পুনৰ বিজেপিৰ দখলত অৰুণাচলৰ ৰাজপাট, ছিকিমত চলিব ক্ৰান্তিকাৰি মৰ্চাৰ শাসন - Assembly Election Results 2024
অৰুণাচল প্ৰদেশ আৰু ছিকিমত কাৰ হাতলৈ যাব শাসনৰ বাঘজৰী (etv bharat english)

Published : June 2, 2024 at 11:06 AM IST
|Updated : June 2, 2024 at 3:48 PM IST
নিউজ ডেস্ক, 2 জুন : 2 জুন অৰ্থাৎ আজি ছিকিম আৰু অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ ব । ছিকিমৰ 32 খন অৰুণাচল প্ৰদেশৰ 60 খন আসনৰ 50 খনৰ আসনত ভোটগণনা হৈ আছে ৷ প্ৰতিকূল বতৰকো নেওচি অৰুণাচল প্ৰদেশৰ 24 খন জিলা সদৰত পুৱা 6 বজাত গণনা আৰম্ভ হৈছিল । মুখ্য নিৰ্বাচনী বিষয়া (CEO) পৱন কুমাৰ চাইনৰ মতে, চূড়ান্ত ফলাফল দুপৰীয়াৰ ভিতৰত ওলাই পৰিব ৷ যোৱা 19 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অৰুণাচল প্ৰদেশ আৰু ছিকিমত বিধানসভা আৰু লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল ।ছিকিমত, ৰাজ্যখনৰ ছয়খন জিলাৰ প্ৰতিখন জিলাৰ এটা স্থানত গণনা চলি আছে । বিষয়াসকলে উল্লেখ কৰিছিল যে প্ৰথমে ডাক বেলট গণনা কৰা হ ব, তাৰ পিচত ই ভি এমত ভোটগণনা কৰা হ’ব ৷
LIVE FEED
অৰুণাচলৰ চূড়ান্ত ফলাফল
- 46 খন আসনত বিজেপিৰ জয়
- 5 খন আসনত NPP ৰ জয়
- 3 খন আসনত NCP ৰ জয়
- 2 খন আসনত পিপলছ পাৰ্টী অৱ অৰুণাচলৰ জয়
- 3 খন আসনত নিৰ্দলীয় দলৰ জয়
- 1 খন আসনত কংগ্ৰেছৰ জয়
ছিকিমৰ শেহতীয়া তথ্য
- 29 খন আসনত ছিকিম ক্ৰান্তিকাৰি মৰ্চাৰ জয়
- 2 খন আসনত ছিকিম ক্ৰান্তিকাৰি মৰ্চাৰ অগ্ৰগতি
- 1 খন আসনত ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টৰ জয়
অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ শেহতীয়া তথ্য
দুপৰীয়া 2 বজালৈ
- 44 খন আসনত বিজেপিৰ জয়লাভ
- 2 খন আসনত বিজেপিৰ অগ্ৰগতি
- 5 খন আসনত NPP ৰ জয়লাভ
- 1 খন আসনত NCP ৰ জয়
- 2 খন আসনত NCP ৰ জয়লাভ
- 2 খন আসনত পিপলছ পাৰ্টী অৱ অৰুণাচলৰ জয়
- 3 খন আসনত নিৰ্দলীয়ৰ জয়
- 1 খন আসনত কংগ্ৰেছৰ জয়
অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ শেহতীয়া তথ্য
দুপৰীয়া 1.14 বজালৈ
- 38 খন আসনত বিজেপিৰ জয়
- 7 খন আসনত বিজেপিৰ অগ্ৰগতি
- 3 খন আসনত NPP ৰ জয়
- 3 খন আসনত NPP ৰ অগ্ৰগতি
- 2 খন আসনত পিপলছ পাৰ্টী অৱ অৰুণাচলৰ জয়
- 1 খন আসনত নিৰ্দলীয়ৰ জয়
- 2 খন আসনত নিৰ্দলীয়ৰ অগ্ৰগতি
- 1 খন আসনত কংগ্ৰেছৰ অগ্ৰগতি
ছিকিমৰ শেহতীয়া তথ্য
- 28 খন আসনত ছিকিম ক্ৰান্তিকাৰি মৰ্চাৰ জয়
- 1 খন আসনত ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টৰ জয়
অৰুণাচল প্ৰদেশৰ শেহতীয়া তথ্য
দুপৰীয়া 12.24 বজালৈ
- 28 খন আসনত বিজেপিৰ জয়
- 18 খন আসনত অগ্ৰগতি বিজেপিৰ
- 2 খন আসনত NPP ৰ জয়
- 3 খন আসনত NPP ৰ অগ্ৰগতি
- 3 খন আসনত কংগ্ৰেছৰ অগ্ৰগতি
