ডুমডুমাত আদিবাসী ছাত্ৰ সন্থাৰ বাইক ৰেলী
চাহ শ্ৰমিকৰ 20 শতাংশ বোনাচ কৰ্তনৰ প্ৰতিবাদত এই কাৰ্যসূচী ৷
ডুমডুমাত চাহ শ্ৰমিকৰ 20 শতাংশ বোনাচ কৰ্তনৰ প্ৰতিবাদ
ডুমডুমা, 2 ছেপ্তেম্বৰ:
- ডুমডুমাত আছাৰ প্ৰতিবাদী বাইক ৰেলী
- চাহ শ্ৰমিকৰ 20 শতাংশ বোনাচ 8.33 শতাংশলৈ কমোৱাৰ প্ৰতিবাদ
- বাগান মালিক কতৃপক্ষৰ সিদ্ধান্ত বিৰূদ্ধে জাঙুৰ খাই উঠিছে চাহ জনগোষ্ঠী সংগঠন আছা
- চাহ শ্ৰমিকৰ প্ৰাপ্য 20 শতাংশ পূজাৰ ভিতৰত আদায় নকৰিলে আচাৰ জংগী আন্দোলনৰ ভাবুকি সংগঠনটোৰ ডুমডুমাত আদিবাসী ছাত্ৰ সন্থাৰ বাইক ৰেলী
Intro:Date: 02-09-2019
Slug: ডুমডুমাত আদিবাসী ছাত্ৰ সন্থা (আছা) ৰ বাইক ৰেলীৰে চাহ শ্ৰমিকক ৮.৩৩ শতাংশ বোনাচ প্ৰদান কৰাৰ ঘোষণাৰ প্ৰতিবাদ ।
V/O: চাহ শ্ৰমিকক ৮.৩৩ শতাংশ বোনাচ প্ৰদান কৰাৰ ঘোষণাৰ প্ৰতিবাদত আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) ডুমডুমা আঞ্চলিক সমিতিৰ উদ্যোগত ডুমডুমা নগৰ খেলপথাৰৰ পৰা ডুমডুমাৰ প্ৰতিখন বাগানলৈ এক প্ৰতিবাদী বাইক ৰেলী উলিয়ায় । দূৰ্গা পূজাৰ পূৰ্বে চাহ শ্ৰমিকক প্ৰদান কৰা ২০ শতাংশ বোনাচৰ পৰিৱৰ্তে এইবাৰ কেৱল ৮.৩৩ শতাংশ বোনাচহে প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰাৰ বিৰুদ্ধে বাগিছা অঞ্চলৰ চাহ শ্ৰমিকসকল ক্ষুবিত হৈ পৰিছে । চাহ শ্ৰমিকৰ প্ৰাপ্য ২০ শতাংশ বোনাচ প্ৰদান নকৰিলে চাহ বাগিছাত জংগী আন্দোলনৰ হুকাৰ প্ৰদান কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই ।
Byte: আছা নেতা ।
#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ETV BHARAT AssamBody:Date: 02-09-2019

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ETV BHARAT AssamConclusion:ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ETV BHARAT Assam