ETV Bharat / bharat

Daily Horoscope For 10th February: কেনে যাব আপোনাৰ আজিৰ দিনটো ?

author img

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 6:01 AM IST

Daily Horoscope For 10th February: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 10th February 2024
কেনে যাব আপোনাৰ আজিৰ দিনটো ?

মেষ ৰাশি: যাত্ৰাৰ বাবে এটা সৌভাগ্যশীল দিন ৷ কোনো ব্যৱসায়িক সহযোগীক ধাৰ দিয়া থাকিলে, আজি পৰিশোধ লাভ কৰিব ৷ আপোনাৰ বৰ্দ্ধিত ব্যৱসায়ত ধন বিনিয়োগৰ প্ৰয়োজন আছে ৷ শ্বেয়াৰ আৰু ষ্টক মাৰ্কেটত বিনিয়োগ কৰি লাভান্বিত হ’ব পাৰে ৷ ঘৰত আপুনি এটা আনন্দদায়ক উদযাপন বা পিকনিকৰ পৰিকল্পনা কৰিব পাৰে ৷ আপোনাৰ সংগীৰ স্বাস্থ্যৰ চিন্তাই আপোনাৰ সময় আৰু মন আৱৰি থাকিব পাৰে ৷

বৃষ ৰাশি: এটা অতি বিভ্ৰান্তিকৰ দিন ৷ কোনো মুহূৰ্তত যদি সন্তানৰ শিক্ষাগত সফলতাৰ বাবে আনন্দ লাভ কৰিছে, পিছ মুহূৰ্ততে কৰ্মক্ষেত্ৰৰ কোনো ঈৰ্ষান্বিত প্ৰতিদ্বন্দীৰ বাবে বিৰক্তি অনুভৱ কৰিব পাৰে ৷ তৰ্কত লিপ্ত হোৱাৰ সম্ভাৱনা ৷ শান্ত হওক ৷ কোনো মধুৰ কিন্তু মনক শান্ত কৰা সংগীত শুনক ৷ দিনৰ শেষৰ ভাগত ব্যৱসায়ৰ লগতে গাৰ্হস্থ্য জীৱন সুখৰ হ’ব ৷

মিথুন ৰাশি: আজি আপোনাৰ বাবে আৰ্থিক লাভ অপেক্ষা কৰি আছে ৷ আজি আপুনি সুখাদ্য ভোজন কৰিব, নিজৰ পছন্দৰ পোছাক পিন্ধিব আৰু বন্ধু তথা আত্মীয়-স্বজনৰ সৈতে আনন্দ-ফুৰ্তি কৰি সময় কটাব ৷ উপহাৰ পাব ৷ স্বাস্থ্য উত্তম ৷ অনাৱশ্যক ব্যয়ৰ সম্ভাৱনা আছে গতিকে সাৱধানে থাকক ৷ আজি হতাশা আৰু লাজৰ চিকাৰ নহ’ব ৷ আত্মবিশ্বাসী আৰু উদ্দেশ্য লৈ চলক ৷

কৰ্কট ৰাশি: ভোজ, সুস্বাদ্যু আহাৰ, উদযাপন, সুন্দৰ সাজ-সজ্জা আৰু বহু-সাংস্কৃতিক দিশত আপোনাক দিনটো ব্যস্ত ৰাখিব ৷ লগতে, এই ফলদায়ী সময়ৰ পৰা শ্ৰেষ্ঠ লাভ কৰিবৰ বাবে, অংশীদাৰ সকলৰ লগত সম্পৰ্কক উন্নত কৰিবৰ বাবে আৰু নিজৰ মূলধন সংৰক্ষিত ৰাখিবৰ বাবে নিজৰ ক্ৰোধক নিয়ন্ত্ৰণত ৰাখক ৷ আৰ্থিক আৰু পেচাদাৰী ক্ষেত্ৰত সকলো উন্নত হ’ব, তথাপিও যত্নবান হওক ৷ আপোনাৰ মনত ভ্ৰমণৰ বিবেচনা আহিব পাৰে ৷

সিংহ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে লাভৰ যোগ আছে ৷ বন্ধুসকলে বিশেষকৈ মহিলাসকলে আপোনাৰ কথা চিন্তা কৰিব আৰু আপোনাৰ প্ৰতি আন্তৰিকতা প্ৰকাশ কৰিব ৷ সুন্দৰ কোনো ঠাইত ফুৰিবলৈ যাব পাৰে ৷ আপুনি মনস্থিৰ কৰিব নোৱাৰা হ’লে সুযোগ আপোনাৰ হাতৰ পৰা গুচি যাব পাৰে ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰপৰা বিৰত থাকক ৷ ব্যৱসায়ীসকলে অপ্ৰত্যাশিত লাভৰ আশা কৰিব পাৰে ৷ আজিৰ দিনটোৰ সৰহ ভাগ সময় আৰুনি চিন্তাত মগ্ন হৈ থাকিব ৷

কন্যা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে অনুকূল আৰু সদয় ৷ আজি কোনো প্ৰকল্প বা উদ্যোগ হাতত ল’লে সফলতাৰে সম্পন্ন কৰিব পাৰিব ৷ বৃত্তিধাৰী আৰু চাকৰিয়ালসকলৰ পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ যোগ আছে ৷ ব্যৱসায়ীসকলে প্ৰচুৰ লাভ কৰিব ৷ পিতৃৰ ফালৰ পৰা লাভ আৰু কিবা লাভ পাব ৷ পৰিয়ালৰ মাজত সুখ আৰু শান্তি বৰ্তি থাকিব ৷

