ডুৰাণ্ড কাপ: আই টি বি পি এফ টি বনাম পঞ্জাব এফ চি খেলখনৰ কিছু মুহূৰ্ত
ইণ্ডিয়ান অইল ডুৰাণ্ড কাপৰ ১৩৪ সংখ্যক মেচত আই টি বি পি এফ টি মুখামুখি হয় পঞ্জাব এফ চিৰ ৷ খেলখনত দুয়োটা দলেই গ’ল দিয়াত ব্যৰ্থ হয় ৷ যাৰ বাবে পইণ্ট ভাগ-বাটোৱাৰা কৰিবলৈ বাধ্য হয় দল দুটা ৷ কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত হয় খেলখন ৷
(ETV Bharat Assam)

Published : August 7, 2025 at 2:05 PM IST

