Mob Lynching in Jorhat: পোন্ধৰ দিনৰ ভিতৰত চাৰ্জচিট দাখিল কৰিব আৰক্ষীয়ে

By

Published : Nov 30, 2021, 4:19 PM IST

thumbnail

যোৰহাটত আছু নেতাৰ নিগ্ৰহৰ পিছত বিশেষভাৱে সক্ৰিয় হৈছে প্ৰশাসন(AASU leader killed in mob attack) ৷ পোন্ধৰ দিনৰ ভিতৰত এই ঘটনাৰ চাৰ্জচিট দাখিল কৰিব আৰক্ষীয়ে(charge sheet of Jorhat mob lynching case) । এই ঘটনাৰ পিছতে সদৌ অসম ছাত্ৰ সন্থাই মঙলবাৰে যোৰহাটত পালন কৰিছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী(AASU protest in Jorhat) ৷ ইয়াৰ পিছতে মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য(Samujjal kumar Bhattacharjya) সহ আছুৰ কেন্দ্ৰীয় নেতৃত্বই মুখ্যমন্ত্ৰী লৈ এখন স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.