ভৱানীপুৰৰ হাঠিনাপুৰ বিদ্যামন্দিৰ কেন্দ্ৰত আৰম্ভ ভোটগ্ৰহণ

By

Published : Oct 30, 2021, 9:15 AM IST

thumbnail
আজি মাজুলীৰ বাদে ৰাজ্যৰ অন্য 5টা সমষ্টিত পুৱা 7 বজাৰে পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি অব্যাহত আছে ভোটদান ৷ ভৱানীপুৰ সমষ্টিৰ হাঠিনাপুৰ বিদ্যামন্দিৰৰ ভোটগ্ৰহণ কেন্দ্ৰতো শান্তিপূৰ্ণভাৱে আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ উল্লেখ্য যে, সমষ্টিটোৰ গেৰুৱা দলৰ নিৰ্বাচনী প্ৰাৰ্থী ফণী তালুকদাৰে এই কেন্দ্ৰতে সাব্যস্ত কৰিব ভোটাধিকাৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.