ৰেংমা সংৰক্ষিত বনাঞ্চলৰ প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযানৰ কিছু দৃশ্য
সফলতাৰে সমাপ্ত হ'ল ৰেংমা সংৰক্ষিত বনাঞ্চলৰ প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান । এই অভিযানৰ জৰিয়তে এতিয়ালৈকে প্ৰায় ৮৯০০ বিঘা বনভূমি উদ্ধাৰ কৰা হৈছে আৰু ৪ হাজাৰৰো অধিক অবৈধ আন্তঃগাঁথনি অপসাৰণ কৰা হৈছে ।
(ETV Bharat Assam)

Published : August 3, 2025 at 12:16 PM IST
|Updated : August 3, 2025 at 12:22 PM IST
Last Updated : August 3, 2025 at 12:22 PM IST

