শুভ্ৰতাৰ মালা পিন্ধিছে অৰুণাচল প্ৰদেশৰ মায়’দিয়াই - arunachal pradesh

🎬 Watch Now: Feature Video

thumbnail
মায়’দিয়াৰ সৌন্দৰ্য (undefined)

By ETV Bharat Assamese Team

Published : February 7, 2024 at 6:16 PM IST

1 Min Read
Choose ETV Bharat

তিনিচুকীয়া, ৭ ফেব্ৰুৱাৰী : বৰফাবৃত মায়’দিয়াই পৰ্যটকক সদায়ে আকৰ্শিত কৰি আহিছে ৷ অপূৰ্ব সৌন্দৰ্যৰ বাবেই বিপদসংকুল পথকো অতিক্ৰম কৰি প্ৰতি বছৰেই এডভেঞ্চাৰ প্ৰিয় পৰ্যটকে মায়’দিয়াত ভিৰ কৰেহি বহু দূৰ-দূৰণিৰ পৰা । তিনিচুকীয়া জিলাৰ শদিয়াৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ দূৰত্বত অৱস্থিত উত্তৰ-পূবৰ অন্য এক ছুইজাৰলেণ্ড খ্যাত অৰুণাচল প্ৰদেশৰ ল’ৱাৰ ডিবাং ভেলী জিলাৰ মায়’দিয়া পাছত এতিয়া চাৰিওফালে বৰফেই বৰফ ৷

মায়’দিয়াই ৰূপ লৈছে শুভ্ৰ দলিচাৰ । চাৰিওফালে কেৱল শুভ্ৰ বৰফৰ আচ্ছাদন, যেন ভুসৰ্গলৈ পৰিণত হৈছে অৰুণাচলৰ মায়’দিয়া । এই ঠাইত দেশৰ ভিন্ন প্ৰান্তৰ পৰ্যটকে নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হয় । প্ৰকৃতিৰ মনোমোহা পৰিৱেশৰ মাজত অৱস্থিত মায়’দিয়াত প্ৰত্যেক বছৰে দেখিবলৈ পোৱা যায় পৰ্যটকৰ আগমন ।

লগতে পঢ়ক : অনাঘ্ৰাত আনিনিৰ অপৰূপ সৌন্দৰ্য

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details