগো পাব পাৰে ৷ অকস্মাৎ সৌভাগ্যৰ উদয় হ’ব ৷ সুখকৰ ভ্ৰমণৰ যোগ আছে ৷

বৃষ ৰাশি: আজি আপোনাৰ দিনটো অত্যন্ত শুভ ৷ ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো বিশেষকৈ অনুকূল, কাৰণ আজি ব্যৱসায়ৰ সম্প্ৰসাৰণ হ’ব পাৰে আৰু ইয়াৰ পৰা উচ্চস্তৰীয় সফলতা পাব পাৰে ৷ আপুনি চাকৰিয়াল হ’লে ঊৰ্ধ্বতনসকলৰ পৰা সহযোগিতা লাভ কৰিব ৷ সংসাৰত সুখ আৰু শান্তিৰ পৰিৱেশ বৰ্তি থাকিব ৷ ঘনিষ্ঠ বন্ধুসকলক লগ পাই আপোনাৰ আনন্দক অধিক বঢ়াই দিব ৷

মিথুন ৰাশি: আজিৰ দিনটো বৰ ভালকৈ নাযাব ৷ শাৰীৰিক আৰু মানসিকভাৱে আপুনি বৰ শুভঅনুভৱ নকৰিব ৷ কোনো কামত মনোযোগ দিব পৰা উদ্যম আৰু ইচ্ছাৰ অভাৱ অনুভৱ কৰিব ৷ আপোনাৰ সহকৰ্মী আৰু ঊৰ্ধ্বতনসকলে আপোনাক কোনো ধৰণৰ সাহায্য-সহযোগিতা নকৰিব ৷ অনাৱশ্যক ব্যয়ৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি ৷ সন্তানৰ আচৰণ শুভনহ’ব, সেয়া আপোনাক বহুত দুখ দিব ৷ আপোনাৰ প্ৰতিযোগীসকলে বিশেষকৈ আপোনাৰ বিৰুদ্ধে শত্ৰুতা কৰিব ৷

কৰ্কট ৰাশি: আজি দিনটো আপোনাৰ বাবে নেতিবাচকতাৰে পূৰ্ণ ৷ আজি আপোনাৰ উৎসাহ-উদ্দীপনাৰ অভাৱ থাকিব ৷ বিষণ্ণতা আৰু নৈৰাশ্যক দূৰ কৰি ৰখাৰ বাবে আপুনি চেষ্টা কৰিব লাগিব ৷ নিজৰ বিৰক্তি ভাৱক নিয়ন্ত্ৰণ কৰি ৰাখক ৷ অপ্ৰত্যাশিত ব্যয়ৰ বাবে সাজু থাকক ৷ পৰিয়ালৰ লোকৰ সৈতে সংঘাত এৰাই চলক ৷ নতুন কোনো কাম হাতত লোৱাৰ বাবে দিনটো শুভনহয় ৷ নতুন যোগাযোগ আৰু চিনাকীৰ দ্বাৰা একো লাভ নহ’ব খুব সম্ভৱ ৷ কৰ্মক্ষেত্ৰত সকলো প্ৰকাৰ কামত অপকৌশল প্ৰয়োগ কৰা চিন্তা দূৰত ৰাখক ৷

সিংহ ৰাশি: স্বামী-স্ত্ৰীৰ মাজত বিবাদ হোৱাৰ সম্ভাৱনা আছে ৷ কিন্তু লক্ষ্য ৰাখিব এই বিবাদে আপোনাৰ স্বাস্থ্যৰ যাতে কোনো ক্ষতি নকৰে ৷ সকলো কাম ইমানেই জটিল হৈ পৰিব যে, তাক চম্ভালিব পৰাটো টান হ’ব ৷ সাধাৰণ কথাও আপোনাৰ নেতিবাচকতা বঢ়াই দিব ৷ ৰাজহুৱা ক্ষেত্ৰত এনেকুৱা কোনো কাম নকৰিব, যাৰ বাবে আপোনাৰ বদনাম হ’ব পাৰে ৷ ব্যৱসায়ৰ অংশীদাৰসকলৰ সৈতে অত্যন্ত সতৰ্ক হৈ থাকক ৷ মামলা-মোকৰ্দমাত নোসোমাব ৷

কন্যা ৰাশি: বৃত্তিধাৰী আৰু ব্যৱসায়ীসকলৰ কাৰণে আজিৰ দিনটো বৰ শুভ ৷ আজি আপুনি নিজৰ প্ৰতিযোগী, অংশীদাৰ আৰু সহকৰ্মীসকলতকৈ আগবাঢ়ি থাকিব ৷ সহকৰ্মীসকলে আপোনাক সাহায্য-সহযোগিতা কৰিব ৷ সংসাৰত বহুত আনন্দ আৰু পৰিতৃপ্তি পাব ৷ স্বাস্থ্য বেয়া হ’ব পাৰে ৷ লাভৰ তীব্ৰ যোগ আছে ৷ বেমাৰত ভুগি থকাসকলে সুস্থ হৈ উঠিব পাৰে ৷

