ETV Bharat / bharat

Daily horoscope for 25th March: আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily-horoscope-for-25th-march
Daily horoscope for 25th March: আজিৰ দিনটোৰ ৰাশিফল

Published : March 25, 2022 at 6:01 AM IST

Choose ETV Bharat

মেষ ৰাশি: সফল হ’ব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ ব্যৱসায় বৃদ্ধিত লাভ হʼব ৷ ব্যৱসায়ত খৰচ বৃদ্ধি হʼব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ লগত আনন্দেৰে সময় কটাব পাৰে ৷

বৃষ ৰাশি: শুভ দিন ৷ কোনো নতুন বন্ধুক লগ পাব পাৰে ৷ প্ৰেমত শুভ ৷ কৰ্মজীৱনত ভাল বন্ধু লগ পাব ৷ সফলতা লাভ কৰিব ৷

মিথুন ৰাশি: কোনো বিপদত পৰিব পাৰে ৷ কৰ্ম ব্যস্ততা বৃদ্ধি ৷ কঠোৰ পৰিশ্ৰম কৰিলে ভাল ফল লাভ কৰিব ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ ই কাৰ্যত পেলাব ৷

কৰ্কট ৰাশি: গুৰুত্বপূৰ্ণ নিৰ্ণয় ল’বলৈ সক্ষম হ’ব পাৰে ৷ সফল হʼব ৷ দিনটো আনন্দময় হ’ব ৷ কৰ্মত আনন্দমনে কাম কৰিব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ প্ৰশংসা লাভ কৰিব ৷

সিংহ ৰাশি: দিনটো সক্ৰিয় অনুভৱ হʼব ৷ কৰ্মৰ বাবে বিদেশ ভ্ৰমণৰ সুযোগ লাভ কৰিব ৷ সফলতা লাভ কৰিব ৷ দিনটো আনন্দময় হ’ব ৷

কন্যা ৰাশি: কৰ্মক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব ৷ পৰচৰ্চা কৰা পৰা আঁতৰত থাকিব ৷ কঠোৰ পৰিশ্ৰম কৰিলেও সফল নহ’ব পাৰে৷ সফলতা লাভ কৰিব ৷ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা আঁতৰত থাকিব ৷

তুলা ৰাশি: সঠিক আনন্দপূৰ্ণ মনোবৃত্তি বজাই ৰাখিব ৷ দিনটো প্ৰায় ভাল হʼব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ লগত সম্পৰ্ক আনন্দময় হʼব ৷ খং-ৰাগ আদিৰ পৰা আঁতৰত থাকিব ৷ প্ৰেমত মনোযোগ দিব ৷

বৃশ্চিক ৰাশি: জেষ্ঠ জনৰ পৰা পৰামৰ্শ লাভ কৰিব ৷ বিবাহ আদিৰ ক্ষেত্ৰত ভাল ৷ প্ৰেমত শুভ৷ কোনো নতুন কাম হাতত ল’ব পাৰে ৷ ব্যৱসায়ত শুভ ৷ লাভ বৃদ্ধি ৷

ধনু ৰাশি: ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ দিনটো আনন্দময় হʼব ৷ ধৰ্মীয় কাম কাজত মনোনিৱেশ কৰিব পাৰে ৷ প্ৰেমত শুভ ৷ নাম আৰু সুনাম হʼব ৷ ব্যৱসায়ত সফল হ’ব ৷

মকৰ ৰাশি : শুভ দিন৷খৰচ বৃদ্ধি ৷ আইনী কাম-কাজত সাৱধানতা অৱলম্বন কৰিব ৷ মানসিক আৰু শাৰীৰিক হতাশা হʼব পাৰে | স্বাস্থ্যৰ প্ৰতি নজৰ দিব ৷

কুম্ভ ৰাশি: আৱেগিক হৈ পৰিব পাৰে৷ সফলতা লাভ কৰিব ৷ ধৈৰ্য্যশীল, সহনশীল হৈ কাম কৰিলে লক্ষ্যত উপনীত হ’ব ৷ ঘৰটো নকৈ সজোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷

মীন ৰাশি: দিনটো সুখদায়ক আৰু প্ৰতিশ্ৰুতিপূৰ্ণ হৈ পৰিব ৷ প্ৰশংসা লাভ কৰিব৷ ব্যৱসায়ী আৰু চাকৰিয়ালসকলে ইতিবাচক ফল পাব৷ ঘৰুৱা পৰিৱেশ আনন্দময় হ’ব ৷ শুভ দিন ৷