চৰকাৰৰ ঘোষণাঃ চাহ নিগমৰ শ্ৰমিকে পাব ২০ শতাংশ বোনাচ
বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে যে অসম চৰকাৰৰ অধীনস্থ অসম চাহ নিগমৰ বাগিচা সমূহৰ শ্ৰমিক সকলক ২০ শতাংশ হাৰত বোনাচ প্ৰদান কৰা হব
চৰকাৰৰ ঘোষণাঃ চাহ নিগমৰ শ্ৰমিকে পাব ২০ শতাংশ বোনাচ
গুৱাহাটী, ৫ ছেপ্টেম্বৰ: যি সময়ত বৃহৎ চাহ গোষ্ঠীসমূহে লোকচানৰ আচিলাৰে চাহ শ্ৰমিকক পূজাৰ বোনাচ ২০ শতাংশৰ পৰিবৰ্তে ৮.৩৩ শতাংশহে আগবঢ়াব বুলি ঘোষণা কৰিছে সেই সময়তে বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে যে অসম চৰকাৰৰ অধীনস্থ অসম চাহ নিগমৰ বাগিচা সমূহৰ শ্ৰমিক সকলক ২০ শতাংশ হাৰত বোনাচ প্ৰদান কৰা হ'ব। চৰকাৰৰ এনে ঘোষণাই উৎফুল্লিত কৰি তুলিছে নিগমৰ অধীনস্থ ১৫ খন চাহ বাগিচাৰ শ্ৰমিকক। উল্লেখ্য যে ২০ শতাংশ বোনাচৰ দাবীত ইতিমধ্যে বহু বাগিচাৰ শ্ৰমিকে আন্দোলনো আৰম্ভ কৰিছে।
Intro:গুৱাহাটী, ৫ ছেপ্টেম্বৰ: যি সময়ত বৃহৎ চাহ গোষ্ঠীসমূহে লোকচানৰ আচিলাৰে চাহ শ্ৰমিকক পূজাৰ বোনাচ ২০ শতাংশৰ পৰিবৰ্তে ৮.৩৩ শতাংশহে আগবঢ়াব বুলি ঘোষণা কৰিছে সেই সময়তে আজি ৰাজ্য চৰকাৰে ঘোষণা কৰিছে যে অসম চৰকাৰৰ অধীনস্থ অসম চাহ নিগমৰ বাগিচা সমূহৰ শ্ৰমিক সকলক ২০ শতাংশ হাৰত বোনাচ প্ৰদান কৰা হব।Body:চৰকাৰৰ এনে ঘোষণাই উৎফুল্লিত কৰি তুলিছে নিগমৰ অধীনস্থ ১৫ খন চাহ বাগিচাৰ শ্ৰমিকক।Conclusion:উল্লেখ্য যে ২০ শতাংশ বোনাচৰ দাবীত ইতিমধ্যে বহু বাগিচাৰ শ্ৰমিকে আন্দোলনো আৰম্ভ কৰিছে।

