ETV Bharat / state

Operation against drugs: বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Nov 5, 2022, 10:59 AM IST

ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষী কঠোৰ হোৱাৰ পাছতো নাকী লগাবলৈ সক্ষম হোলা নাই বহু অপৰাধীক (Assam Police operation against Drugs smuggler) ৷ আৰক্ষীৰ চকুত ধূলি দি বহু অপৰাধীয়ে বৰ্তমানেও চলাই গৈছে অনৈতিক কাৰ্য ৷ ইয়াৰ মাজতে চামগুৰিৰ বাজিয়াগাঁৱৰ পৰা চামগুৰি আৰক্ষীয়ে আটক কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক ৷

Drugs Paddler Arrested at Samaguri in Nagaon
বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী

  • ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া বেহা
  • এইবাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছসহ চামগুৰি আৰক্ষীৰ জালত পৰিল দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী (Drugs Paddler Arrested at Samaguri)
  • চামগুৰিৰ বাজিয়াগাঁৱৰ পৰা আটক ড্ৰাগছ সৰবৰাহকাৰী ৰমজান আলী আৰু মাইনুল হকক
  • ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটা নগাঁও চহৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে
  • ধৃত ড্ৰাগছ সৰবৰাহকাৰীকেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ৮৮ টা ড্ৰাগছ ভৰ্তি আৰু ২০ টা খালী কণ্টেইনাৰ (Drugs seized at Samaguri)
    বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.