বিলাসীপাৰাত ৭৩তম বন মহোৎসৱ উদযাপন

By

Published : Jul 2, 2022, 8:43 PM IST

thumbnail

বিলাসীপাৰাৰ যমদুৱাৰ পাব্লিক মধ্য ইংৰাজী বিদ্যালয়ত উদযাপন কৰা হয় ৭৩তম বন মহোৎসৱ (73rd Van mahotsav celebrated in Bilasipara) । ১ জুলাই তাৰিখৰ পৰা ৭ জুলাই লৈকে বন বিভাগৰ উদ্যোগৱত এই বন মহোৎসৱ উদযাপন কৰা হ’ব ৷ এই মহোৎসৱৰ লগত সংগতি ৰাখি শনিবাৰে ধুবুৰী বন বিভাগে বিলাসীপাৰাত গছপুলি ৰোপণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু সাধাৰণ ৰাইজৰ মাজত বিনামূলীয়াকৈ গছপুলি বিতৰণ কৰে ৷ অনুষ্ঠানত ধুবুৰী বন বিষয়া দীপক ডেকা আৰু শালকোচা আঞ্চলিক বন বিষয়া কালি দাস সিনহাও উপস্থিত থাকে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.