Fire at Naharlogun : পুৱতি নিশা নাহৰলগুণত ভয়ংকৰ অগ্নিকাণ্ড

By

Published : Oct 25, 2022, 12:16 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

অৰুণাচল প্ৰদেশৰ নাহৰলগুন দৈনিক বজাৰতশ্ৰ(Naharlagun Daily Market) ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা(Fire at Naharlogun) । মঙলবাৰে পুৱা ৪ বজাত দুখন দোকানত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰে । খবৰ দিয়াৰ বহু পৰলৈকে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ । ইতিমধ্যে সম্পূৰ্ণ দোকান আৰু বজাৰ জুইৰ লেলিহান শিখাক জাহ যায় । অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীত পানী নথকাৰ অভিযোগ প্ৰত্যক্ষদৰ্শীৰ । অগ্নিনিৰ্বাপক বাহিনীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ স্থানীয় ৰাইজৰ ।

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.