ETV Bharat / state

দুপৰীয়া 3 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Feb 21, 2021, 3:02 PM IST

দুপৰীয়া 3 বজাৰ শীৰ্ষ 10 বাতৰি

top 10 at 3pm
দুপৰীয়া 3 বজাৰ শীৰ্ষ 10 বাতৰি

বিজেপিৰ তিনি নেতাক দিল্লীলৈ জৰুৰী তলব নাড্ডাৰ

ৰণজিৎ দাস, ফণী শৰ্মা, দিলীপ শইকীয়াক দিল্লীলৈ জৰুৰী তলব নাড্ডাৰ । দলীয় প্ৰাৰ্থিত্ব আৰু অগপৰে আসন বুজাবুজিৰ সন্দৰ্ভত বৈঠকত মিলিত হোৱাৰ ধাৰণা ।

'আন্তৰ্জাতিক মাতৃভাষা দিৱস'ৰ শুভেচ্ছা অমিত শ্বাহৰ

দেশবাসীক 'আন্তৰ্জাতিক মাতৃভাষা দিৱস'ৰ শুভেচ্ছা জ্ঞাপন কৰে অমিত শ্বাহে । তেওঁ উল্লেখ কৰা মতে, মোডী চৰকাৰৰ নতুন শিক্ষা নীতি ভাৰতীয় ভাষাৰ সংৰক্ষণ, বিকাশ আৰু সবলীকৰণৰ বাবে চৰকাৰৰ প্ৰচেষ্টা প্ৰতিফলিত হৈছে ।

মাজুলী-যোৰহাট সংযোগী দলং কেতিয়াও নহয়: ভূপেন বৰা

শনিবাৰে মাজুলীৰ অফলামুখ তথা দক্ষিণপাট অঞ্চলৰ খহনীয়াগ্ৰস্ত লোকসকলৰ লগতে জেংৰাইমুখ আৰু মাজৰদেউৰীতো অনুষ্ঠিত কৰা হৈছে কংগ্ৰেছৰ অসম বচাও কাৰ্যসূচী ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ নিৰ্বাচন প্ৰচাৰ কমিটিৰ অধ্যক্ষ, সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক ভূপেন বৰাসহ কংগ্ৰেছৰ বহু সদস্য ৷

২২ ফেব্ৰুৱাৰীত ধেমাজিলৈ প্ৰধানমন্ত্ৰীৰ আগমন

২২ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোডীয়ে আনুষ্ঠানিকভাৱে কুলাজান চিতলমাৰীত হ’বলগীয়া বিশাল জনসভাৰ পৰাই ডিজিটেল মাধ্যমেৰে উদ্বোধন কৰিব বহু প্ৰতীক্ষিত ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় ৷ ইতিমধ্যে মহাবিদ্যালয়খনত 160 গৰাকী শিক্ষাৰ্থীয়ে অনলাইনযোগে শিক্ষাগ্ৰহণ কৰি আছে ৷

বলীন চেতিয়াৰ বিৰুদ্ধে দলীয় কৰ্মীক প্ৰাণে মৰাৰ অভিযোগ

শনিবাৰে শদিয়াৰ বিজেপি নেত্ৰী ৰুবী মণি বৰুৱাৰ নেতৃত্বত শান্তিপুৰৰ পৰা ধলালৈকে উলিওৱা বাইক ৰেলীত অংশগ্ৰহণৰ বাবে গৈছিল জ্যেষ্ঠ বিজেপি কৰ্মী ঔম প্ৰকাশ উপাধ্যায় ৷ সেই সময়তেই কোনো দুৰ্বৃত্তই তেওঁক ফোনযোগে গুলিৱাই মৰাৰ ভাবুকি প্ৰদান কৰে ৷

সতী সাধিনী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য ড৹ জ্যোতিপ্ৰসাদ শইকীয়া

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ জ্যোতিপ্ৰসাদ শইকীয়াক গোলাঘাটস্থিত সতী সাধিনী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ৷

ৰূপহীহাটত কিশোৰীক দলবদ্ধ ধৰ্ষণ

ৰূপহীহাটৰ তেলিয়াচাপৰিত সংঘটিত হৈছে এক জঘন্য ঘটনা ৷ এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰে তিনি ব্যক্তিয়ে ৷

ক'ভিড প্ৰতিষেধক লৈ মহিলাৰ মৃত্যু

নাৰায়ণপুৰত ক'ভিড প্ৰতিষেধক লোৱাৰ পিছতে অসুস্থ হৈ পৰা অংগনবাদী সহায়িকাৰ মৃত্যু । দীপা গৌতম নামৰ সহায়িকা গৰাকীৰ ঘৰ নাৰায়ণপুৰৰ চেঁচা ৰাজগড়ত ।

হোজাইত 8 বছৰীয়া কণমানিক ধৰ্ষণ কৰি হত্যা !

হোজাইৰ বৰহোলা গাঁৱত 8 বছৰীয়া কন্যাক বলাৎকাৰ কৰি হত্যা কৰাৰ ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । দেওবাৰে পুৱা বৰহোলা গাঁৱৰ এখন নিৰ্জন পথাৰত উদ্ধাৰ হৈছে এটি আঠ বছৰীয়া কন্যাৰ মৃতদেহ ৷

পুণেত পুনৰ নৈশ সান্ধ্য আইন জাৰি

কৰ'ণাৰ এই দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰৰ পুণেত নৈশ সান্ধ আইন জাৰি কৰিছে প্ৰশাসনে । নিশা ১১ বজাৰ পৰা পুৱা ৬ বজালৈ থাকিব এই নৈশ সান্ধ আইন ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.