ETV Bharat / state

APSC scam 2014: APSC কেলেংকাৰীত জড়িতৰ অভিযোগত আৰু এজন ৰাজপত্ৰিত বিষয়ালৈ জাননী

author img

By

Published : Jan 2, 2023, 1:32 PM IST

চৰ্চাত আকৌ অসম লোকসেৱা আয়োগৰ ২০১৪ ৰ কেলেংকাৰী (APSC 2014 scam) ৷ APSC কেলেংকাৰীত আৰু এজন বিষয়ালৈ ন্যায়িক আয়োগৰ জাননী ৷ ইতিমধ্যে এই APSC কেলেংকাৰীত জড়িত থকাৰ সন্দেহত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে DSP ভনীতা নাথ আৰু আৱকাৰী অধীক্ষক মানৱী দাসলৈ জাননী প্ৰেৰণ কৰিছে ৷

APSC scam notice to another registered officer
APSC কেলেংকাৰীত এজন ৰাজপত্ৰিত বিষয়ালৈ জাননী

  • APSC কেলেংকাৰীত জড়িত থকাৰ অভিযোগত আৰু এজন বিষয়ালৈ ন্যায়িক আয়োগৰ জাননী
  • গণপতি ৰয় নামৰ এগৰাকী ৰাজপত্ৰিত বিষয়ালৈ জাননী (APSC scam 2014)
  • ১৫ দিনৰ ভিতৰত উত্তৰ দিয়াৰ নিৰ্দেশ গণপতি ৰায়লৈ
  • হাফলঙত কৰ অধীক্ষক হিচাবে কৰ্মৰত গণপতি ৰয় (APSC Appointment scam)
  • বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগ কৰ অধীক্ষকগৰাকীৰ বিৰুদ্ধে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.