ETV Bharat / bharat

মীন ৰাশিৰ বিবাহৰ যোগ...বৃশ্চিক ৰাশিৰ সৌভাগ্যৰ দুৱাৰ মুকলি...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে ? - Daily Horoscope For 24th June

Daily Horoscope : আজিও মকৰ ৰাশিত বিৰাজ কৰিব চন্দ্ৰ ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব ৰাশিসমূহত, জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 24th June 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 12:44 AM IST

মেষ ৰাশি: আজি আপুনি ঘৰ, পৰিয়াল আৰু সন্তানৰ ক্ষেত্ৰত আনন্দ আৰু সন্তুষ্টি অনুভৱ কৰিব ৷ প্ৰেমত শুভ ৷ ব্যৱসায়ৰ ক্ষেত্ৰত লাভ ৷ চাকৰিত পদোন্নতি ৷ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ’ব লাগিব ৷ বাহন দুৰ্ঘটনা হ’ব পাৰে, সাৱধান হওক ৷

বৃষ ৰাশি: ব্যৱসায়ীসকলৰ বাবে আজি এক শুভ দিন ৷ নতুন কাম আৰম্ভ কৰিব পাৰিব ৷ ইয়াৰ উপৰিও আপুনি আৰ্থিক সুবিধাও লাভ কৰিব পাৰিব ৷ বহিঃৰাজ্যত থকা বন্ধু-বান্ধৱী বা আত্মীয়ৰ খবৰে আপোনাক আৱেগিক কৰি তুলিব ৷ দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ পৰিকল্পনা হ’ব পাৰে ৷ তীৰ্থযাত্ৰাও কৰিব পাৰে ৷ অত্যধিক কামৰ বোজাৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব ৷

মিথুন ৰাশি: আজি আপুনি আপোনাৰ খং নিয়ন্ত্ৰণ কৰা উচিত ৷ অত্যধিক খৰচৰ বাবে আপুনি আৰ্থিক সংকটৰ সন্মুখীন হ’ব ৷ পৰিয়ালৰ সদস্য আৰু কাৰ্যালয়ৰ সহকৰ্মীৰ সৈতে বিবাদ হ’ব পাৰে ৷ ইয়াৰ বাবেই মনটো দুখী হ’ব ৷ আজি অস্ত্ৰোপচাৰ কৰাটো উপযুক্ত নহ’ব ৷ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সময় অলপ চিন্তনীয় ৷ ঈশ্বৰৰ পূজা, জপ আৰু আধ্যাত্মিকতাৰ দ্বাৰা আপুনি শান্তি অনুভৱ কৰিব ৷

কৰ্কট ৰাশি: আজিৰ গোটেই দিনটো আনন্দ আৰু মনোৰঞ্জনেৰে ভৰি পৰিব ৷ প্ৰেমত শুভ ৷ নতুন সম্পৰ্কও আৰম্ভ হ’ব পাৰে ৷ সুনাম বাঢ়িব ৷ ব্যৱসায়ৰ ক্ষেত্ৰতো এটি লাভজনক দিন হ’ব ৷ কৰ্মত নিয়োজিত লোকৰ কাম সহজে সম্পূৰ্ণ হ’ব ৷ স্বাস্থ্য ভালে থাকিব ৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷

সিংহ ৰাশি: দিনটো শুভ ৷ ঘৰত শান্তিৰ পৰিবেশে বিৰাজ কৰিব ৷ কাৰ্যালয়ত সহকৰ্মীসকলৰ পৰা কম সমৰ্থন পাব ৷ দৈনন্দিন কামত কিছু বাধা আহিব ৷ উচ্চ বিষয়াৰ সৈতে বিবাদৰ পৰা আঁতৰি থাকক ৷ দুপৰীয়াৰ পিচত কোনো কাম কৰিবলৈ মন নাযাব ৷ স্বাস্থ্য স্বাভাৱিক হ’ব ৷ কোনো ৰোগৰ চিকিৎসাত ধন খৰচ হ’ব পাৰে ৷

কন্যা ৰাশি: আজি আপুনি শিশু সম্পৰ্কীয় বিষয়ত চিন্তাত পৰিব ৷ পেটৰ লগত জড়িত সমস্যা বাঢ়িব ৷ পঢ়া-শুনাৰ বাবে সময় অনুকূল নহয় ৷ আজি আপুনি বৌদ্ধিক বিতৰ্কৰ পৰা আঁতৰি থকা উচিত ৷ অৱশ্যে প্ৰেমত সফলতা লাভ কৰিব ৷ ষ্টক বেটিঙত সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ ৷ ভুল ঠাইত বিনিয়োগ কৰিলে লোকচান হ’ব পাৰে ৷ ব্যৱসায়ীসকলে লাভ কৰিব সুবিধা ৷

তুলা ৰাশি: আজি আপুনি মানসিকভাৱে ভাগৰুৱা অনুভৱ কৰিব ৷ আজি আপুনি অধিক আৱেগিক হ’ব ৷ মনৰ মাজত উদ্ভৱ হোৱা চিন্তাৰ বাবে কিছুমান অশান্তি পাই থাকিব পাৰে ৷ ভুল ঠাইত বিনিয়োগ হ’ব পাৰে ৷ মাতৃ-পত্নীৰ স্বাস্থ্যক লৈ চিন্তাৰ সৃষ্টি হ’ব ৷ প্ৰেমিক বা প্ৰেমিকাৰ লগত বিবাদ হোৱাৰ সম্ভাৱনা থাকিব ৷ আজি কৰ্মক্ষেত্ৰতো মনে মনে থকা উচিত ৷ টোপনিৰ অভাৱত আপুনি ভাগৰুৱা হৈ থাকিব ৷ পৰিয়াল আৰু সম্পত্তিৰ বিষয়ত সাৱধান হওক ৷ ধৈৰ্যৰে আজি কটাওক ৷