- 1 খন আসনত পিপলছ পাৰ্টী অৱ অৰুণাচলৰ জয়
- 1 আসনত পিপলছ পাৰ্টী অৱ অৰুণাচলৰ অগ্ৰগতি
- 1 খন আসনত নিৰ্দলীয় প্ৰাৰ্থীৰ জয়
- 1 খন আসনত নিৰ্দলীয় প্ৰাৰ্থীৰ অগ্ৰগতি
ছিকিমৰ ভোটগণনাৰ শেহতীয়া তথ্য
দুপৰীয়া 12.07 বজালৈ
- 1 খন আসনত ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টৰ জয়
- 14 খন আসনত ছিকিম ডেম’ক্ৰেটিক মৰ্চাৰ জয়
- 17 খন আসনত ছিকিম ডেম’ক্ৰেটিক মৰ্চাৰ অগ্ৰগতি
অৰুণাচল আৰু ছিকিমৰ শেহতীয়া খবৰ
অৰুণাচল :
পুৱা 11 বজালৈ
- চাংলাং উত্তৰ 53 নং বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ জয়
- পংটে বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ জয়
- পাংগিং 35 নং বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ জয়
- নামছাং 54 নং বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ জয়
- পালিন 18 নং বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ জয়
- চ্যাংটাজো 9 নং বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ জয়
- খনছা পশ্চিম 56 নং বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ জয়
নিৰ্দলীয়ৰ জয়
খনছা পূব 55 নং বিধানসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীৰ জয়
- 20 খন আসনত বিজেপিৰ জয়
- 26 খন আসনত বিজেপিৰ অগ্ৰগতি
- 6 খন আসনত অগ্ৰগতি NPP ৰ
- 3 খন আসনত কংগ্ৰেছৰ অগ্ৰগতি
- 2 খন আসনত পিপলছ পাৰ্টী অৱ অৰুণাচলৰ অগ্ৰগতি
ছিকিম
- 28 খন আসনত ছিকিম ক্ৰান্তিকাৰি মৰ্চাৰ জয়
- 1 খন আসনত ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টৰ জয়
ছিকিমৰ ভোণগণনাৰ শেহতীয়া তথ্য
ছিকিম :
পুৱা 9 বজালৈ
- 29 খন আসনত ছিকিম ক্ৰান্তিকাৰি মৰ্চাৰ অগ্ৰগতি
- 1 খন আসনত ছিকিম ডেমক্ৰেটিক ফ্ৰণ্টৰ অগ্ৰগতি
পুৱা 10.30 বজালৈ
- 29 খন আসনত ছিকিম ক্ৰান্তিকাৰি মৰ্চাৰ অগ্ৰগতি
- 2 খন আসনত ছিকিম ডেমক্ৰেটিক ফ্ৰণ্টৰ অগ্ৰগতি
অৰুণাচল প্ৰদেশ আৰু ছিকিমত ভোণগণনাৰ শেহতীয়া তথ্য
অৰুণাচল প্ৰদেশ :
পুৱা 9 বজালৈ অৰুণাচল প্ৰদেশৰ ভোটগণনাৰ তথ্য
- 30 খন আসনত বিজেপিৰ অগ্ৰগতি
- 8 খন আসনত নেশ্যনেল পিপলছ পাৰ্টীৰ অগ্ৰগতি
- 3 খন আসনত কংগ্ৰেছৰ অগ্ৰগতি
- 2 খন আসনত নিৰ্দলীয়ৰ অগ্ৰগতি
- 2 খন আসনত পিপলছ পাৰ্টী অৱ অৰুণাচলৰ অগ্ৰগতি
পুৱা 9.30 বজালৈ
- 33 খন আসনত বিজেপিৰ অগ্ৰগতি
- 6 খন আসনত নেশ্যনেল পিপলছ পাৰ্টীৰ অগ্ৰগতি
- 4 খন আসনত কংগ্ৰেছৰ অগ্ৰগতি
- 3 খন আসনত পিপলছ পাৰ্টী অৱ অৰুণাচলৰ অগ্ৰগতি
- 2 খন আসনত নিৰ্দলীয়ৰ অগ্ৰগতি
পুৱা 10.30 বজালৈ
- বৰডাইৰিয়া-বগাপানী 57 নং বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ জয়
- 33 খন আসনেৰে বিজেপিৰ অগ্ৰগতি
- চাংলাং দক্ষিণত বিজেপি প্ৰাৰ্থীৰ জয়
Last Updated : June 2, 2024 at 3:48 PM IST