তুলা ৰাশি: আজিৰ দিনটো ব্যৱসায়ীসকলৰ কাৰণে লাভদায়ক ৷ বৃত্তিধাৰী আৰু চাকৰিয়ালসকলে আজি হয়তো দেখিব যে আপোনালোকৰ সহকৰ্মীসকলে আপোনালোকৰ প্ৰতি আন্তৰিকতা আৰু সহযোগিতাৰ ভাৱ পোষণ কৰি আছে ৷ দীঘলীয়া এটা ছুটী কটাবলৈ যাব পাৰে, বিশেষকৈ তীৰ্থযাত্ৰাত যাব পাৰে ৷ আজি আপুনি গভীৰভাৱে সাহিত্যিক আৰু বৌদ্ধিক ক্ৰিয়াকলাপত মগ্ন হৈ থাকিব ৷ বিদেশত বসবাসকাৰী বন্ধু আৰু আপোন লোকৰ পৰা বাতৰি পাই আপোনাৰ মন ভাল লাগিব ৷

বৃশ্চিক ৰাশি: সুৰক্ষিত আৰু নিৰাপদ হৈ থাকিবলৈ আজি আপোনাক সতৰ্ক হৈ থাকিব লাগিব আৰু ভাবি চিন্তি চলিব লাগিব ৷ পৰিস্থিতি আপোনাৰ অনুকূলত নাই আজি ৷ সেয়ে নতুন প্ৰকল্প আৰু কাৰ্যসূচী পিছুৱাই দিয়ক ৷ নিজৰ খঙক নিয়ন্ত্ৰণত ৰাখক ৷ কূটাঘাতমূলক আৰু অবৈধ কাম কৰাৰ চিন্তা মূৰৰপৰা উলিয়াই দিয়ক ৷ অধিক ব্যয়ৰ ফলত আৰ্থিক সমস্যা দেখা দিব পাৰে ৷

ধনু ৰাশি: আজি আপোনাৰ দিনটো উৎসাহপূৰ্ণ, আনন্দপূৰ্ণ আৰু সুখপূৰ্ণ হৈ থাকিব ৷ আপুনি আজি মনোৰঞ্জন আৰু আমোদ উপভোগ কৰিব ৷ অৰ্থাৎ আজি আপুনি কোনো পাৰ্টিত যাব পাৰে ৷ আপুনি অইন সংস্কৃতিৰ কোনো আকৰ্ষণীয় মানুহক লগ পাব পাৰে, এই সাক্ষাতে আপোনাক আনন্দপূৰ্ণ কৰি ৰাখিব ৷ আপুনি নিজৰ সংগীৰ সৈতে এক শিহৰণকাৰী সম্পৰ্ক উপভোগ কৰিব ৷ সকলো প্ৰকাৰৰ সৃজনশীল আৰু সাহিত্যিক কৰ্মৰ বাবে দিনটো বৰ ভাল ৷ আপুনি প্ৰশংসা পাব পাৰে ৷ অংশীদাৰিত্বৰ বাবে সময়টো ভাল ৷

মকৰ ৰাশি: আজি কোনো ব্যৱসায়ৰ সম্প্ৰসাৰণ কৰিলে অত্যধিক লাভদায়ক প্ৰমাণিত হ’ব ৷ সকলো কাম পৰিকল্পনা অনুসৰি হৈ থাকিব ৷ আৰ্থিক লেনদেন আপোনাৰ অনুকূলত থাকিব পাৰে ৷ ব্যৱসায় কোনো বাধা নোহোৱাকৈ আগবাঢ়ি যাব ৷ অংশীদাৰ আৰু সহকৰ্মীসকলৰ পৰা আন্তৰিকতা পাব আৰু তেওঁলোকৰ পৰা কিবা সাহায্য বিচাৰিলে পাব ৷ স্বাস্থ্য উত্তম ৷ ঘৰত সুখ-শান্তি বৰ্তি থাকিব ৷

কুম্ভ ৰাশি: আজি আপোনাৰ চিন্তা আৰু কথা বতৰাত কিছু পৰিৱৰ্তন দেখা যাব পাৰে ৷ আপুনি আজি বৌদ্ধিক আলোচনাত অংশগ্ৰহণ কৰিব পাৰে ৷ সাহিত্যিক আৰু সাংস্কৃতিক ক্ৰিয়াকলাপত স্ফুৰণ দেখা দিব পাৰে ৷ পূৰ্ব পৰিকল্পনাহীন ব্যয়ৰ যোগ আছে ৷ আজি আপোনাৰ হজমৰ সমস্যা দেখা দিব পাৰে আৰু আপুনি আজি নিজক সম্পূৰ্ণ ৰূপত নিশকতীয়া অনুভৱ কৰিব ৷

মীন ৰাশি: মানসিকভাৱে দিনটো দুটা ভাগত বিভক্ত হ’ব ৷ দিনটোৰ প্ৰথম ভাগত সকলো কাম তথা বাণিজ্যিক বিষয়ত সৌভাগ্যশীল হ’ব ৷ বিদেশ ভ্ৰমণত যোৱা বন্ধু বা পৰিয়ালৰ লোকৰ পৰা উপহাৰ পাব পাৰে ৷ আনন্দদায়ক সংগত আপুনি প্ৰাণৱন্ত আৰু প্ৰফুল্লিত অনুভৱ কৰিব ৷ দিনটোৰ পিছৰ ভাগত সকলো সলনি হ’ব ৷ ব্যৱসায়ৰ লগত জড়িত চৰকাৰী বা আইনী বিষয়ৰ বাবে বিশেষভাৱে সাৱধানতা অৱলম্বন কৰক ৷ চেষ্টা কৰাৰ পিছতো কামসমূহ সমাপন নহ’ব পাৰে ৷ আধ্যাত্মিকতা আৰু প্ৰাৰ্থনাৰ মাজেৰে শান্তনা পাব পাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.