ETV Bharat / state

বিশ্বনাথৰ বাঘমাৰীত অস্ত্ৰসহ গ্ৰেপ্তাৰ দুজন ব্যক্তি

author img

By

Published : Jun 15, 2019, 6:29 AM IST

সৰবৰাহকাৰী দুজন বিশ্বনাথ চাৰিআলিৰ বল'ডোঙাৰ  হানিফ আলি আৰু আব্দুল ছৈয়দ বুলি জানিব পৰা গৈছে৷

বিশ্বনাথৰ বাঘমাৰীত অস্ত্ৰসহ গ্ৰেপ্তাৰ দুজন ব্যক্তি


বিশ্বনাথ, 14 জুনঃ বিশ্বনাথৰ বাঘমাৰীত শুকুৰবাৰে আৰক্ষীয়ে দুজন অস্ত্ৰ সৰবৰাহীক গ্ৰেপ্তাৰ কৰে ৷ As12 Q 7809 নম্বৰৰ গ্লেমাৰ বাইকত অহা দুই অস্ত্ৰ সৰবৰাহকাৰীয়ে ধানৰ পতানৰ বস্তাত ভৰাই আনে দুটা ৩০৩ ৰাইফল ৷ বিশ্বনাথ আৰক্ষী আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান শাখা তথা নৰ্ডান ৰেঞ্জা প্ৰাঞ্জল বৰুৱা আৰু জিনজিয়া আৰক্ষী বিষয়া বিশ্বজিৎ মেধী নেতৃত্বত হোৱা অভিযানত আটক কৰা হয় দুজন অস্ত্ৰ সৰবৰাহকাৰীক ।

বিশ্বনাথৰ বাঘমাৰীত অস্ত্ৰসহ গ্ৰেপ্তাৰ দুজন ব্যক্তি

সৰবৰাহকাৰী দুজন বিশ্বনাথ চাৰিআলিৰ বল'ডোঙাৰ হানিফ আলি আৰু আব্দুল ছৈয়দ বুলি জানিব পৰা গৈছে ৷ আৰক্ষী আৰু বন বিভাগৰ পৰা পোৱা তথ্য অনুসৰি গড় চিকাৰীক যোগান ধৰাৰ বাবে সৰবৰাহ কৰা হৈছিল অস্ত্ৰ সমূহ ৷ বৰ্তমান আৰক্ষীৰ জেৰা অব্যাহত ৷

Intro:as_biswanath_14_june_892_breaking biswanath _ostro_ soroborah_scrpt_photo_as10018Body:as_biswanath_14_june_892_breaking biswanath _ostro_ soroborah_scrpt_photo_as10018Conclusion:বিশ্বনাথৰ বাঘমাৰীত অস্ত্ৰসহ গ্ৰেপ্তাৰ দুজন ব্যক্তি ৷


 As12 Q 7809 নম্বৰৰ গ্লেমাৰ বাইকত আহিছিল দুই অস্ত্ৰ সৰবৰাহকাৰী ৷ 

ধানৰ পতানৰ বস্তাত ভৰাই আনিছিল দুটা  ৩০৩ ৰাইফল ৷

 বিশ্বনাথ আৰক্ষী আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান শাখাৰ  তথা নৰ্ডান ৰেঞ্জা প্ৰাঞ্জল বৰুৱা আৰু জিনজিয়া আৰক্ষী বিষয়া বিশ্বজিৎ মেধী  নেতৃত্বত এক

যুটীয়া অভিযানত আটক দুজন অস্ত্ৰ  সৰবৰাহকাৰী ।


 ধৃত সৰবৰাহকাৰী দুজন বিশ্বনাথ চাৰিআলিৰ বল'ডোঙাৰ    হানিফ আলি আৰু আব্দুল ছৈয়দ ৷

আৰক্ষী বন বিভাগৰ সূত্ৰ প্ৰকাশ 

 গড় চিকাৰীক যোগান ধৰাৰ বাবে সৰবৰাহ কৰা হৈছিল অস্ত্ৰ সমূহ ৷

বৰ্তমান দুই অস্ত্ৰ সৰবৰাহ কাৰীক আৰক্ষীয়ে সোধ পোছ অব্যাহত ৰাখিছে বিশ্বনাথ থানাত ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.