ETV Bharat / state

গোৱালপাৰাত ভয়াৱহ পথ দূৰ্ঘটনা : শিশুসহ আহত 20

author img

By

Published : Feb 15, 2020, 4:52 PM IST

শিশুসহ আহত 20
গোৱালপাৰাত ভয়াবহ পথ দূৰ্ঘটনা

গোৱালপাৰাত ডাম্পাৰে খুন্দিওৱাৰ ফলত দূৰ্ঘটনাগ্ৰস্ত হয় এখন যাত্ৰীবাহী বাছ ৷ ঘটনাৰ ফলত শিশুসহ আহত হয় 20 জন লোক ৷

গোৱালপাৰা, 15 ফেব্ৰুৱাৰী : গোৱালপাৰাৰ আগিয়াত তীব্ৰবেগী ডাম্পাৰে খুন্দিওৱাৰ ফলত দ' খাৱৈত বাগৰি পৰে এখন যাত্ৰীবাহী বাছ ৷ ঘটনাৰ ফলত আহত হৈছে শিশুসহ 20 জন যাত্ৰী ৷

গোৱালপাৰাত ভয়াবহ পথ দূৰ্ঘটনা

ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখী বাছখনক খুন্দিয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ডাম্পাৰখনে ৷ আহত যাত্ৰীসকলক আগিয়াস্থিত বিগ্ৰেডিয়াৰ কাৰ্যালয়ৰ সেনা জোৱানে উদ্ধাৰ কৰি গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ৷

আৰু পঢ়ক : বৈকুণ্ঠ ধামলৈ পৰিণত হৈছে টীয়কৰ ৰাজৈ তিনিআলিৰ সমন্বয় ক্ষেত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.