তুলা ৰাশি: আজি আপুনি মানসিকভাৱে প্ৰফুল্ল হৈ থাকিব ৷ আপুনি নিজৰ মহানুভৱতাৰে বন্ধু আৰু অচিনাকী মানুহৰ মন জয় কৰিব পাৰিব ৷ তৰ্ক আৰু আলোচনাত আপোনাৰ চিন্তাধাৰা আনক মুগ্ধ আৰু প্ৰভাৱিত কৰিব ৷ কৰ্মক্ষেত্ৰত অৱশ্যে আপুনি যিমান পৰিশ্ৰম কৰিব, সেই অনুসৰি ফল নাপাব ৷ আপোনাৰ মেটাবলিজম আজি হয়তো দুৰ্বল থাকিব ৷ গতিকে ভাবি-চিন্তি খোৱালোৱা কৰিব ৷ সাহিত্য ৰচনা কৰাৰ সুযোগ আছে ৷

বৃশ্চিক ৰাশি: ঘনিষ্ঠ বন্ধু আৰু আত্মীয়-স্বজনৰ সৈতে সাৱধানে কথা পাতিব লাগিব ৷ আপুনি নিজৰ শৰীৰ আৰু মনৰ সুস্থতাক লৈ বহুত চিন্তাত থাকিব ৷ আপোনাৰ মাতৃ অসুখত ভুগিব পাৰে্ ৷ আজি আপোনাৰ আৰ্থিক ক্ষতিক লগতে সুনামো নষ্ট হ’ব পাৰে ৷ সদিচ্ছাৰ অভাৱ আৰু স্বাৰ্থৰ সংঘাতৰ ফলত আপোনাৰ সাংসাৰিক শান্তি নষ্ট হ’ব পাৰে ৷ আজি আপুনি গভীৰভাৱে হতাশ আৰু বিষণ্ণ হৈ থাকিব পাৰে ৷ ভালকৈ টোপনি মাৰিব নোৱাৰিব আজি ৷

ধনু ৰাশি: আজি আপুনি নিজৰ শত্ৰু আৰু প্ৰতিযোগীসকলক পৰাস্ত কৰিব ৷ আজি গোটেই দিনটো আপুনি সুস্থ আৰু প্ৰাণৱন্ত হৈ থাকিব ৷ আপুনি যদি নতুন কোনো পৰিকল্পনা কৰি আছে, তেতিয়া হ’লে সেয়া বাস্তৱায়িত কৰাৰ দিন আজি ৷ বন্ধুসকলৰ সৈতে ফুৰিবলৈ যাব পাৰে আৰু তেওঁলোকৰ সৈতে আন্তৰিক আৰু ঘনিষ্ঠ হৈ উঠিব পাৰে ৷ আনন্দদায়ক আধ্যাত্মিক অভিজ্ঞতা লাভ হ’ব ৷

মকৰ ৰাশি: আজিৰ দিনটো বৰ শুভ নহয় ৷ প্ৰাৰ্থনা আৰু ধ্যান কৰিলে শুভ হ’ব ৷ পৰিয়ালৰ লোকসকলৰ মাজত ভুল বুজাবুজি আৰু বেয়া মনোভাৱ আপোনাক অস্থিৰ আৰু অসুখী কৰি ৰাখিব ৷ অনাৱশ্যক ব্যয়ে আপোনাৰ সমস্যা অধিক বৃদ্ধি কৰিব ৷ স্বাস্থ্যক লৈ বিশেষকৈ সতৰ্ক হওঁক ৷ বিনিয়োগ কৰাৰ সম্ভাৱনা আছে ৷

কুম্ভ ৰাশি: আৰ্থিকভাৱে আজিৰ দিনটো আপোনাৰ বাবে অত্যন্ত শুভ৷ সংসাৰত আন্তৰিকতা আৰু উত্সাহ বৰ্তি থাকিব ৷ বন্ধু আৰু সতীৰ্থসকলৰ সৈতে আনন্দদায়ক মুহূৰ্ত উপভোগ কৰাৰ প্ৰবল ইংগিত আছে ৷ সৰুসুৰাকৈ আনন্দদায়ক ভ্ৰমণৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি ৷ আপোনাৰ চিন্তাধাৰাত নেতিবাচকতাৰ চিন লক্ষ্য কৰিব পৰা যায় ৷ প্ৰাৰ্থনা আৰু ধ্যানৰ দ্বাৰা এইবোৰ দূৰ কৰাৰ চেষ্টা কৰক ৷

মীন ৰাশি: সম্পত্তিক লৈ মামলা-মোকৰ্দমাৰ কাৰণে আজিৰ দিনটো বেয়া ৷ কিন্তু আপুনি আজি সকলো বিষয়ত আত্মবিশ্বাসৰ সৈতে কাম কৰিব যেন লাগিছে ৷ নিজৰ স্বাস্থ্যৰ প্ৰতি সংবেদনশীল হওঁক ৷ ঘনিষ্ঠসকলৰপৰা সামান্য বিচ্ছেদ ঘটিব পাৰে ৷ মতবিৰোধ আৰু ভুল বুজিবুজিৰ সম্ভাৱনা আছে ৷ বিপদৰ আশংকা থকা কোনো কাম হাতত লোৱাতকৈ হাতত আগৰেপৰা যি কাম আছে সেইটো কৰাটোহে শুভ ৷ আজি এই নীতি আপুনি মানি চলিব লাগিব ৷ নতুন কোনো কামত সোমোৱাৰ আগতে বা কোনো চুক্তি চহী কৰাৰ আগতে দুনাই ভাবি লওঁক ৷ অপ্ৰত্যাশিত বিষয়ৰ বাবে সাজু থাকক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.