ETV Bharat / state

হোজাইৰ দাৰিয়া বস্তিত উদ্ধাৰ বনৰীয়া হাতীৰ মৃতদেহ

author img

By

Published : Jun 17, 2022, 3:34 PM IST

ৰাজ্যত পুনৰ বনৰীয়া হাতীৰ মৃত্যুৰ ঘটনা ৷ এইবাৰ হোজাইত মৃত্যু হৈছে এটা বনৰীয়া হাতী (Elephant Died in Hojai) ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰী তীব্ৰ চাঞ্চল্য (Tragic incident in Hojai) ৷

Elephant Died in Hojai
ৰাজ্যত পুনৰ বনৰীয়া হাতীৰ মৃত্যুৰ ঘটনা

  • হোজাইত অঘটন
  • হোজাইৰ দাৰিয়া বস্তিত উদ্ধাৰ এটা বনৰীয়া হাতীৰ মৃতদেহ
  • হাতীটোৰ মৃত্যুৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই
  • ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ লোক
  • ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.