বৃশ্চিক ৰাশি: আজি আপোনাৰ বাবে এটি শুভ দিন ৷ আজি আৰ্থিক লাভৰ লগতে আপোনাৰ সৌভাগ্যও বৃদ্ধি হ’ব ৷ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখিও আপুনি বৃহৎ পৰিমাণৰ বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে ৷ আপোনজনৰ লগত সম্পৰ্কত প্ৰেম বৃদ্ধি পাব ৷ আজি আপোনাৰ প্ৰেম জীৱন বাবে সুখৰ দিন ৷ ব্যৱসায়ত নতুন কাম আৰম্ভ কৰাৰ সময় শুভ ৷

ধনু ৰাশি: আজি আপোনাৰ দিনটোৰ ফলাফল মিশ্ৰিত হ’ব ৷ পৰিয়ালৰ সদস্যৰ লগত মতানৈক্য হ’ব পাৰে ৷ আজি আপোনাৰ মনোবল শক্তিশালী নোহোৱাৰ বাবে সিদ্ধান্ত লোৱাত অসুবিধা হ’ব ৷ কৰ্মত নিয়োজিত লোকসকলে কেৱল নিজৰ কামত মনোনিৱেশ কৰা উচিত ৷ সংগীৰ সৈতে মতানৈক্য হ’ পাৰে ৷ ব্যৱসায়ত আজি আপুনি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো উচিত নহয় ৷ ভুল ঠাইত খৰচ কৰা বা অত্যধিক কাম কৰাৰ বাবে মনত অস্থিৰতা অনুভৱ কৰিব ৷ আৰ্থিক দিশত আজি এক অতি স্বাভাৱিক দিন ৷ স্বাস্থ্যক আওকাণ নকৰিব ৷

মকৰ ৰাশি: আজি ভগৱানৰ ধ্যানত পাৰ হ’ব ৷ আপুনি ধৰ্মীয় কামত ব্যস্ত থাকিব ৷ চাকৰি বা ব্যৱসায়তো অনুকূল পৰিস্থিতি হ’ব ৷ আজি আপোনাৰ সকলো কাম সহজে সম্পূৰ্ণ হ'ব ৷ সন্মান পাব ৷ কৰ্মত নিয়োজিত লোকৰ কাম সহজে সম্পূৰ্ণ হ’ব ৷ আজি প্ৰেম জীৱনত সন্তুষ্টিৰে ভৰা দিন হ'ব ৷ বন্ধু-বান্ধৱ আৰু আপোনজনৰ পৰা উপহাৰ পাব পাৰে ৷ স্বাস্থ্যৰ অৱহেলা কৰিলে ক্ষতি হ’ব পাৰে ৷ দুৰ্ঘটনাৰ ফলত আঘাত পোৱাৰ আশংকা থাকিব ৷ বিত্তীয় ক্ষেত্ৰত বুদ্ধিমানৰূপে বিনিয়োগ কৰক ৷

কুম্ভ ৰাশি: শাৰীৰিক স্বাস্থ্যৰ প্ৰতি সচেতন হৈ থাকক ৷ পৰিয়ালৰ সদস্যৰ লগত কাজিয়া হ’ব পাৰে ৷ পত্নীৰ লগত খঙেৰে কথা নাপাতিব ৷ খং নিয়ন্ত্ৰণ কৰক ৷ পৰিয়ালৰ প্ৰয়োজনীয়তাত ধন খৰচ হ’ব পাৰে ৷ কৰ্মত নিয়োজিত লোকৰ বাবে দিনটো স্বাভাৱিক হৈ থাকিব ৷ ব্যৱসায়ত অতিৰিক্ত কঠোৰ পৰিশ্ৰম কৰাৰ পিচতো আপুনি স্বাভাৱিক লাভ পাব ৷

মীন ৰাশি: আজি বন্ধুৰ পৰা উপকৃত হ’ব আৰু তেওঁলোকৰ বাবেও ধন খৰচ কৰিব ৷ সামাজিক কামৰ প্ৰতি আগ্ৰহ বাঢ়িব ৷ নতুন কাৰোবাৰ লগত হয়তো ৰোমান্সকৰ সাক্ষাৎ হ’ব পাৰে ৷ প্ৰেম জীৱনত সন্তুষ্টিৰ অনুভূতি আহিব ৷ অবিবাহিত লোকৰ স্থায়ী সম্পৰ্ক হোৱাৰ যোগ ৷ আজি আপুনি এনে লোকৰ সংস্পৰ্শলৈ আহিব যিসকলে ভৱিষ্যতে আপোনাৰ বাবে উপকাৰী হ’ব ৷ হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ দূৰৰ আত্মীয়ৰ লগত কথা-বতৰা হ’ব ৷ আজি আপুনি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষ যত্ন ল’ব লাগিব ৷ বাহিৰত খোৱা-বোৱা পৰিহাৰ কৰিব লাগিব ৷

লগতে পঢ়ক: এই সপ্তাহত বহুকেইটা ৰাশিৰ সুখ-সমৃদ্ধি বৃদ্ধি...বিবাহিতসকলে লাভ কৰিব জীৱনসংগীৰ সমৰ্থন...চাওক কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.