ETV Bharat / state

চিকিৎসক দেৱেন দত্ত হত্যাকাণ্ডঃ শুনানি আৰম্ভ

author img

By

Published : Nov 4, 2019, 7:52 PM IST

থম দিনা ৬০ জন সাক্ষীৰ তিনিজনে আদালতত সাক্ষ্য প্ৰদান কৰে।টীয়ক চাহ বাগিচাৰ বাগিচা পৰিচালক, সহঃ পৰিচালককে ধৰি শুনানিৰ প্ৰথম দিনটোত তিনিজনে আদালতত সাক্ষ্য প্ৰদান কৰে। গোচৰৰ ৩২ অভিযুক্ত আদালতত উপস্থিত থাকে।

doctor-deban-dutta-murder

যোৰহাট,4 নৱেম্বৰঃ চিকিৎসক দেৱেন দত্তৰ হত্যাকাণ্ডৰ ঘটনাৰ শুনানি আৰম্ভণি। বিগত ৩১ আগষ্টত সংঘটিত হোৱা টীয়ক চাহ বাগিচাৰ চিকিৎসক ডাঃ দেৱেন দত্তৰ নৃশংস হত্যাকাণ্ড আজি যোৰহাট সত্ৰ ন্যায়ধীশৰ আদালতত তিনিদিনীয়াকৈ আৰম্ভ হৈছে গোচৰৰ শুনানি।আজি প্ৰথম দিনা ৬০ জন সাক্ষীৰ তিনিজনে আদালতত সাক্ষ্য প্ৰদান কৰে।টীয়ক চাহ বাগিচাৰ বাগিচা পৰিচালক, সহঃ পৰিচালককে ধৰি শুনানিৰ প্ৰথম দিনটোত তিনিজনে আদালতত সাক্ষ্য প্ৰদান কৰে।গোচৰৰ ৩২ অভিযুক্ত আদালতত উপস্থিত থাকে। আনহাতে এই ঘটনাৰ শুনানি ফাষ্ট ট্ৰেক আদালতত নোহোৱাৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ডাঃ দেবেন দত্তৰ পত্নীয়ে।

চিকিৎসক দেৱেন দত্ত হত্যাকাণ্ড
ইতিমধ্যে এই ঘটনাই সমগ্র ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল। কিন্তু এতিয়া আদালৰ ৰায় কি হয় সেইয়া হে গুৰুত্বপূৰ্ণ হ'ব।
Intro:চিকিৎসক দেৱেন দত্তৰ হত্যাকাণ্ডৰ ঘটনাৰ শুনানি আৰম্ভণি।।Body:*
OCVO: বিগত ৩১ আগষ্টত সংঘটিত হোৱা টীয়ক চাহ বাগিচাৰ চিকিৎসক ডাঃ দেৱেন দত্তৰ নৃশংস হত্যাকাণ্ড আজি যোৰহাট সত্ৰ ন্যায়ধীশৰ আদালতত তিনিদিনীয়াকৈ আৰম্ভ হৈছে গোচৰৰ শুনানি।আজি প্ৰথম দিনা ৬০ জন সাক্ষীৰ তিনিজনে আদালতত সাক্ষ্য প্ৰদান কৰে।টীয়ক চাহ বাগিচাৰ বাগিচা পৰিচালক, সহঃ পৰিচালককে ধৰি শুনানিৰ প্ৰথম দিনটোত তিনিজনে আদালতত সাক্ষ্য প্ৰদান কৰে।গোচৰৰ ৩২ অভিযুক্ত আদালতত উপস্থিত থাকে। আনহাতে এই ঘটনাৰ শুনানি ফাষ্ট ট্ৰেক আদালতত নোহোৱাৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ডাঃ দেবেন দত্তৰ পত্নীয়ে।

BITE: 1)বিপক্ষৰ অধিবক্তা।

BITE: 2)অপৰাজিতা দত্ত (ডাঃ দেবেন দত্তৰ পত্নী)Conclusion:ইতিমধ্যে এই ঘটনাই সমগ্র ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল।কিন্তু এতিয়া আদালৰ ৰায় কি হয় সেইয়া গুৰুত্বপূৰ্ণ হব।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.