ATTSA Platinum Jubilee at Golaghat: গোলাঘাটত আটছাৰ মহাৰজত জয়ন্তীৰ সাংস্কৃতিক শোভাযাত্ৰা

By

Published : Dec 28, 2022, 5:17 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

গোলাঘাটত আটছাৰ মহাৰজত জয়ন্তী উপলক্ষে বুধবাৰে উলিওৱা হয় এক বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা(Cultural procession at Golaghat) । ২৬, ২৭ আৰু ২৮ ডিচেম্বৰত তিনিদিনীয়াকৈ বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত আয়োজিত কৰা হৈছে মহাৰজত জয়ন্তী(ATTSA is celebrating platinum jubilee) । বুধবাৰৰ শেষৰ দিনটোতো এক বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয় । শোভাযাত্ৰা মুকলি কৰে শিল্পী দুলাল মানকিয়ে । এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে মন্ত্ৰী অতুল বৰা, সাংসদ কামাখ্যা প্ৰসাদ তাচা, আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল ভট্টাচাৰ্যৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে ।

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.