ETV Bharat / state

ইউ পি এছ চিত উজলিল শিৱসাগৰৰ ৰাহুল গুপ্তা

author img

By

Published : Apr 6, 2019, 3:17 PM IST

ৰাহুলৰ এই কৃতিত্বত এতিয়া সুখী নগৰৰ মাজমজিয়াত থকা জনতা পান দোকানৰ জৰিয়তে সন্তানক উচ্চ শিক্ষা দিয়া ৰাহুলৰ পিতৃ আৰু পৰিয়াল

ইউ পি এছ চিত উজলিল শিৱসাগৰৰ ৰাহুল গুপ্তা

শিৱসাগৰ,6 এপ্ৰিলঃ এন টি এৰ সদ্য ঘোষিত কেন্দ্ৰীয় লোকসেৱা আয়োগ(UPSC)ৰ পৰীক্ষাত উজলিল শিৱসাগৰৰ ৰাহুল গুপ্তা । লোকসেৱা আয়োগৰ পৰীক্ষাত 286 নং স্থান দখল শিৱসাগৰৰ হাস্পতাল ৰোডৰ নিবাসী ৰাহুল গুপ্তাৰ ৷

ইউ পি এছ চিত উজলিল শিৱসাগৰৰ ৰাহুল গুপ্তা

শিৱসাগৰৰ গধূলা ব্ৰাউন মেম'ৰিয়েল ইংলিছ স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰা ৰাহুল দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰৰ ছাত্ৰ ৷ ৰাহুলৰ এই কৃতিত্বত এতিয়া সুখী নগৰৰ মাজমজিয়াত থকা জনতা পান দোকানৰ জৰিয়তে সন্তানক উচ্চ শিক্ষা দিয়া ৰাহুলৰ পিতৃ আৰু পৰিয়াল ৷

কেন্দ্ৰীয় লোকসেৱা (UPSC) আয়োগৰ পৰীক্ষাত উজ্বলিল শিৱসাগৰৰ ৰাহুল গুপ্তা:২৮৬ স্থান দখল কৰিলে দৰিদ্ৰ পান দোকানীৰ পুত্ৰ ৰাহুলে।
Story-UPSC_CRACK
Ananta Smith
Sivasagar
06th April

A_SVR_06TH_APR_807-810_UPSC_CRACK_ANANTA



সদ্য ঘোষিত কেন্দ্ৰীয় লোকসেৱা (UPSC) আয়োগৰ পৰীক্ষাত উজ্বলিল শিৱসাগৰৰ সন্তান ৰাহুল গুপ্তা।শিৱসাগৰ নগৰৰ হস্পিতাল ৰোডৰ নিবাসী  ৰাহুলে লোকসেৱা (UPSC) আয়োগৰ পৰীক্ষাত ২৮৬ নং স্থান দখল কৰাত শিৱসাগৰত উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হৈছে।

সৰুৰে পৰা লেখা পঢ়াত ভাল তীক্ষ্ণ বুদ্ধিৰ ৰাহুলে শিৱসাগৰ নগৰৰ গধূলা ব্রাউন মেমৰিয়েল ইংলিছ স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। পিছত নগৰৰ জুনিয়ৰ কলেজৰ ছাত্ৰ হোৱা ৰাহুলে বৰ্তমান দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন কৰি আছে।

উল্লেখযোগ্য যে ৰাহুলৰ পিতৃ এজন ক্ষুদ্ৰ ব্যৱসায়ী।নগৰৰ মাজমজিয়াত থকা  জনতা পান দোকানৰ জৰিয়তে সন্তানক উচ্চ শিক্ষা দিয়া ৰাহুলৰ পিতৃ আৰু পৰিয়াল ৰাহুলৰ অনন্য কৃৰ্তিত্বত অত্যন্ত সুখী।

Bite:ৰাহুল আৰু তেওঁৰ পিতৃ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.