Road accident at Rangia: থিতাতে নিহত নলবাৰীৰ এজন যুৱক

By

Published : Mar 21, 2022, 8:05 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

thumbnail

সোমবাৰে ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ বালাগাঁওত সংঘটিত হয় এটি পথ দুৰ্ঘটনা (Road accident at Rangia)। দুৰ্ঘটনাটোত থিতাতে নিহত হয় নলবাৰীৰ গৌতম কলিতা নামৰ এজন যুৱক ৷ উল্লেখ্য যে, গুৱাহাটীৰ পৰা নলবাৰী অভিমুখে আহি থকা AS 14N 8719 নম্বৰৰ এখন ১৫০ পালচাৰ বাইকে এডাল প্ৰকাণ্ড গছত খুণ্ডা মাৰি কাষৰ পুখুৰীত পৰেগৈ ৷ ফলত পালচাৰ বাইকখনৰ আৰোহী গৌতম কলিতা ঘটনাস্থলীতে নিহত হয় (One person killed in road accident at Rangia) । ইয়াৰ পিছতে স্থানীয় ৰাইজে দিয়া খবৰৰ ভিত্তিত ঘটনাস্থলীত ৰঙিয়া আৰক্ষী উপস্থিত হৈ মৃতদেহটি উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷

Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.