ETV Bharat / sports

টকিঅ’ অলিম্পিকৰ চতুৰ্থ দিন: অভিষেক মেছত জয়লাভ ফেঞ্চাৰ ভাৱানী দেৱীৰ

author img

By

Published : Jul 26, 2021, 8:49 AM IST

সোমবাৰে টকিঅ’ অলিম্পিকত (Tokyo Olympics 2020) নিজৰ অভিষেক মেছত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ভাৰতীয় মহিলা ফেঞ্চাৰ ভাৱানী দেৱীৰ ৷

Tokyo Olympics, Day 4: Fencer Bhavani Devi wins her first match on debut
অভিষেক মেছত জয়লাভ ফেঞ্চাৰ ভাৱানী দেৱীৰ

স্পৰ্টচ ডেস্ক, 26 জুলাই : অলিম্পিকৰ অভিষেক মেছত জয়লাভ ভাৰতীয় ফেঞ্চাৰ ভাৱানী দেৱীৰ ৷ সোমবাৰে অলিম্পিকৰ প্ৰথমটো বিজয়েৰে ইতিহাস ৰচনা কৰিলে প্ৰথম ভাৰতীয় ফেঞ্চাৰ গৰাকীয়ে ৷ সোমবাৰৰ মেছখনত খেলুৱৈগৰাকীয়ে Women's Sabre Table of 64ত তানিছিয়াৰ খেলুৱৈ নাদিয়া বেন আজিজীক পৰাজিত 15-3ত পৰাজিত কৰিবলৈ সক্ষম হয় ৷

নিজৰ আহিবলগীয়া মেছসমূহত কেইবাগৰাকীয়ো শীৰ্ষ স্থানৰ খেলুৱৈকৰ মুখামুখী হ’ব লাগিব ভাৰতীয় ফেঞ্চাৰগৰাকী ৷

লগতে পঢ়ক- সুখবৰ : পুনৰ আৰম্ভ হ’ব IPL

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.