ETV Bharat / state

ওদালগুৰিৰ হাটীগড় চাহ বাগিছাত উত্তেজনা

২০% বোনাচৰ দাবীত উত্তাল ওদালগুৰিৰৰ হাতীগড় চাহ বাগিছা ৷

২০% বোনাচৰ দাবীত উত্তাল ওদালগুৰিৰৰ হাতীগড় চাহ বাগিছা

Published : August 29, 2019 at 1:19 PM IST

Choose ETV Bharat
  • ওদালগুৰিৰ হাটীগড় চাহ বাগিচাত উত্তেজনা
  • ২০% বোনাচৰ দাবীত মজদুৰ সংঘৰ প্ৰতিবাদ
    ওদালগুৰিৰ হাটীগড় চাহ বাগিছাত উত্তেজনা
  • অসমৰ লগতে ওদালগুৰিৰ হাটীগড় চাহ বাগিছাতো বোনাচ বৃদ্ধিৰ দাবী
  • শ শ মজদুৰে ২০ শতাংশ বোনাচৰ দাবীত পৰিৱেশ উত্তাল কৰি তোলে
  • বাগিছাখনৰ পৰিচালন সঞ্চালকৰ যোগেদি চৰকাৰ তথা মালিক পক্ষলৈ স্মাৰক পত্ৰ প্ৰেৰণ
  • অক্টোবৰ মাহত অসম চৰকাৰ আৰু মালিকপক্ষই ৮.৩৩ % বোনাচ দিয়া হব বুলি ঘোষণা কৰিছিল
Intro:২০% বোনাচৰ দাবীত হাটীগড় চাহ বাগিচাত মজদুৰ সংঘৰ প্ৰতিবাদ

সমগ্ৰ অসমৰ লগতে ওদালগুৰি জিলাৰ হাটীগড় চাহ বাগিচাতো বোনাচ বৃদ্ধিৰ বাবে প্ৰতিবাদ

শ শ মজদুৰে ২০ শতাংশ বোনাচৰ দাবীত পৰিবেশ উত্তাল কৰি তোলে Body:২০% বোনাচৰ দাবীত হাটীগড় চাহ বাগিচাত মজদুৰ সংঘৰ প্ৰতিবাদ

সমগ্ৰ অসমৰ লগতে ওদালগুৰি জিলাৰ হাটীগড় চাহ বাগিচাতো বোনাচ বৃদ্ধিৰ বাবে প্ৰতিবাদ

শ শ মজদুৰে ২০ শতাংশ বোনাচৰ দাবীত পৰিবেশ উত্তাল কৰি তোলে

হাটীগড় চাহ বাগিচাৰ পৰিচালন সঞ্চালকৰ যোগেদি অসম চৰকাৰ তথা মালিক পক্ষক স্মাৰক পত্ৰ প্ৰেৰন কৰে মজদূৰ সংঘৰ হাতীগড় শাখাই


এই বৰ্ষৰ অক্টোৱৰ মাহত অসম চৰকাৰ আৰু চাহ বাগিচা মালিকপক্ষই ৮.৩৩ % বোনাচ দিয়া হব বুলি ঘোষনা কৰিছিল । ইয়াৰ পিছতে অসমৰ বিভিন্ন বিভিন্ন চাহ বাগিচাৰ লগতে ওদালগুৰি জিলাৰ হাটীগড় চাহ বাগিছাতো প্ৰতিবাদ কৰে মজদুৰ সংঘই ।Conclusion: