ETV Bharat / state

ৰঙাপৰাত হাতী পোৱালিৰ সন্ত্ৰাস

author img

By

Published : Jul 16, 2019, 9:38 AM IST

তৰাজুলি চাহ বাগিচাত এটি পাঁচ-ছয়মহীয়া হাতী পোৱালিয়ে আক্ৰমণ কৰে এজন যুৱকক ৷

ৰঙাপৰাত হাতী পোৱালিৰ সন্ত্ৰাস

ৰঙাপৰা,16 জুলাইঃ শোণিতপুৰৰ ৰঙাপৰাত এটা বনৰীয়া হাতী পোৱালিৰ সন্ত্ৰাস । ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাত বন্যহস্তীৰ এটা জাকে এটি পাঁচ-ছয়মহীয়া হাতী পোৱালি এৰি থৈ যায় ৷ বাগিচাৰ মাজত বৰ্তমান বিচৰণ কৰি আছে পোৱালিটো । স্থানীয় এজন যুৱকক পোৱালিটোৱে আক্ৰমণ কৰে । কথমপি প্ৰাণ ৰক্ষা পৰে যুৱকজনৰ । ইতিমধ্যে হাতী পোৱালিটো উদ্ধাৰৰ বাবে বন বিভাগৰ লোক উপস্থিত হৈছে চাহ বাগিচাখনত ৷

Intro:ৰঙাপৰা- শোণিতপুৰৰ ৰঙাপৰাত এটা বনৰীয়া হাতী পোৱালিৰ সন্ত্ৰাস। ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাত বন্যহস্তীৰ এটা জাকে এটি পাঁচ-ছয়মহীয়া হাতী পোৱালি এৰি থৈ যায় ৷ বাগিচাৰ মাজত বৰ্তমান বিচৰণ কৰি আছে পোৱালিটো। স্থানীয় এজন যুৱকক পোৱালিটোৱে আক্ৰমন কৰে। কথমপি প্ৰান ৰক্ষা পৰে যুৱকজন। বন বিভাগৰ লোক উপস্থিত হৈছে চাহ বাগিচাখনত ৷Body:Breaking Conclusion:Pankaj Nath
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.