নৱবৰ্ষৰ প্ৰাকক্ষণত নিজৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰিলে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰথিতযশা সাহিত্যিক ড৹ নগেন শইকীয়াই(Dr Nagen Saikia) ৷ সংবাদ মাধ্যমৰ আগত 2023বৰ্ষত বহুকেইখন গ্ৰন্থ প্ৰকাশ কৰাৰ পৰিকল্পনা থকাৰ কথা উল্লেখ কৰে সাহিত্যিকগৰাকীয়ে ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ(Dibrugarh University) শিক্ষাৰ্থীসকলৰ বাবেও বিশেষ গ্ৰন্থ প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সদৰী সাহিত্যিকগৰাকীৰ ৷
Last Updated :Feb 3, 2023, 8:37 PM IST